শেহতীয়া খবৰ
বটদ্ৰৱা থানৰ প্ৰধান আতৈ যোগেশ আতাৰ দেহাৱসান  •  BFF কাণ্ডৰ পিছত আপোনাৰ ফেচবুকত GRATULAৰ কু-দৃষ্টি  •  ডিপলোঙা কাণ্ডঃ ১১জনক গ্ৰেপ্তাৰ, ৭জনক জেললৈ প্ৰেৰণ  •  ওদালগুৰিত প্ৰাক্তন প্ৰধানমন্ত্ৰীক স্মৰণ দল-সংগঠনৰ  •  বাজপেয়ীৰ আত্মাৰ সদগতি কামনাৰে বটদ্ৰৱা থানত প্ৰাৰ্থনা  •  ৭ ৰাজ্যত বানৰ কাল ৰূপ, কেৰালাত নিহতৰ সংখ্যা ৩২৭লৈ বৃদ্ধি  •  প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীলৈ এবছুৰ শ্ৰদ্ধাঞ্জলি  •  নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ প্ৰবন্ধকক ৮ঘণ্টা জেৰা গোলাঘাট আৰক্ষীৰ  •  মনত পৰিছে আজি, জুইয়ে পোৰা ৮৩’ত তুমি কৈছিলাহি- ‘জয় আই অসম’  •  ২২ আগষ্টলৈকে ইন্টাৰনেট-ফোনকল সকলো ফ্ৰী

সোপাধৰা অসম আৰক্ষীৰ সৃষ্টি, দাবী সদৌ মৰাণ ছাত্ৰ সন্থাৰ

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ উজনি অসমৰ অন্যতম শিক্ষিত লোকৰ চহৰ ডিব্ৰুগড়ৰ খলিহামাৰীত যোৱা ৪ আগষ্টত সোপাধৰাৰ সন্দেহত কাকপথাৰৰ মৃদুল মৰাণক প্ৰত্যক্ষভাৱে শাৰিৰীকভাৱে নিৰ্মম অত্যাচাৰ কৰাৰ আঁৰত অসম আৰক্ষীৰ জোৱানৰ হাত আছে। এই অভিযোগ উত্থাপন কৰিছে…
আৰু পঢ়ক...

কলিয়াবৰত ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত, যান-জঁটত আৱদ্ধ বহু বাহন

ডিজিটেল সংবাদ, কলিয়াবৰঃ  নগাঁও জিলাৰ কলিয়াবৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজভাগতে সোমবাৰ পুৱাৰ ভাগত এখন ট্ৰাক বাগৰি পৰাত কেবাঘণ্টা ধৰি তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। কলিয়াবৰৰ মিছাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে গুৰ কঢ়িয়াই অনা ট্ৰাকখন।…
আৰু পঢ়ক...

ফুল-চন্দন গাঁথিছে, কাৰ বিয়াৰ কথা চলিছে…

ডিজিটেল ডেস্কঃ এখন বিয়া। এইখন বিয়াক লৈ এতিয়া সকলোৰে চকু। ৰাহুল গান্ধীৰ বিয়া নহয় এইখন। ছলমান খানৰো নহয় এইখন বিয়া। এইখন বিয়াৰ সৈতে কিন্তু সম্পৰ্ক আছে অসমৰ। কেৱল অসমৰে নহয়, এই বিয়াক লৈ গৰম বতাহ বলিছে বলিউডতো। এইখন কইনা ঘৰৰ বিয়া। দৰা বিদেশৰ।…
আৰু পঢ়ক...

লেখাপানীত কানিসহ মহিলাক আটক

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী জাগুন, লেখাপনী আদি অঞ্চলসমূহত ক্ৰমাৎ বৃদ্ধি পাইছে কানি-ড্ৰাগছৰ বেহা। দেওবাৰে লেখাপানী আৰক্ষীয়ে গোপনসূত্ৰৰ পমখেদি অভিযান চলাই কুঁহিয়াৰবাৰীৰ চাৰি মাইলৰ কৃষ্ণ ছেত্ৰী নামৰ…
আৰু পঢ়ক...

স্বাধীনতা দিৱসৰ প্ৰস্তুতি গোলাঘাটত

ডিজিটেল সংবাদ, গোলাঘাটঃ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতৰ ৭২ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ আৰু এটা দিন বাকী। দেশৰ অন্যান্য ঠাইৰ লগতে গোলাঘাটতো স্বাধীনতা দিৱস উদযাপনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে। গোলাঘাট সদৰ চহৰৰ সমন্বয়…
আৰু পঢ়ক...

লখিমপুৰত বেতন বঞ্চিত শিক্ষকৰ আমৰণ অনশনঃ খবৰ ল’বলৈ আহৰি নাই শিক্ষামন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ লখিমপুৰত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভত ফাঁটি পৰিছে শ শ বেতন বঞ্চিত শিক্ষক। ৪দিন ধৰি আমৰণ অনশনত বহা এইসকল শিক্ষক-শিক্ষয়িত্ৰীৰ খবৰ ল’বলৈ কিন্তু আজৰি পোৱা নাই শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীয়ে। দীৰ্ঘদিন ধৰি…
আৰু পঢ়ক...

নগাঁৱত নৱ-নিৰ্মিত পথ মুকলি কৰিলে উপায়ুক্তই

ডিজিটেল ডেস্কঃ নগাঁৱৰ ডিমৰুগুৰিত আজি এটি নৱ-নিৰ্মিত পথ মুকলি কৰা হয়। নৱ-নিৰ্মিত পথটি মুকলি কৰে নগাঁও জিলা উপাযুক্ত বিশ্বজিৎ পেগুয়ে। পথটো নিৰ্মাণ কৰে গ্ৰামোন্নয় বিভাগে। ডিমৰুগুৰি গাঁও পঞ্চায়ত অধীনত নিৰ্মাণ কৰা হৈছে আমতলা পথটি। উক্ত পথটি…
আৰু পঢ়ক...

দেবোলাল গাৰ্লোছাক গ্ৰেপ্তাৰৰ দাবীত ১০ ঘণ্টীয়া ডিমা হাছাও বন্ধ

ডিজিটেল ডেস্কঃ ডিমা হাছাও জিলা কংগ্ৰেছ কমিটীয়ে আহ্বান দিয়া ১০ ঘণ্টীয়া ডিমা হাছাও বন্ধৰ প্ৰভাৱ পৰিছে জিলাখনত। এই সময়ছোৱাত এতিয়ালৈকে কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা বাতৰি অহা নাই। ডিমা হাছাওৰ প্ৰাক্তন পৰিষদীয় মুৰব্বী পূৰ্ণেন্দু লাংথাছা আৰু…
আৰু পঢ়ক...

হয়, আমি হৰাৰে লায়ক আছিলোঃ কোহলি

ডিজিটেল ডেস্কঃ লৰ্ডছৰ টেষ্টত ইংলেণ্ডৰ হাতত আত্মসমৰ্পণ কৰিলে টীম ইণ্ডিয়াই। ইংলেণ্ড ভ্ৰমণলৈ যোৱা ভাৰতীয় দলৰ এনে শোচনীয় পৰাজয়ৰ পাছত টীম ইণ্ডিয়াক লৈ চৌদিশে সমালোচনাৰ জোৱাৰ। এক ইনিংছত ১৫৯ৰানত পৰাস্ত হোৱা ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলিৰ হাতত…
আৰু পঢ়ক...

২৬ ভাৰতীয় বন্দীক মুকলি কৰি দিব পাকিস্তানে

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ভাৰতলৈ শুভেচ্ছা আৰু শুভবাৰ্তা প্ৰেৰণৰ লক্ষ্যৰে পাকিস্তানে দেশখনত বন্দী হৈ থকা ২৬গৰাকী বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে। ইমৰান খানৰ নেতৃত্বত গঠিত হ’বলগীয়া পাকিস্তানৰ নতুন চৰকাৰে ভাৰতলৈ এক…
আৰু পঢ়ক...