শেহতীয়া খবৰ
জেহাদীৰ পুলি-পোখা উভালি পেলোৱাৰ দাবীত গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ জোৰ সমদল  •  বাক্সাৰ কালপানীত তিনিদিনীয়া কাৰ্যসূচীৰে শংকৰদেৱৰ জন্মোৎসৱ পালন  •  ৬৮’ প্ৰখ্যাত শ্ৰমিক আন্দোলনৰ ৫০ বছৰঃ মালিগাঁৱত ছহিদলৈ শ্ৰদ্ধাঞ্জলি  •  ৬৮’ প্ৰখ্যাত শ্ৰমিক আন্দোলনৰ ৫০ বছৰঃ মালিগাঁৱত ছহিদলৈ শ্ৰদ্ধাঞ্জলি  •  বাস্তৱৰ জীৱনঃ কি ক’বি, সৰুজনী ছোৱালীয়েই মোক খেদি খেদি মাৰে...  •  ফাদাৰ থমাছক শেষ শ্ৰদ্ধা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ  •  বুধবাৰে বিশ্বনাথৰ বিহালীত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ  •  ফেচবুকে ৰঙাঘৰত সুমুৱালে সুদূৰ নাইজেৰিয়াৰ অসমৰ জোৱাইক  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা

ডিমাকুছিত জঘন্য ঘটনা, এখন চাইকেলৰ বাবে পিতৃক হত্যা

ডিজিটেল সংবাদ, ওদালগুৰিঃ  শনিবাৰে নিশা ডিমাকুছিত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। সাধাৰণ এখন চাইকেল নোপোৱাৰ বাবে নিশা পিতৃক খৰিৰে মৰিয়াই মৰিয়াই হত্যা কৰে পুত্ৰই। হত্যাকাৰী পুত্ৰই সুৰামত্ত অৱস্থাত নিশা এই ঘটনা সংঘটিত কৰে। এই জঘন্য হত্যাকাণ্ড…
আৰু পঢ়ক...

দুধনৈৰ ৰেল পথত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ 

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত টাঙাবাৰীৰ ৰেলপথত এগৰাকী অচিনাক্ত মহিলাৰ ক্ষত-বিক্ষত অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিবপৰা মতে, টাঙাবাৰীৰ শালঝাৰৰ ৰেলপথত…
আৰু পঢ়ক...

পুনৰ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি

দেওবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লত বৃদ্ধি হ’ল ০.২৮ টকাকৈ। ইফালে, ০.১৮টকাকৈ বৃদ্ধি প্ৰতিলিটাৰ ডিজেলত। বৰ্তমান দিল্লীত পেট্ৰ’লৰ প্ৰতিলিটাৰত ৮১.৯১ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতি…
আৰু পঢ়ক...

কলকাতাৰ বগ্ৰী মাৰ্কেটত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড

নিশা প্ৰায় ২.৪৫ মান বজাত কলকাতাত সংঘটিত হয় অগ্নিকাণ্ড। কলকাতাৰ বগ্ৰী  মাৰ্কেটত সংঘটিত এই অগ্নিকাণ্ড। ঘটনাস্থলীত ৩০খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা। যিহেতু এই ঠাইত বহুকেইটা অট্টালিকা আছে, সেয়েহে অগ্নি নিৰ্বাপনত…
আৰু পঢ়ক...

এচিয়া কাপৰ প্ৰথমখন খেলত ১৩৭ ৰাণ ব্যৱধানত শ্ৰীলংকাক হৰুৱালে বাংলাদেশে

ডিজিটেল ডেস্কঃ ডুবাইত অনুষ্ঠিত এচিয়া কাপ ক্ৰিকেটৰ প্ৰথমখন খেলত বাংলাদেশৰ হাতত পৰাভূত হ’ল সিংঘল বাহিনী। ১৩৭ ৰাণৰ ব্যৱধানেৰে শ্ৰীলংকাৰ বিৰুদ্ধে এক বৃহৎ জয়লাভ কৰিলে বাংলাদেশে। টছত জিকি প্ৰথমে বাংলাদেশে বেটিঙৰ সিদ্ধান্ত লৈছিল। অধিনায়ক…
আৰু পঢ়ক...

ডকমকা কাণ্ডৰ পুনৰাবৃত্তি! মনিপুৰত মৰিয়াই মৰিয়াই হত্যা যুৱকক

ডিজিটেল ডেস্কঃ অভি-নীলৰ সেই নাৰকীয় হত্যাকাণ্ডই জোকঁৰি গৈছিল সমগ্ৰ বিশ্বক। অসমৰ পৰা পৰা আৰম্ভ কৰি আফ্ৰিকালৈ, সকলোৱে নিন্দা কৰিছিল এই ঘটনাক। সকলোৱে কামনা কৰিছিল বিশ্বৰ কোনো প্ৰান্তত সংঘটিত নহওক এনে ঘটনা। কিন্তু ডকমকাৰ সেই নাৰকীয় হত্যাকাণ্ডৰ…
আৰু পঢ়ক...

১ মিনিটত দিনটোৰ ২৫ খবৰ

১.বিহাৰৰ বুদ্ধ গয়াঁত শনিবাৰে তিনিটাকৈ বোমা উদ্ধাৰ হোৱাকলৈ চাঞ্চল্য। বুদ্ধ গয়াঁৰ শৌচালয়ত লুকুৱাই ৰখা অৱস্থাত টিফিনত সংস্থাপিত কৰা বোমাকেইটা উদ্ধাৰ হয়। ২.১৯ চেপ্তেম্বৰৰ পৰা চেন্নাইত অনুষ্ঠিত হব লগীয়া বিচিচিআইৰ বিজয় হাজাৰে ক্ৰিকেট…
আৰু পঢ়ক...

দেওবাৰে ISROয়ে প্ৰক্ষেপণ কৰিব ‘পি এছ এল ভি-চি ৪২’

ডিজিটেল ডেস্কঃ বানপানীৰ লগতে অন্যান্য প্ৰাকৃতিক দুৰ্যোগ আৰু বিভিন্ন গ্ৰহৰ মেপিংৰ বাবে দেওবাৰে নিশা ১০ বাজি ৭ মিনিটত ISROয়ে প্ৰক্ষেপণ কৰিব ‘পি এছ এল ভি-চি ৪২' ৰকেটৰ দ্বাৰা দুটাকৈ উপগ্ৰহ । চেন্নাইৰ পৰা প্ৰায় ১১০ কি:মি: নিলগত শ্ৰীকোটাস্থিত…
আৰু পঢ়ক...

গুৱাহাটীত ‘মানুহ’ৰ বজাৰ!

► মৃদুল কুমাৰ সন্দিকৈ গুৱাহাটীত এখন বজাৰ! আপুনি ক’ব পাৰে এইখন ‘মানুহ’ৰ বজাৰ। আপোনাক যদি ‘মানুহ’ লাগে তেন্তে এই বজাৰলৈ আপুনি আহিব পাৰে। কি মানুহ লাগে আপোনাক? যি ধৰণৰ ‘মানুহ’ লাগে, সেই ধৰণৰ মানুহেই আপুনি ইয়াত পাব। আপুনি এই বজাৰত ভৰি দিয়াৰ…
আৰু পঢ়ক...

দেওবাৰৰ পৰা পুনৰ চলিব যোৰহাট-মাজুলী সংযোগী ফেৰী

দেওবাৰৰ পৰা আকৌ চলিব যোৰহাট-মাজুলী সংযোগী ফেৰী। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবে এই সিদ্ধান্ত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কনিষ্ঠ সহায়ক পদৰ পৰীক্ষাৰ পৰিক্ষাৰ্থীৰ সুবিধাৰ্থে এই সিদ্ধান্ত গ্ৰহণ।…
আৰু পঢ়ক...