শেহতীয়া খবৰ
আহোম স্বৰ্গদেউ পূৰন্দৰ সিংহৰ পৰিনাতিৰ দেহাৱসান  •  জাজৰি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন  •  ১৬১ ৰানতে অলআউট ইংলেণ্ড, তৃতীয় টেষ্টত আশা সজীৱ ভাৰতৰ  •  সাংবাদিক মনোজৰ মহানুভৱতা, কন্যাৰ বিয়া বাতিল কৰি বানাক্ৰান্তলৈ আগবঢ়ালে সমস্ত ধন  •  অৱশেষত কেৰালাৰ বানত আক্ৰান্ত অসমীয়াসকলৰ বাবে হেল্পলাইন নম্বৰ মুকলি  •  গহপুৰৰ ককিলাত সৰ্প দংশনত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু  •  পথৰ দুৰৱস্থা, কামপুৰত আধা বাটতে সন্তান প্ৰসৱ  •  শিয়ালমাৰীত উদ্ধাৰ কলিয়াবৰৰ চুৰি টাটা মোবাইল  •  জাকাৰ্টাৰ এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক  •  বান বিধ্বস্ত কেৰালাত কেনে আছে অসমৰ ডেকাসকল?

বিশ্বনাথত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ, দুজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, উত্তৰ অসমঃ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অধীনৰ বিশ্বনাথ চাৰিআলিৰ গড়ভিতৰৰপৰা আজি এটা দুষ্প্ৰাপ্য জীৱিত কাছ উদ্ধাৰ কৰাৰ লগতে নাও, জাল, বৰশীসহ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এক গোপন সূত্ৰৰ পম খেদি কাজিৰঙা নৰ্দান ৰেঞ্জৰ ৰেঞ্জাৰ…
আৰু পঢ়ক...

লালকিল্লাৰ পৰা মোদীৰ ভাল খবৰঃ ২০২২ত মহাকাশলৈ ভাৰতৰ মানৱ যান

ডিজিটেল ডেস্কঃ ৭২ সংখ্যাক স্বাধীনতা দিৱসত দেশবাসীক সম্বোধন কৰি দিয়া ভাষণ এটি কবিতাৰে সামৰণি মাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ইয়াৰ পূৰ্বে নিজৰ ভাষণত কেবাটাও ঐতিহাসিক ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। লালকিল্লাৰ ১৫ আগষ্টৰ মঞ্চৰ পৰা দেশবাসীক…
আৰু পঢ়ক...

৪টা নতুন ৰেঞ্জসহ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল গঠন

ডিজিটেল সংবাদ, উত্তৰ অসমঃ ৰাজ্য চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ সচিবে মঙলবাৰে জাৰি কৰা এক অধিসূচনাযোগে নগাঁও জিলাৰ হোজাইৰ বননীকৰণ সংমণ্ডলটো উঠাই দিয়াৰ লগতে কাজিৰঙা ষষ্ঠ সংযোজনৰ নৰ্দান ৰেঞ্জটো বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল উন্নীত কৰি নতুন চাৰিটা…
আৰু পঢ়ক...

ডিব্ৰুগড়তো স্বাধীনতা দিৱস উলহ-মালহেৰে উদযাপন

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড়তো উলহ-মালহেৰে ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। ডিব্ৰুগড় চৌকিডিংগী খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসত পুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জনস্বাস্থ্য মন্ত্ৰী ৰিহন দৈমাৰীয়ে। এই অনুষ্ঠানত জিলাখনৰ…
আৰু পঢ়ক...

খানাপাৰাৰ পৰা মুখ্যমন্ত্ৰীৰ ভাষণ…

পুৱা ৯.৩৭ বজাতঃ 'ভাৰত মাতা কি জয়' শ্লগানেৰে সামৰণি মাৰিলে মুখ্যমন্ত্ৰীৰ ভাষণ। পুৱা ৯.৩৫ বজাতঃ আগন্তুক দিনত চৰকাৰৰ কাম-কাজৰ ওপৰত ৰাইজে চোকা দৃষ্টি ৰাখকঃ মুখ্যমন্ত্ৰী। পুৱা ৯.৩৪ বজাতঃ বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম আমি সকলো এটি পৰিয়ালৰ…
আৰু পঢ়ক...

খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

খানাপাৰাত ৭২ সংখ্যাক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ। ভাষণত ক'লে খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাত প্ৰতিশ্ৰুতিৱদ্ধ চৰকাৰ। এন আৰ চি প্ৰসংগই স্থান পালে মুখ্যমন্ত্ৰীৰ ভাষণত। ঐক্য-সম্প্ৰীতি-সমন্বয় ৰক্ষাৰ বাবে ৰাইজক ধন্যবাদ।…
আৰু পঢ়ক...

নুনমাটি জাতীয় বিদ্যালয়ত স্বাধীনতা দিৱস উদযাপন

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ উপলক্ষে নুনমাটিস্থিত জাতীয় বিদ্যালয়তো বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে। বিশেষকৈ দেশপ্ৰেমমূলক সংগীতানুষ্ঠানে উপস্থিত সকলোৰে মন চুই যায়।…
আৰু পঢ়ক...

লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন প্ৰধানমন্ত্ৰীৰঃ LIVE Updates

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশে আজি ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। দিল্লীত স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। পুৱা ৯.১৪ বজাতঃ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা…
আৰু পঢ়ক...

আজি দিনৰ ১২.৩০ বজাত ‘প্ৰতিদিন টাইম’ত ‘ৰক্তবীজ’

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱস উপলক্ষে আজি দিনৰ ১২.৩০ বজাত সাদিন-প্ৰতিদিন গোষ্ঠীৰ ভগ্নী চেনেল 'প্ৰতিদিন টাইমত' প্ৰথমবাৰলৈ উপভোগ কৰিবলৈ পাব বছৰটোৰ সৰ্বশ্ৰেষ্ঠ ছবি 'ৰক্তবীজ'। ইতিমধ্যে অসমৰ ছবিগৃহত মুক্তি পোৱা ছবিখন প্ৰথমবাৰলৈ প্ৰতিদিন টাইমত…
আৰু পঢ়ক...

এটা ক্লিকতে প্ৰিয়জনলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা…

স্বাধীনতা দিৱস। আপুনিও হয়তো প্ৰিয়জনক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিব। আজিকালি মানুহৰ এছ এম এছ লিখাৰো সময় নাইকিয়া হ’ল। এখন ফটো দিয়েই আপুনি প্ৰিয়জনক শুভেচ্ছা জনাব পাৰে স্বাধীনতা দিৱসৰ। স্বাধীনতা দিৱসত আপুনি প্ৰিয়জনক শুভেচ্ছা জনাবলৈ…
আৰু পঢ়ক...