হোম ডেলিভাৰী, ঘৰতে বহি লাভ কৰক সুৰাৰ বটল

ডিজিটেল ডেস্কঃ সুৰাপায়ী সকলৰ বাবে সুখবৰ। এতিয়াৰে পৰা সুৰা ক্ৰয় কৰিবলৈ যাব নালাগে সুৰাৰ দোকানলৈ। ফোন কৰিলে ঘৰতেই দিব যাবহি সুৰা। শুনি আচৰিত যেন লাগিলেও এয়া সত্য হ’বলৈ গৈ আছে৷ অচিৰেই অনলাইনৰ যোগেদি সুৰা হোম ডেলভাৰী হ’ব। পিছে এই সুবিধা অসম…
আৰু পঢ়ক...

গহপুৰ ছোৱালী হাইস্কুলত বৃত্তি প্ৰদান অনুষ্ঠান

ডিজিটেল সংবাদ, গহপুৰঃ নৰ্থ-ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট ফৰ টেলেন্ট চাৰ্চ (নেৰিষ্ট)ৰ তৰফৰপৰা গহপুৰ ছোৱালী হাইস্কুলত সোমবাৰে এক বৃত্তি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়। দ্বিতীয় মানৰপৰা পঞ্চম মান শ্ৰেণীৰ ১২৬জন ছাত্ৰ-ছাত্ৰীয়ে ১৫০টকাৰ পৰা ৫৫০০ টকা…
আৰু পঢ়ক...

শিলাদিত্য দেৱৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী থানাত এজাহাৰ

হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী থানাত এজাহাৰ। সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে বিধায়কজনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। পাণবজাৰৰ বোমা বিস্ফোৰণক লৈ উচতনিমূলক মন্তব্য কৰাৰ অভিযোগ শিলাদিত্যৰ বিৰুদ্ধে। ঈদত…
আৰু পঢ়ক...

সাংবাদিক প্ৰিয়া ৰমণীৰ বিৰুদ্ধে কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰৰ মানহানি গোচৰ

এইবাৰ সাংবাদিক-লেখিকা প্ৰিয়া ৰমণীৰ বিৰুদ্ধে মানহানিৰ গোচৰ৷ কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰে তৰিলে মানহানিৰ গোচৰ৷ দিল্লীৰ পাটিয়ালা হাউচ আদালতত গোচৰ তৰিলে এম জে আকবৰে৷ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল…
আৰু পঢ়ক...

ইতিহাসে ক্ষমা নকৰিব

ৰাজ্যৰ জনসাধাৰণ শাৰদীয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত থকাৰ সময়তে সুদূৰ মাজুলীত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰি নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ পক্ষে ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰা কাৰ্যই অসমবাসীৰ জাতীয় সহমতক চৰমভাৱে উপেক্ষা কৰিছে।…
আৰু পঢ়ক...

বৰ্মন-কছাৰী জনগোষ্ঠীক এনআৰচিত অন্তৰ্ভুক্তিৰ লগতে ‘ডি’ ভোটাৰ সমস্যা সমাধানৰ দাবীত ভেৰগাঁৱত প্ৰতিবাদ

ডিজিটেল সংবাদ, টংলাঃ অসমৰ ভূমিপুত্ৰ বৰ্মন-কছাৰী জনগোষ্ঠীৰ জনজাতি লোকসকলক ভাৰতীয় নাগৰিকত্বৰ বৈধ নথিপত্ৰ থকাৰ পিছতো বৰ্মন-কছাৰী জনগোষ্ঠীৰ লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাত অন্তৰ্ভুক্ত নোহোৱাৰ লগতে জনগোষ্ঠীটোৰ লোকসকলক ‘ডি’ ভোটাৰৰ নামত…
আৰু পঢ়ক...

বাংগালুৰুত শ্ৰেণীকোঠাৰ ভিতৰতে ঘপিয়াই হত্যা প্ৰধান শিক্ষকৰ

ডিজিটেল ডেস্কঃ বাংগালুৰুত দেওবাৰে এটা ৬জনীয়া দুৰ্বৃত্তৰ দলে এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকক বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰতে ছাত্ৰ-ছাত্ৰীৰ সন্মুখত চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষীয়ে জনোৱা মতে, অগ্ৰহাৰা…
আৰু পঢ়ক...

বিজেপিৰে বিপিএফৰ মিত্ৰতা সন্দৰ্ভত স্থিতি স্পষ্ট হাগ্ৰামা মহিলাৰীৰ

বিজেপিৰ সৈতে বিপিএফৰ মিত্ৰতা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে হাগ্ৰামা মহিলাৰীয়ে। দুটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব বিপিএফে। কোকৰাঝাৰ আৰু মঙলদৈ সমষ্টিত অকলে নিৰ্বাচন খেলিব বিপিএফে। 'বিজেপিৰ সৈতে বিপিএফৰ মিত্ৰতা আছে, সভাপতি…
আৰু পঢ়ক...

মধ্যপ্ৰদেশত প্ৰধানমন্ত্ৰী মোডীক ‘উদ্যোগপতিৰ ৰক্ষক’ আখ্যা ৰাহুল গান্ধীৰ

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ দাতিয়াত সোমবাৰে এক জনসভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিক প্ৰত্যক্ষ আক্ৰমণ কৰে। কিছুদিন পূৰ্বে ৰাহুল গান্ধীয়ে মোদীক ভ্ৰষ্ট নেতা আখ্যা দিয়াৰ পিছতে এইবাৰ ৰাহুল…
আৰু পঢ়ক...

পূজাৰ উপলক্ষে গুৱাহাটীৰ যান-বাহন আৰক্ষীৰ বিশেষ ব্যৱস্থা গ্ৰহণ

দুৰ্গাপূজাৰ উপলক্ষে মহানগৰীত বিশেষ ব্যৱস্থা গ্ৰহণ যান-বাহন আৰক্ষীৰ। সংবাদমেল আয়োজন গুৱাহাটীৰ ট্ৰেফিক ডিচিপি  অমনজিত কৌৰৰ। প্ৰতিতো দুৰ্গা পূজা মণ্ডপত হ’ব ৱাকিং জ’ন। পূজা মণ্ডপৰ পৰা ৫০০ মিটাৰ দূৰলৈ পাৰ্কিং কৰিব নোৱাৰিব যান-বাহন।…
আৰু পঢ়ক...