শেহতীয়া খবৰ
ফাদাৰ থমাছক শেষ শ্ৰদ্ধা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ  •  ফেচবুকে ৰঙাঘৰত সুমুৱালে সুদূৰ নাইজেৰিয়াৰ অসমৰ জোৱাইক  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  অভয়াপুৰীত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০তম জন্মোৎসৱ উদযাপন  •  চাউলধোৱাত পুখুৰীৰ পাৰত কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ লম্পট লোকনাথ  •  সোণাৰিত দুৰ্নীতি বিৰোধী অভিযান, ৫ হিচাপ পৰীক্ষকক আটক  •  ধিক পাকিস্তান! সীমান্তত বিএছএফ জোৱানক ডিঙি ৰেপি নৃশংস হত্যা  •  ২৮ ডিচেম্বৰত সমগ্ৰ ভাৰত কপাঁব 'ভিলেইজ ৰ’কষ্টাৰ্ছে'  •  ২৮ ডিচেম্বৰত সমগ্ৰ ভাৰত কপাঁব 'ভিলেইজ ৰ’কষ্টাৰ্ছে'

ডকমকা কাণ্ডৰ পুনৰাবৃত্তি! মনিপুৰত মৰিয়াই মৰিয়াই হত্যা যুৱকক

ডিজিটেল ডেস্কঃ অভি-নীলৰ সেই নাৰকীয় হত্যাকাণ্ডই জোকঁৰি গৈছিল সমগ্ৰ বিশ্বক। অসমৰ পৰা পৰা আৰম্ভ কৰি আফ্ৰিকালৈ, সকলোৱে নিন্দা কৰিছিল এই ঘটনাক। সকলোৱে কামনা কৰিছিল বিশ্বৰ কোনো প্ৰান্তত সংঘটিত নহওক এনে ঘটনা। কিন্তু ডকমকাৰ সেই নাৰকীয় হত্যাকাণ্ডৰ…
আৰু পঢ়ক...

১ মিনিটত দিনটোৰ ২৫ খবৰ

১.বিহাৰৰ বুদ্ধ গয়াঁত শনিবাৰে তিনিটাকৈ বোমা উদ্ধাৰ হোৱাকলৈ চাঞ্চল্য। বুদ্ধ গয়াঁৰ শৌচালয়ত লুকুৱাই ৰখা অৱস্থাত টিফিনত সংস্থাপিত কৰা বোমাকেইটা উদ্ধাৰ হয়। ২.১৯ চেপ্তেম্বৰৰ পৰা চেন্নাইত অনুষ্ঠিত হব লগীয়া বিচিচিআইৰ বিজয় হাজাৰে ক্ৰিকেট…
আৰু পঢ়ক...

দেওবাৰে ISROয়ে প্ৰক্ষেপণ কৰিব ‘পি এছ এল ভি-চি ৪২’

ডিজিটেল ডেস্কঃ বানপানীৰ লগতে অন্যান্য প্ৰাকৃতিক দুৰ্যোগ আৰু বিভিন্ন গ্ৰহৰ মেপিংৰ বাবে দেওবাৰে নিশা ১০ বাজি ৭ মিনিটত ISROয়ে প্ৰক্ষেপণ কৰিব ‘পি এছ এল ভি-চি ৪২' ৰকেটৰ দ্বাৰা দুটাকৈ উপগ্ৰহ । চেন্নাইৰ পৰা প্ৰায় ১১০ কি:মি: নিলগত শ্ৰীকোটাস্থিত…
আৰু পঢ়ক...

গুৱাহাটীত ‘মানুহ’ৰ বজাৰ!

► মৃদুল কুমাৰ সন্দিকৈ গুৱাহাটীত এখন বজাৰ! আপুনি ক’ব পাৰে এইখন ‘মানুহ’ৰ বজাৰ। আপোনাক যদি ‘মানুহ’ লাগে তেন্তে এই বজাৰলৈ আপুনি আহিব পাৰে। কি মানুহ লাগে আপোনাক? যি ধৰণৰ ‘মানুহ’ লাগে, সেই ধৰণৰ মানুহেই আপুনি ইয়াত পাব। আপুনি এই বজাৰত ভৰি দিয়াৰ…
আৰু পঢ়ক...

দেওবাৰৰ পৰা পুনৰ চলিব যোৰহাট-মাজুলী সংযোগী ফেৰী

দেওবাৰৰ পৰা আকৌ চলিব যোৰহাট-মাজুলী সংযোগী ফেৰী। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবে এই সিদ্ধান্ত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কনিষ্ঠ সহায়ক পদৰ পৰীক্ষাৰ পৰিক্ষাৰ্থীৰ সুবিধাৰ্থে এই সিদ্ধান্ত গ্ৰহণ।…
আৰু পঢ়ক...

মহানগৰীত বন্যহস্তীৰ পুনৰ সন্ত্ৰাস

মহানগৰীত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ। নাৰেংগীৰ বীৰকুছিত হাতীয়ে লণ্ড ভণ্ড কৰিলে ৪টা বাসগৃহ। হাতীৰ ভয়ত ঘৰ এৰি পলায়ন একাংশ লোকৰ। জুই জ্বলাই, ফটকা ফুটাই হাতী খেদাৰ চেষ্টা ৰাইজৰ আমছাং অভয়াৰণ্যৰ পৰা ওলাই আহিছে হাতীৰ এটা জাক।
আৰু পঢ়ক...

হোজাইত উত্তৰ প্ৰদেশ আৰক্ষী, আটক কামৰুজ জামানৰ ভাতৃক

ৰাজ্যতে গোপন খোপনি পুতিছিল হিজবুল মুজাহিদীনে। অসম আৰক্ষীয়ে পোৱাই নাছিল খবৰ। উত্তৰপ্ৰদেশত হিজবুল মুজাহিদীনৰ সদস্য কামৰুজ জামানৰ গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ আহিছিল নতুন তথ্যা। কামৰুজৰ ভাতৃ ছাইফুল ইছলামকো আটক আৰক্ষীৰ। উত্তৰ প্ৰদেশ…
আৰু পঢ়ক...

বাহুবলী আৰক্ষী! সন্তান সম্ভৱা মহিলাক কান্ধত তুলি লৈ গ’ল চিকিৎসালয়লৈ

ডিজিটেল ডেস্কঃ এনেকুৱা পুলিচ অফিচাৰক ছেল্যুট দিবলৈ মন যায়। হাজাৰত এজন হয়তো এনে আৰক্ষী বিষয়া থাকে। এই ঘটনা মথুৰাৰ। হঠাৎ মথুৰা থানাত কৰ্মৰত আৰক্ষী বিষয়া এগৰাকীয়ে দেখিছিল এই দৃশ্য। এইগৰাকী সন্তান সম্ভৱা মহিলাৰ কাষত থিয় হৈ স্বামীয়ে সহায়ৰ বাবে…
আৰু পঢ়ক...

বিদপসীমাৰ ৩৫ চেণ্টিমিটাৰ তলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিক হাৰত বৃদ্ধি। আৰু ৩৫ চেন্টিমিটাৰ জলপৃষ্ঠ বৃদ্ধি পালে স্পৰ্শ কৰিব বিপদসীমা। দুপৰীয়া ১ বজাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হৈছিল ৪৯.২৮ ছেন্টিমিটাৰ। বৰষুণৰ বাবেই এই জলপৃষ্ঠ বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰত।…
আৰু পঢ়ক...