শেহতীয়া খবৰ
ভৰলুত ছুইফট ডিজায়াৰে মহতিয়ালে শিশুসহ ৮জনক  •  তিতাবৰত মাতৃক ঘপিয়াই হত্যা সুৰামত্ত পুত্ৰৰ  •  ত্ৰিপুৰাত আগতীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বৃহৎ সাফল্য  •  মৰিগাঁৱত নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস  •  গুৰুজনাৰ সংস্কৃতিৰ ৰক্ষাৰ বাবে চেঞ্চৰ বৰ্ডৰ প্ৰয়োজনঃ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামী  •  স্বল্পবসনা নৰ্তকীক বিশ্বকৰ্মাৰ মূৰ্তি বিসৰ্জন পৰ্বত ৰাজহুৱা চুম্বন, শিৱসাগৰত প্ৰতিক্ৰিয়া  •  শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, আমাৰ পৰম গুৰু...  •  কৰ্তব্য এৰি নচাত ব্যস্ত আৰক্ষী, তদন্তৰ নিৰ্দেশ উৰ্ধতম কৰ্তৃপক্ষৰ, চাওঁক ভিডিঅ’  •  শ্বিলঙত হাতত ঝাড়ু তুলি চাফাই অভিযানত নামিল কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰ  •  বাগৰিত দুখন অবৈধ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক জব্দ

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক কেনেদৰে গঢ়িছিল মাতৃ শান্তি গগৈয়ে…

ডিজিটেল ডেস্কঃ দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ৰূপে নিযুক্তি লাভ কৰিছে অসম সন্তান ৰঞ্জন গগৈয়ে। আজি আবেলি ডিব্ৰুগড়ৰ খলিহামাৰীত থকা বাসগৃহলৈ যাব ন্যায়াধীশ ৰঞ্জন গগৈ। পুত্ৰৰ বাবে অপেক্ষা কৰি আছে ৮৪বছৰীয়া মাতৃ শান্তি গগৈয়ে। আজি দিনটো তেওঁৰ বাবে…
আৰু পঢ়ক...

হাতত ঝাড়ু লৈ পুৱাৰে পৰা ব্যস্ত প্ৰধানমন্ত্ৰী, চাওঁক ভিডিঅ’

ডিজিটেল ডেস্কঃ আজি ব্যতিক্ৰমী ৰূপত দেখা পোৱা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। হাতত ঝাড়ু লৈ পুৱাই চাফাই অভিযানত ব্যস্ত হোৱা দেখা গ’ল মোডীক। দিল্লীৰ বাবা ছাহেব আম্বেদকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱাই গৈ উপস্থিত হৈছিল মোডী। তাৰপাছত এডাল…
আৰু পঢ়ক...

হাতত ঝাড়ু লৈ ৰাজপথত গৃহমন্ত্ৰী ৰাজনাথ সিং

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ ‘স্বচ্ছ হি সেৱা’ অভিযান। সমগ্ৰ দেশকখনকেই স্বচ্ছ আৰু সেউজীয়া কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰে এই অভিযান। এই অভিযানৰ সঁহাৰি জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে। গৃহমন্ত্ৰীগৰাকীয়ে হাতত…
আৰু পঢ়ক...

এজাক বৰষুণতে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত খহি পৰিল ফল্ছ চিলিং

বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনিৰ ফোপোলা স্বৰূপ। নিশা অহা এজাক বৰষুণে বুৰাই পেলালে চিকিৎসালয় চৌহদ। বৰষুণৰ ফলত খহি পৰিল ফল্ছ চিলিং। কেবাঠাইতো খহিল চিকিৎসালয়খনৰ চিলিং। দ্বিতীয় মহলাত এনেদৰে খহি পৰিল চিলিং।
আৰু পঢ়ক...

বিদ্যালয়লৈ গৈ থকা অৱস্থাত চামগুৰিত ছাত্ৰীক অপহৰণ

চামগুৰিত সংঘটিত ছাত্ৰী অপহৰণ কাণ্ড। অপহৃত ছাত্ৰীগৰাকীৰ নাম সবিতা বেগম ছাত্ৰীগৰাকীৰ বয়স প্ৰায় ১৪ বছৰ। বিদ্যালয়লৈ গৈ থকা অৱস্থাত অপহৰণ কৰি নিছিল ছাত্ৰী গৰাকীক। চামগুৰি বালিকা বিদ্যালয়ৰ ছাত্ৰী আছিল অপহৃতা সবিতা বেগম। অপহৰণ…
আৰু পঢ়ক...

‘স্বচ্ছতা হি সেৱা’ অভিযান দেশজুৰি আৰম্ভ, প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ ডিব্ৰুগড়ৰ এগৰাকী ছাত্ৰীৰ

ডিজিটেল ডেস্কঃ ‘স্বচ্ছতা হি সেৱা’ শীৰ্ষক অভিযান দেশজুৰি শনিবাৰৰপৰা শুভাৰম্ভণি হৈছে। ভিডিঅ’ কনফাৰেন্সিংযোগে প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিলে এই অভিযান। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়ৰ ঔফলীয়া গাঁওবাসীৰেও বাৰ্তালাপ…
আৰু পঢ়ক...

৪ দিন গাঁৱৰ ঘৰত কটাই আজি ধিঙৰ পৰা উভতিল হিমা দাস

ডিজিটেল ডেস্কঃ ধিঙৰ কান্ধুলীমাৰীত চাৰিদিন কটাই আজি পুৱা ৯.৪০মান বজাত ঘৰৰ পৰা উভতিল হিমা দাস। এছিয়ান গেমছত সোণৰ পদক দখলেৰে উজ্বলি উঠা হিমাক গৃহ জিলা নগাঁৱতো ৰাজকীয় আদৰণি জনোৱা হৈছে। ১১ ছেপ্টেম্বৰত নগাঁৱত উপস্থিত হোৱা হিমাই চাৰি দিন ধিঙৰ…
আৰু পঢ়ক...

গঁড় হত্যাৰ বিৰুদ্ধে ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চালৈ অহা চতিয়াৰ বসন্ত দাস আৰু নাই

ডিজিটেল সংবাদ, উত্তৰ অসমঃ জীৱন সংগ্ৰামত যুঁজি যুঁজিও হাৰ নমনা চতিয়াৰ দুঃসাহসিক বসন্ত দাসে অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে। দীৰ্ঘদিন ধৰি এনকেফেলাইটিছ ৰোগত আক্ৰান্ত দাসে শুকুৰবাৰে নিশা চতিয়াৰ বৰঙাবাৰীৰ নিজৰ গৃহত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ…
আৰু পঢ়ক...

লামডিঙত চোৰাং কাঠৰ ব্যৱসায়ীক আটক

লামডিঙত এজন চোৰাংকাঠ ব্যৱসায়ী আটক। পলায়ন কৰে আন ৩জন চোৰাং কাঠ ব্যৱসায়ী৷ লামডিং বন বিভাগে লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা আটক কৰে কাঠৰ চোৰাং ব্যৱসায়ীজনক। সংৰক্ষিত বনাঞ্চলখনত গছ কাটি থকা অৱস্থাতে আটক লোকজনক৷ অাটক কৰা চোৰাং কাঠ…
আৰু পঢ়ক...

ব্ৰহ্মপু্ত্ৰৰ মাজত নিসংগ উমানন্দ! মন্দিৰলৈ দৰ্শনাৰ্থী যাবলৈ ১০দিন ধৰি ফেৰী সেৱা বন্ধ

ডিজিটেল ডেস্কঃ উমানন্দ দৰ্শন কৰিবলৈ আহি এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰাই উভতিবলগা হৈছে শ শ ভক্তপ্ৰাণ ৰাইজ। উত্তৰ গুৱাহাটীৰ নাও দুৰ্ঘটনাৰ পাছতেই ফেৰী সেৱা বন্ধ ৰখাৰ বাবেই মন্দিৰ দৰ্শনৰ বাবে অহা দৰ্শনাৰ্থীসকল যাব পৰা নাই উমানন্দলৈ। ইফালে, উমানন্দ…
আৰু পঢ়ক...