শেহতীয়া খবৰ
মহানগৰীৰ চানমাৰিত প্ৰাচী 'ছুইটছ'ত উত্তপ্ত পৰিস্থিতি  •  এন আৰ চিঃ আকৌ মইমতালিৰে মমতাৰ ভিত্তিহীন বিস্ফোৰণ, হ’ব নেকি এইবাৰ গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী?  •  এন আৰ চিঃ আকৌ মইমতালিৰে মমতাৰ ভিত্তিহীন বিস্ফোৰণ, হ’ব নেকি এইবাৰ গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী?  •  কিয় নোহোৱা হ'ল 'জন গণ মন'ত উত্তৰ-পূবৰ অংশ?  •  কিয় নোহোৱা হ'ল 'জন গণ মন'ত উত্তৰ-পূবৰ অংশ?  •  ইটালীত দলং খহি ৩০ জনৰ মৃত্যু  •  স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতিৰ  •  সাঁচিপতীয়া শিল্পী হৰিনাৰায়ণ কোঁৱৰলৈ চৰকাৰী স্বীকৃতি, উৎফুল্লিত বটদ্ৰৱাবাসী  •  নিৰীহ লোকক সেনাই অত্যাচাৰ চলোৱাৰ অভিযোগত উত্তপ্ত ওদালগুৰি  •  ১৫ আগষ্ট আহে, স্বাধীনতাহে নাহে...

হেৰাই যোৱা নাই মানুহ…

✍ভুৱন শইকীয়া মানুহৰ মাজত হেৰাই গৈছে মানুহ। কাৰো কথা ভাবিবলৈ কাৰোৰে আজৰি নাই আজি। নিজকলৈ সকলো এতিয়া ব্যস্ত। তাৰ মাজতো আছে কিছু ব্যতিক্ৰমী লোক। যিসকলে নীৰৱে সমাজ আৰু দহৰ হকে কাম কৰি যায়। নিবিচাৰে ইয়াৰ কোনো প্ৰচাৰ। আন এচাম ব্যক্তি আছে যিসকলে…
আৰু পঢ়ক...

দেশত চলিত বৰ্ষত বান আৰু বৰষুণত নিহত হৈছে ৭শতাধিক লোক

ডিজিটেল ডেস্কঃ চলিত বৰ্ষত বান আৰু বৰষুণত দেশত নিহত হোৱা লোকৰ সংখ্যা হৈছেগৈ ৭১৮। ৭খন ৰাজ্য এতিয়ালৈকে বান আৰু বৰষুণৰ কৱলত পৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ইমাৰ্জেন্সি ৰেস্পন্স চেণ্টাৰ তথ্য অনুসৰি উক্ত সময়চোৱাত উত্তৰ প্ৰদেশত ১৭১জন,…
আৰু পঢ়ক...

আফগানিস্তানত তালিবানৰ আক্ৰমণঃ নিহত ১৬, আহত ৪০জনৰো অধিক

ডিজিটেল ডেস্কঃ পুনৰ অশান্ত হ'বলৈ ধৰিছে আফগানিস্তান। একেটা সপ্তাহতেই দ্বিতীয়টো ভয়ানক আক্ৰমণে চলালে তালিবান সন্ত্ৰাসবাদীয়ে। বোমা বিস্ফোৰণৰ পাছত এইবাৰ পূব-পাকিস্তানত তালিবান সন্ত্ৰাসবাদীয়ে চলোৱা নিৰ্বিচাৰ গুলীবৰ্ষণত ১৬জনকৈ লোক নিহত হয়।…
আৰু পঢ়ক...

বিজেপি এৰি এনপিপিলৈ ডিমা হাছাওৰ হাফলংবাৰ

ডিজিটেল সংবাদ, হাফলংঃ মেঘালয়ত শাসনৰ গাদী দখলৰ পিছত এইবাৰ ডিমা হাছাও জিলা হৈ অসমত প্ৰৱেশৰ যো-জা চলাইছে নেশ্যনেলিষ্ট পিপ'লছ পাৰ্টীয়ে। এই অনুযায়ী শনিবাৰে জিলাখনৰ এখন সভাত ভাগ লয় দলটোৰ নেতা তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। এই সভাখনতে…
আৰু পঢ়ক...

৮৬বছৰ বয়সত জীৱন নাট সামৰিলে বিশিষ্ট অভিনেতা বাদল দাসে

ডিজিটেল ডেস্কঃ ১৯৩২চনৰ ২৩নবেম্বৰত তেজপুৰত জন্মগ্ৰহণ কৰিছিল এইগৰাকী বৰ্ষীয়ান অভিনেতাই। আজি দুপৰীয়া ১.৩০ হৃদৰোগত আক্ৰান্ত হৈ অভিনেতাগৰাকীৰ মৃত্যু হয়। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। অভিনেতাৰ লগতে পৰিচালক…
আৰু পঢ়ক...

জব্দ হ’ব মোদীৰ সা-সম্পত্তি

ডিজিটেল ডেস্কঃ পঞ্জাৱ নেশ্যনেল বেংকৰ কেবাহাজাৰ কোটি টকাৰ কেলেংকাৰীৰে জড়িত নীৰৱ মোদীৰ সম্পত্তি জব্দ হ’ব অচিৰেই। বিদেশত পলাই থকা নীৰৱ মোদীলৈ আদালতে প্ৰেৰণ কৰিলে অন্তিমখন চমন। মোদীৰ লগতে তেওঁৰ ভাতৃ আৰু ভগ্নীলৈ প্ৰেৰণ কৰা চমনত ২৫…
আৰু পঢ়ক...

হেলেমত মথাউৰি মেৰামতিৰ দাবীত পথ অৱৰোধ

ডিজিটেল সংবাদ, হেলেমঃ ব্ৰহ্মজান নৈৰ উন্মুক্ত মথাউৰি মেৰামতিৰ লগতে একাধিক সমস্যা সমাধানৰ দাবীত শনিবাৰে পথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰে অসম-অৰুণাচল সীমান্তৰ নলিনীবাৰী -কেঁকুৰিজানবাসীয়ে। এঘণ্টাৰো অধিক সময় ধৰি পথ অৱৰোধ কৰাৰ অন্তত…
আৰু পঢ়ক...

বজালীৰ পদপথত ঘূৰি ফুৰা এগৰাকী ৮০ বছৰীয়া বৃদ্ধাই বিচাৰি ফুৰিছে বৃদ্ধাশ্ৰম

ডিজিটেল সংবাদ, বজালীঃ মানৱতাৰ দ্ৰুত স্খলনৰ সময়ত পাঠশালাৰ এটি পৰিয়ালৰ মহানুভৱতাই মুগ্ধ কৰিছে সকলোকে। নিজৰ আত্মীয়কে নিচিনাৰ সময়ত এই ইতিবাচক খবৰে পুনৰ মানৱতাক উজ্বলাই তুলিছে। পাঠশালাৰ কৃষ্ণনগৰৰ নিবাসী তথা বজালী মহাবিদ্যালয়ৰ কৰ্মচাৰী সৌৰভ…
আৰু পঢ়ক...

১৩ আগষ্টত ডিমা হাছাও বন্ধৰ আহ্বান

ডিজিটেল সংবাদ, হাফলংঃ অহা ১৩ আগষ্টত ১০ ঘণ্টীয়া ডিমা হাছাও জিলা বন্ধৰ দাবী জনাইছে ডিমা হাছাও জিলা কংগ্ৰেছ কমিটিয়ে। নিন্দু লাংঠাছা আৰু পূৰ্ণেন্দু লাংঠাছা হ্ত্যাৰ সৈতে নাম সাঙোৰ সাই পৰা দেৱোলাল গাৰ্লোছাক গ্ৰেপ্তাৰৰ দাবীত এই বন্ধৰ আহ্বান জনাইছে…
আৰু পঢ়ক...

ৰহাত ২৫০০ লিটাৰ চোৰাং কেৰাচিন জব্দ

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ মণিপুৰটুপত নিশা চোৰাং তেল সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে। অভিযানকালত আৰক্ষীয়ে জব্দ কৰে ২৫০০ লিটাৰ চোৰাং কেৰাচিন। ভকতগাঁৱৰ ইকবাদুল হক নামৰ এজনৰ ঘৰত লুকুৱাই ৰখা হৈছিল তেলখিনি। ঘটনা সন্দৰ্ভত ফাৰুক আলী…
আৰু পঢ়ক...