শেহতীয়া খবৰ
ৰাজ্যত হ'ব আৰু ৩ খন মেডিকেল কলেজৰ আধাৰশিলা  •  শিশু হত্যাকাৰী মংগল পাইকৰ শাস্তিৰ দাবীত বিশ্বনাথত উত্তাল প্ৰতিবাদ  •  ৰিপুণ বৰাৰ বিৰুদ্ধে ঢেকীয়াজুলিত তিনি সংখ্যালঘু সংগঠনৰ প্ৰতিবাদ  •  ২ লাখ ৬২ হাজাৰ কৃষকৰ ঋণ ৰেহাই দিব অসম চৰকাৰে!  •  মৃত্যুক পাহৰি ৫ বছৰীয়া চল’মনে কেনেকৈ জিনিছে জীৱন, চাওক ভিডিঅ’  •  ‘আমাৰ সৈতে যুঁজিবলৈ কংগ্ৰেছৰ যোগ্য প্ৰতিদ্বন্দী নাই, ২০১৯ত আমাৰ জয় নিশ্চিত’  •  কোচবিহাৰত বিদ্যালয়ৰ ভিতৰত দুৰ্বৃত্তৰ গুলীচালনা, আহত ২ শিক্ষক  •  ফেছবুকত প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীক প্ৰশ্ন, এন এছ এৰ অধীনত কাৰাগাৰলৈ প্ৰেৰণ সাংবাদিকক  •  বিহালীৰ চেনিমাৰীত বন্যহস্তীৰ তাণ্ডৱ, পাঁচটাকৈ গৃহ লণ্ডভণ্ড কৰি ওৰে নিশা চলালে সন্ত্ৰাস  •  ৰাজীৱ ভৱন ঘেৰাও কৰি শাসকীয় বিজেপিৰ প্ৰতিবাদ

বৈঠালাংছৰ বিহিন্দ্ৰগাঁৱত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

বৈঠালাংছৰ বিহিন্দ্ৰগাঁৱত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ। গাঁওখনৰ এটা নলাত দেওবাৰে পুৱা স্থানীয় ৰাইজে উদ্ধাৰ কৰে মৃতদেহটো। মৃত হাতীটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগৰ লোকক। খাদ্যত বিষক্ৰিয়া হৈ হাতীটোৰ মৃত্যু ঘটাৰ সন্দেহ ।
আৰু পঢ়ক...

গুৱাহাটীৰ গড়চুক আৰক্ষীৰ জালত দুৰ্ধৰ্ষ গাড়ীচোৰ

গুৱাহাটীৰ গড়চুক আৰক্ষীৰ জালত দুৰ্ধৰ্ষ গাড়ীচোৰ। বৰাগাঁও আৰু হাজোৰ পৰা গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰ দুটাক। ধৃত চোৰ দুটাৰ নাম আজগৰ আলী আৰু ৰুবুল আলী। ধৃত চোৰ দুটাৰ পৰা জব্দ কৰে চুৰি কাৰ্যত ব্যৱহৃত কিছু সামগ্ৰী।
আৰু পঢ়ক...

প্ৰথম, দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীৰ বেগৰ ওজন হ’ব লাগিব ১.৫ কেজি, দ্বিতীয় শ্ৰেণীলৈ দিব নোৱাৰিব হোমৱৰ্ক

ৰাজ্যৰ কণ-কণ ছাত্ৰ-ছাত্ৰীলৈ সকাহ। নিৰ্দিষ্ট কৰি দিয়া হ’ল স্কুল বেগৰ ওজন। ওজন পৰ্যবেক্ষণৰ বাবে বিশেষ স্কোৱাড গঠনৰ নিৰ্দেশ, জিলা আৰু ব্লক পৰ্যায়ত গঠন কৰিব লাগিব বিশেষ স্কোৱাড। ২৬ নৱেম্বৰত কণ কণ ছাত্ৰ-ছাত্ৰীৰ স্কুলবেগৰ ওজন-হোমৱৰ্ক…
আৰু পঢ়ক...

মুম্বাইত উজ্বলিল অসম সন্তান ভাৰ্গৱ…

ডিজিটেল সংবাদ, বিশ্বনাথ চাৰিআলিঃ সম্পূৰ্ণ নিকা দৃষ্টিভংগীৰে সৰ্বভাৰতীয় ভিত্তিত মায়ানগৰী মুম্বাইত ১৫ ডিচেম্বৰ ২০১৮ তাৰিখে অনুষ্ঠিত ভাৰতবৰ্ষৰ খ্যাতনামা বোলছবি সমালোচকসকলৰ দ্বাৰা নতুনকৈ গঠিত 'ফিল্ম ক্ৰিটিকচ্ গিল্ড অব্ ইণ্ডিয়া' নামৰ ভাৰতৰ…
আৰু পঢ়ক...

উলুবাৰীত দ্ৰুতবেগী ট্ৰাকে মহটিয়ালে আই আই টিৰ দুজন ছাত্ৰক

মহানগৰীৰ ৰাজপথত নিশা পথ দুৰ্ঘটনাত আহত দুজন। দ্ৰুতবেগী ট্ৰাকে মহটিয়াই নিয়ে বাইকত থকা অক্ষয় দূতি আৰু মানিৰী লাৰিন নামৰ আই আই টিৰ  দুজন ছাত্ৰ। ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত ছাত্ৰদ্বয়ক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় হাস্পতালত।…
আৰু পঢ়ক...

চামগুৰিত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী বাঘ

স্বস্তিৰ নিশ্বাস পেলালে চামগুৰিৰ ভৰাগুৰিবাসীয়ে অৱশেষত পিঞ্জৰাবদ্ধ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। বন বিভাগে পতা পিঞ্জৰাত আবদ্ধ নাহৰফুটুকীটো। দীৰ্ঘদিন ধৰি ভৰাগুৰিত গোহালিতেই কেইবাটাও গৰু-ছাগলী ভক্ষণ কৰি ত্ৰাস সৃষ্টি কৰি আহিছিল…
আৰু পঢ়ক...

আজি উত্তৰ প্ৰদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি উত্তৰ প্ৰদেশলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰায়বেৰেলীত থকা আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে উদ্বোধন কৰিব কেইবাখনো উন্নয়নমূলক আঁচনিও। ৰাজ্যখনৰ প্ৰয়াগৰাজত হ’বলগা কুম্ভ মেলাৰো বুজ…
আৰু পঢ়ক...

আজি ঘোষণা ছত্তীশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম

জল্পনা-কল্পনাৰ অন্ত পেলাই কংগ্ৰেছে আজি ঘোষণা কৰিব ছত্তীশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। দিনৰ ১২ বজাত পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব কংগ্ৰেছৰ হাইকমাণ্ডে। মুখ্যমন্ত্ৰী পদৰ দৌৰত আছে ক্ৰমে ভূপেশ বঘেল, টি এছ সিংহদেৱ, তাম্ৰধ্বজ…
আৰু পঢ়ক...

১ মিনিটত ২৫ খবৰ

১. এন এছ চি এনৰ মুখ্য কাৰ্যালয় কেম্প হেব্ৰণত শনিবাৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় জেনেৰেল খোলে কন্যাকৰক। নগা আৰ্মীয়ে শূন্যলৈ গুলী নিক্ষেপ কৰি সামৰিক মৰ্যদাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় তেওঁক। ২.নুমলীগড়ৰ দৈগ্ৰুঙত ৰাখি থোৱা এটা ড্ৰামত…
আৰু পঢ়ক...

নেতাৰ ধমকিঃ ভোট নিদিলে কান্দোৱাইহে এৰিম, ভাইৰেল VIDEO

ডিজিটেল ডেস্কঃ ৫ ৰাজ্যৰ নিৰ্বাচনৰ লগতে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ঘোষণা হ'ল। বাক-বিতণ্ডাৰ মাজেৰে সম্পন্ন হোৱা এই নিৰ্বাচনৰ প্ৰাকমূৰ্হতত প্ৰাৰ্থীসকলৰ জ্ঞানৰ নমুনাই সংবাদ মাধ্যমৰ শিৰোনামো দখল কৰিছিল। কিন্তু ইয়াৰ মাজতে বহু শিক্ষিত…
আৰু পঢ়ক...