শেহতীয়া খবৰ
পুলৱামা কাণ্ডক লৈ ছ’চিয়েল মিডিয়াত ৰাজ্যপালৰ বিতৰ্কিত মন্তব্য  •  সাংস্কৃতিক কৰ্মী ভাস্কৰ দত্তৰ মৃত্যুত শিৱসাগৰত গভীৰ শোক  •  ডাইনী সন্দেহত কোকৰাঝাৰত একে পৰিয়ালৰ ৩ সদস্যক আক্ৰমণ  •  কেবিনেটৰ অনুমোদন, অতীত হ’ব তিনি তালাক  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’ল খুন্দাত নিহত মাতৃ-কন্যা  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  ৰাণা গোস্বামীক এ আই চি চিৰ সম্পাদক নিযুক্তি  •  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ...  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’লৰ খুন্দাত প্ৰাণ গ’ল পাঁচ বছৰীয়া কন্যাৰ লগতে মাতৃৰ...

নিৰ্মাণৰ পাছতেই চপৰা-চপৰে এৰিছে অসম-অৰুণাচল সংযোগী পথ…

ডিজিটেল সংবাদ, ওৰাংঃ ওদালগুৰি জিলাৰ মাজবাটত পকি পথ মেৰামতিৰ নামত অনিয়ম। পথ মেৰামতিৰ পাছতেই ৰাইজে কাৰপেটৰ দৰে হাতেৰে চপৰা চপৰে এৰোৱালে পকী পথ। অসম-অৰুণাচলপ্ৰদেশ সংযোগী অতি গুৰুত্বপূৰ্ণ এই পথটো । অসম-অৰুণাচল সংযোগী এই পথটো পুনৰ মেৰামতি…
আৰু পঢ়ক...

সহস্ৰাধিক প্ৰতিযোগীৰ অংশগ্ৰহণেৰে নুমলীগড় মাৰাথান, ২০১৯

ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড় শোধনাগাৰৰ উদোগত দেওবাৰে পুৱা আৰম্ভ হয় নুমলীগড় মাৰাথান, ২০১৯। পঞ্চম বাৰৰ বাবে অনুস্থিত হোৱা এই মাৰাথানত পুৱা ব্যাপক উছাহ দেখা গ'ল প্ৰতিযোগিসকলৰ লগতে নুমলীগড়বাসীৰ। ৫, ১০ আৰু ২১ কিলোমিটাৰ তিনিটা পৰ্যায়ত…
আৰু পঢ়ক...

এক যোগ্য প্ৰত্যুত্তৰ দিবই লাগিবঃ পুলৱামাৰ ঘটনাক লৈ অভিনেতা বিকী কৌশলৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্কঃ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ‘উৰিঃ দ্য ছাৰ্জিকেল ষ্ট্ৰাইক’ ছবিখনৰ অভিনেতা বিকী কৌশলৰ। সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা জোৱান সকলক লৈ তেওঁ শোক ব্যক্ত কৰে। অভিনেতাগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি…
আৰু পঢ়ক...

দেওবাৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ

দেওবাৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। অসমত কেইবাটাও কাৰ্যসূচীত ভাগ ল'ব তেওঁ। অসমলৈ আহিয়ে প্ৰথমে গুৱাহাটীত উপস্থিত হৈ পোনে পোনে তেওঁ যাব লখিমপুৰলৈ। লখিমপুৰত এখন বিশাল জনসভাত অংশগ্ৰহণ ল'ব অমিত শ্বাহে।…
আৰু পঢ়ক...

‘প্ৰতিদিন টাইম’লৈ ৰাষ্ট্ৰীয় বাতৰি পৰিৱেশকৰ শ্ৰেষ্ঠ বঁটা

ডিজিটেল ডেস্কঃ সংবাদ ক্ষেত্ৰখনত জন্ম লগ্নৰ পৰা সামাজিক দায়বদ্ধতাৰ পৰিচয় দি অহা সাদিন-প্ৰতিদিন গোষ্ঠীৰ বৈদ্যুতিন মাধ্যম ‘প্ৰতিদিন টাইম’ক ৰাষ্ট্ৰীয় বাতৰি পৰিৱেশনৰ শ্ৰেষ্ঠ বঁটা এক্সেঞ্জ ফ’ৰ মিডিয়া নিউজ ব্ৰডকাষ্টিং এৱাৰ্ডছ চমুকৈ ই এন বি এ…
আৰু পঢ়ক...

৮ ৰাজ্যৰ কৃষ্টি-সংস্কৃতিৰে উজলিল মেঘালয়ৰ বিজ্ঞান প্ৰযুক্তি বিশ্ববিদ্যালয়

ডিজিটেল সংবাদ, গুৱাহাটীঃ মেঘালয়ৰ বিজ্ঞান প্ৰযুক্তি বিশ্ববিদ্যালয়ত শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ষষ্ঠতম নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছত শনিবাৰেও অনুষ্ঠিত হয় বহু আকৰ্ষণীয় অনুষ্ঠান। শনিবাৰে দেশৰ বহুকেইজন আগশাৰীৰ সমাজ সেৱক, ৰাজনৈতিক নেতাৰ উপস্থিতিত…
আৰু পঢ়ক...

বৰ্ণিল হৈ পৰিছে ডিফুৰ তাৰালাংছ’ত অনুষ্ঠিত ৪৫ তম কাৰ্বি যুৱ মহোৎসৱ, চাওক VIDEO

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ১৯৭৮ বৰ্ষতে আৰম্ভ হোৱা উত্তৰ-পূৱ ভাৰতবৰ্ষৰ প্ৰথম যুৱ মহোৎসৱটিত সমূহ কাৰ্বি যুৱ সমাজ একত্ৰিত হৈছিল ৷ সেই বৰ্ষটো নিশ্চিতভাৱে কাৰ্বিসকলৰ বাবে এটা উল্লেখনীয় বছৰ বুলিব পাৰি ৷ কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত প্ৰথম অনুষ্ঠিত…
আৰু পঢ়ক...

১ মিনিটত ২৫ খবৰ

১. গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় বেডমিণ্টনৰ মহিলা শাখাত চেম্পিয়ন ছাইনা নেহৱাল। ফাইনেলত পি ভি সিন্ধুক ২১–১৮, ২১–১৫ ছেটত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে ছাইনাই। ২. জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা চি আৰ পি এফ জোৱানৰ…
আৰু পঢ়ক...

হঠাৎ খহি পৰিল বিশ্ববিদ্যলয়ৰ ৪ মহলীয়া অট্টালিকা…

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ চেইন্ট পিটাৰ্চবাৰ্গত শনিবাৰে এখন বিশ্ববিদ্যালয়ৰ এটা ৪ মহলীয়া অট্টালিকা খহি পৰাৰ ফলত ধ্বংস্তূপৰ মাজত কমেও ২০ জনকৈ লোক আবদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, যোৱা দুদিন ধৰি বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য…
আৰু পঢ়ক...

দেওবাৰেহে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ…

দেওবাৰেহে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। পুৱা গুৱাহাটীত উপস্থিত হ’বহি বিজেপি সভাপতিজন। গুৱাহাটীৰ পৰা পোনে পোনে ৰাওনা হ’ব লখিমপুৰলৈ। লখিমপুৰত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰিব অমিত শ্বাহে। লখিমপুৰৰ পৰা উভতি…
আৰু পঢ়ক...