আছুৰ মুৰ্গী ফাৰ্মত দৈনিক উৎপাদন লক্ষাধিক কণী

ডিজিটেল ডেস্কঃ যি সময়ত পেট্ৰ’ল-ডিজেল-ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে সাধাৰণ নাগৰিকক দিশহাৰা কৰি তুলিছে সেই সময়ত কৃষক মুক্তিকে ধৰি ৰাজ্যৰ কেইবাটাও দল-সংগঠন তৎপৰ হৈ পৰিছে প্ৰতিবাদত। তাৰ সমান্তৰালকৈ এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি এক…
আৰু পঢ়ক...

পেট্ৰ’ল-ডিজেল প্ৰভাৱ! পূজাৰ পিছতে দাম বাঢ়িব লেপটপ-মোবাইলৰ

ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পালে প্ৰযুক্তিৰ সৈতে জড়িত বিভিন্ন আমদানিকৃত সা-সামগ্ৰীৰ দাম। এনে সামগ্ৰীসমূহৰ ওপৰত আবকাৰী শুল্ক বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ দাম বৃদ্ধি পাইছে। ইন্ধনৰ আবকাৰী শুল্ক হ্ৰাস কৰাৰ ফলত…
আৰু পঢ়ক...

মাজুলী কাৰ্যনিৰ্বাহকৰ নাগৰিকত্ব সংশোধনী প্ৰস্তাৱক লৈ ক্ষুন্ন বিজেপিৰ তৃণমূল কৰ্মী

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনেী বিধেয়কক লৈ মাজুলীত ৰাজ্যিক কাৰ্যনিৰ্বাহকত বিজেপিয়ে গ্ৰহণ কৰা স্থিতিক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হিন্দু বাংলাদেশী সংস্থাপনৰ বাবে লোকসভা নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ…
আৰু পঢ়ক...

সদভাৱনা যাত্ৰাত বৰপেটা-বাক্সাৰ ২০ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰাষ্ট্ৰপতিৰ বিশেষ আঁচনি মিছন সদভাৱনা যাত্ৰাৰ তৃতীয় বৰ্ষৰ দলটো ইতিমধ্যে ৰঙিয়াৰ পৰা শুকুৰবাৰে ৰাওনা হৈছে। ১৫নং জাঁট ৰেজিমেণ্টে সম্পূৰ্ণৰূপে তদাৰক কৰা এই যাত্ৰাত পিছপৰা আৰু প্ৰায় দুৰ্গম অঞ্চলৰ মেধাৱী ছাত্র-ছাত্ৰীক লৈ যোৱা…
আৰু পঢ়ক...

গহপুৰত সদৌ অসম আন্ত:জিলা মহিলা ফুটবল, কোকৰাঝাৰ চূড়ান্ত বিজয়ী

ডিজিটেল সংবাদ, উত্তৰ অসমঃ গহপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত সদৌ অসম ফুটবল সন্থাৰ সহযোগত গহপুৰত দুই অক্টোবৰৰ পৰা চলি থকা ২২ সংখ্যক সদৌ অসম আন্ত:জিলা মহিলা ফুটবল প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। কনি বড়ি মিনি ষ্টেডিয়ামত অনুষ্ঠিত চূড়ান্ত…
আৰু পঢ়ক...

ভ্ৰষ্টাচাৰ বিৰোধী চৰকাৰৰ দিনত ১০ শতাংশ বৃ্দ্ধি পালে উৎকোচৰ লেনদেন

ডিজিটেল ডেস্কঃ চৰকাৰে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি যিমানেই কথাৰ ফুলজাৰি নুফুটালেও প্ৰকৃততে ভ্ৰষ্টাচাৰিতা পূৰ্বৰ তুলনাত যে বৃদ্ধিহে হৈছে সেয়া এক সমীক্ষাৰ দ্বাৰা শেহতীয়াকৈ পোহৰলৈ আহিছে। ট্ৰান্সপৰেন্সী…
আৰু পঢ়ক...

চিবিএফচি, গুৱাহাটীত ১৫ সদস্যৰ নিযুক্তি

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনস্থ চেন্ট্ৰে’ল বোৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচন চমুকৈ চিবিএফচি, গুৱাহাটীৰ সদস্য ৰূপে ১৫জনক নিযুক্তি দিয়া হৈছে। চিবিএফচিৰ উপদেষ্টা পেনেলত নিযুক্তি লাভ কৰা সদস্যকেইগৰাকী…
আৰু পঢ়ক...

৪৮ ঘণ্টাৰ বাবে ইণ্টাৰনেট বন্ধ! প্ৰকৃত সত্য কি?

ডিজিটেল ডেস্কঃ ৪৮ ঘণ্টাৰ বাবে সঁচাকৈয়ে বন্ধ হ'ব নেকি ইণ্টাৰনেট? ওহো, মুঠেই নহয়। বহুতে ভবাৰ দৰে ক্ৰিপ্ট'গ্ৰাফিক কীৰ মেইনটেনেন্সৰ ফলত সমগ্ৰ বিশ্বতে ৪৮ ঘন্টাৰ বাবে ইন্টাৰনেট সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ নাযায়। ইন্টাৰনেট কৰ্প'ৰেশ্যন অব এছাইনড নেম…
আৰু পঢ়ক...

গুৱাহাটীকে ধৰি দেশৰ ৫ উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তিত কলেজিয়ামৰ অনুমোদন

ডিজিটেল ডেস্কঃ দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ৰ কলেজিয়ামে কলিকতা, বোম্বে, উত্তৰাখণ্ড, ছিকিম আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তিৰ বাবে অনুমোদন জনাইছে। দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ মদন বি লোকুৰ আৰু কুৰিয়ান যোচেফৰ…
আৰু পঢ়ক...

#MeToo: তদন্তৰ বাবে চৰকাৰে গঠন কৰিলে ন্যায়াধীশৰ বিশেষ কমিটি

ডিজিটেল ডেস্কঃ নানা পাটেকাৰৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি অভিনেত্ৰী তনুশ্ৰী দত্তই #MeToo আন্দোলনক নতুন মাত্ৰা প্ৰদান কৰাৰ পিছতে বিষয়টোক গুৰুত্বসহকাৰে ল’বলৈ বাধ্য হৈ পৰিছে চৰকাৰ৷ বিশেষকৈ কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰৰ নামো ইয়াৰ সৈতে…
আৰু পঢ়ক...