পৰম্পৰা ভংগ কৰি মন্দিৰত প্ৰৱেশ কৰা মহিলাক শিৰচ্ছেদ কৰিবলৈ আহ্বান প্ৰখ্যাত অভিনেতাৰ

ডিজিটেল ডেস্কঃ 'মন্দিৰত প্ৰৱেশ কৰা মহিলাক কাটি দুচেও কৰিব লাগে।’- এই বিস্ফোৰক মন্তব্য কৰিছে এগৰাকী বিখ্যাত অভিনেতাই। কেৰালাৰ সৱৰিমালা দেৱী মন্দিৰত মহিলাৰ প্ৰৱেশক লৈ বাক-বিতণ্ডা অব্যাহত থকাৰ মাজতে শুকুৰবাৰে এই মন্তব্য কৰে এগৰাকী প্ৰখ্যাত…
আৰু পঢ়ক...

চাৰিদিনীয়া এটি শিশু আৰু ২০০০ টকা, শিৱসাগৰত চাঞ্চল্য

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ নগৰত বৃহস্পতিবাৰে পুৱা এটি সদ্যজাতকক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। পিতৃ-মাতৃয়ে নিজৰ সদ্যজাত সন্তানটোক এহাল মাতাল পতি-পত্নীৰ হাতত অৰ্পণ কৰা ঘটনাই অঞ্চলটোত ব্যপক চৰ্চা লাভ কৰে। জানিব পৰা মতে, শিৱসাগৰ নগৰৰ ষ্টেচন…
আৰু পঢ়ক...

মোবাইল টাৱাৰৰ নামত লাখ লাখ টকা লুণ্ঠন কলকাতাৰ ভুৱা প্ৰতিষ্ঠানৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ ভুৱা ফোনকলৰ দ্বাৰা গ্ৰাহকক লুণ্ঠন চলাই লাখ লাখ টকা উলিয়াই নিয়া বাতৰি বিভিন্ন সময়ত প্ৰচাৰ হৈ আহিছে। এইবাৰ মোৱাইল টাৱাৰ সংস্থাপনৰ নামত ওদালগুৰিত গ্ৰাহকৰ পৰা কেইবা লক্ষাধিক টকা লুটিলে এক ব্যক্তিগত প্ৰতিষ্ঠানে।…
আৰু পঢ়ক...

কল্পনা গোড়ৰ মৃত্যুৰ ক্ষতিপূৰণৰ দাবীত পানেৰীত প্ৰতিবাদ

ডিজিটেল সংবাদ, টংলাঃ  ওদালগুৰি জিলাৰ পানেৰীৰ কুলশী নৈৰ পাৰত শুকুৰবাৰে প্ৰাকৃতিক সম্পদ সুৰক্ষা সমিতিৰ নেতৃত্বত কেইবা শতাধিক লোকৰ ধৰ্ণা কাৰ্যসূচী। নদীখনত কৰা অবৈধ খননৰ গাঁতত পৰি মৃত্যু হোৱা ছাত্ৰী কল্পনা গোড়ৰ মৃত্যুৰ ক্ষতিপূৰণৰ লগতে কুলশী নৈৰ…
আৰু পঢ়ক...

লক্ষ্ণৌৰ প্ৰাথমিক বিদ্যালয়ৰ বন্ধ কোঠাৰ পৰা উদ্ধাৰ বন্দুকসহ গুলী আৰু কাৰ্টিজ

ডিজিটেল ডেস্কঃ লক্ষ্নৌৰ এখন প্ৰাথমিক বিদ্যায়লৰ এটা বন্ধ কোঠাৰ পৰা শুকুৰবাৰে পুৱা কেইবাজাঁই গুলীসহ এটা বন্দুক আৰু ৩টা কাৰ্টিজ উদ্ধাৰ হয়৷ জানিব পৰা মতে, লক্ষ্নৌৰ নৰহিৰ এখন প্ৰাথমিক বিদ্যালয়ৰ এটা কোঠা বিগত ৪০ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত বন্ধ…
আৰু পঢ়ক...

পুনৰ মুকলি আকাশৰ তললৈ ঘোচ দি চাকৰি লোৱা ৪ এপিএছচি বিষয়া

ডিজিটেল সংবাদ, গুৱাহাটীঃ পুনৰ মুকলি আকাশৰ তললৈ আহিল এপিএছচিৰ ধন দি চাকৰি লোৱাৰ অভিযোগেৰে অভিযুক্ত ৪ বিষয়া। শুকুৰবাৰে ৪ অভিযুক্তৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। জামিন লাভ কৰা বিষয়া কেইগৰাকী ক্ৰমে উত্পল ভূঞা, নিশামণি ডেকা, পল্লৱী…
আৰু পঢ়ক...

ধেমাজিৰ কাছাৰী ময়দানত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ বিশাল গণসমাৱেশ

ধেমাজিৰ কাছাৰী ময়দানত বিশাল গণসমাৱেশ৷ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত এই সমাৱেশ। দুই সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে চুতীয়াক জনজাতিকৰণ কৰাৰ দাবী। বগীবিল দলং সতীসাধনী সেঁতু নামেৰে নামকৰণৰ দাবী প্ৰতিবাদকাৰীৰ। চুতীয়া ছাত্ৰ…
আৰু পঢ়ক...

পুনৰ ৰাফেল প্ৰসংগ

ফ্ৰান্সৰ পৰা ৰাফেল যুদ্ধবিমান ক্ৰয় কৰি দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হোৱা মোডী চৰকাৰৰ পৰা এইবাৰ সৰ্বোচ্চ ন্যায়ালয়ে সেই চুক্তি সম্পৰ্কীয় তথ্য-পাতি বিচাৰি নিৰ্দেশ জাৰি কৰা বিষয়টোৱে সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই ক্ষেত্ৰত কংগ্ৰেছ তথা বিৰোধীৰ…
আৰু পঢ়ক...

নতুন দিল্লীৰ যন্তৰ মন্তৰত এবিএমছুৰ প্ৰতিবাদ

নতুন দিল্লীৰ যন্তৰ মন্তৰত সদৌ বড়োলেণ্ড সংখ্যালঘু ছাত্ৰসন্থাৰ প্ৰতিবাদ৷ লাফিকুল ইছলাম হত্যাকাণ্ডৰ ন্যায়, ডি ভোটাৰ আৰু আঁসোৱাহমুক্ত এনআৰচিৰ দাবীত এই প্ৰতিবাদ৷ প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ সাংসদ নৱ শৰণীয়াৰ৷
আৰু পঢ়ক...

৪৮ ঘণ্টাৰ বাবে বন্ধ হ’ব ইণ্টাৰনেট!

ডিজিটেল ডেস্কঃ বন্ধ হ’ব ইণ্টাৰনেট। আগন্তুক ৪৮ ঘণ্টাৰ বাবে আপুনি গুগ’ল, হোৱাটছ এপ আৰু ফেচবুকৰ পৰা হৈ পৰিব বিচ্চিন্ন। 'ৰাছিয়া টুডে' নামৰ কাকতখনে প্ৰকাশ কৰিছে এই তথ্য। কাকতখনৰ মতে, আগন্তুক ৪৮ ঘণ্টাত ইন্টাৰনেট ব্যৱহাৰকাৰী সকলে যথেষ্ট অসুবিধাৰ…
আৰু পঢ়ক...