শেহতীয়া খবৰ
শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক অসম চৰকাৰে প্ৰদান কৰিলে ২০ লাখ টকাৰ সাহায্য...  •  অসম সাহিত্য সভাৰ আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন, মুখ্যমন্ত্ৰীৰ কাৰ্যত হতাশ অসম সাহিত্য সভা...  •  অসম সাহিত্য সভাৰ আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন, মুখ্যমন্ত্ৰীৰ কাৰ্যত হতাশ অসম সাহিত্য সভা...  •  গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা

দেশৰ স্বাৰ্থত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো কাম্যঃ প্ৰমিলা ৰাণী ব্ৰহ্ম

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অসমলৈ আহি বিজেপি পুনৰ ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহীত কৰা হব বুলি যি মন্তব্য আগবঢ়াইছে সেয়া এক ৰাজনৈতিক মন্তব্যহে৷ এয়া কোনো চৰকাৰী ভাষ্য নহয় বৰঞ্চ নিজৰ দলৰ হে…
আৰু পঢ়ক...

ৰাষ্ট্ৰীয় চাইক্লিঙত দুটাকৈ পদক লাভ কৰা ৰহাৰ গংগোত্ৰীক নিজ বিদ্যালয়ত সম্বৰ্ধনা

ডিজিটেল সংবাদ, ৰহাঃ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্টীয় পৰ্যায়ত অসমীয়া সন্তানে খ্যাতি অৰ্জন কৰি অসমৰ নাম দেশ তথা বিশ্বত উজলাই থকাৰ সময়তে আন এগৰাকী অসম জীয়ৰীয়ে ৩১ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈকে ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত নেশ্যনেল ট্ৰেক চাইক্লিং…
আৰু পঢ়ক...

পুলৱামাৰ উত্তৰ পাব পাকিস্তানে! ক’ত কেনেকৈ পাব অপেক্ষা কৰক…

ডিজিটেল ডেস্কঃ পুলৱামাৰ আক্ৰমণৰ উত্তৰ দিয়া হ’ব পাকিস্তানক। এই সন্দৰ্ভত মুখ খুলিলে বিদেশ ৰাজ্য মন্ত্ৰী জেনেৰেল ভি কে সিঙে। চিআৰপিএফ জোৱানক হত্যা কৰা সন্ত্ৰাসবাদী আৰু পৃষপোষক দেশ পাকিস্তানৰ অৱস্থা এতিয়া থৰক-বৰক। বিশ্বৰ ৪০খনৰো অধিক দেশে…
আৰু পঢ়ক...

সন্ত্ৰাসবাদৰ বিভীষিকা

পাক সমৰ্থিত মৌলবাদী-সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণত নিহত অৰ্ধসামৰিক বাহিনীৰ বীৰ জোৱানসকলৰ মৃত্যুৰ শোকত সমগ্ৰ দেশবাসী ম্ৰিয়মাণ হৈ পৰিছে। প্ৰতিশোধৰ অগনিত জ্বলিছে দেশৰ জনসাধাৰণ। সকলোৱে একমুখে পাকিস্তানক এশিকনি দিয়াৰ দাবী উত্থাপন কৰিছে। ১৩০ কোটি…
আৰু পঢ়ক...

‘এটা চৰতে সকলো কথা কৈ দিছিল’- মই কেনেকৈ জেৰা কৰিছিলো মৌলনা মাছুদ আজাহাৰক

ডিজিটেল ডেস্কঃ কান্দাহাৰৰ বিমান অপহৰণৰ ঘটনা মনত আছেনে? এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক ভাৰতৰ কাৰাগাৰৰ পৰা মুক্ত কৰিবলৈ সন্ত্ৰাসবাদীয়ে অপহৰণ কৰিছিল ইণ্ডিয়ান এয়াৰলাইঞ্চৰ এখন যাত্ৰীবাহী বিমান। ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে আটক কৰিছিল এই দুৰ্ধৰ্ষ…
আৰু পঢ়ক...

নমস্কাৰ, ন’ হেণ্ড ছেক! পাকিস্তানৰ বিষয়াক কৰমৰ্দন নকৰিলে ভাৰতীয় বিষয়াই…

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সৃষ্টি হোৱা শেহতীয়া ঘটনা ৰাজিয়ে দুই দেশৰ মাজৰ ব্যৱধান ক্ৰমাৎ বৃদ্ধি কৰিছে। সোমবাৰে ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ যুটীয়া সচিব দীপক মিট্টালক উদ্দেশ্যি কৰমৰ্দন কৰিবলৈ হাত আগবঢ়াই দিছিল পাকিস্তানৰ এটৰ্নী জেনেৰেল আনোৱাৰ…
আৰু পঢ়ক...

জম্মু-কাশ্মীৰৰ সংঘৰ্ষস্থলীত কি পৰিৱেশে বিৰাজ কৰিছে…

ডিজিটেল ডেস্কঃ সোমবাৰে এক ভয়াৱহ পৰিবেশে বিৰাজ কৰিছিল পুলৱামাত। সেনা-আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দলে পুলৱামাৰ পুংগিলামত এক বৃহৎ এলেকা বেৰি আৰম্ভ কৰিছিল দেওবাৰৰ নিশাৰ পৰাই অভিযান। এই অভিযান এতিয়ালৈকে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলা অন্যতম…
আৰু পঢ়ক...

পুলৱামাৰ শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

জম্মুৰ পুলৱামাত নিহত সকললৈ শ্ৰদ্ধাঞ্জলি। সন্ত্ৰাসবাদীৰে সংঘৰ্ষত নিহত হৈছিল চাৰিজনকৈ জোৱান। শ্ৰীনগৰত ৫৫ ৰাষ্ট্ৰীয় ৰাইফলছৰ চাৰি জোৱানলৈ শেষ শ্ৰদ্ধা জ্ঞাপন। নিহত সকলৰ ভিতৰত আছিল মেজৰ ভি এছ দন্ধিয়াল। সামৰিক…
আৰু পঢ়ক...

তৰুণ গগৈক জবাব দিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই, VIDEO

তৰুণ গগৈক উভতি ধৰিলে আছু উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। তৰুণ গগৈয়ে অনা অভিযোগৰ উত্তৰ দিলে ছাত্ৰ নেতাজনে। অসম আন্দোলনৰ ৮৫৫জন শ্বহীদৰ বাবে আছু আৰু প্রফুল্ল মহন্ত দায়ী বুলি মন্তব্য কৰিছিল গগৈয়ে। ইয়াৰ প্ৰত্যুত্তৰ দি …
আৰু পঢ়ক...

লোকসভা নিৰ্বাচনত সন্মিলিতভাৱে যুঁজত নামিব বিজেপি-শিৱসেনা

ডিজিটেল ডেস্কঃ অৱশেষত মিত্ৰতা হ'ল বিজেপি আৰু শিৱসেনাৰ। সোমবাৰে আগন্তুক নিৰ্বাচনত মিত্ৰতাৰ সন্দৰ্ভত আলোচনা কৰিবলৈ শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাকৰেৰ ঘৰত উপস্থিত হৈছিলগৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। প্ৰায় এঘণ্টাজুৰি চলা বৈঠকৰ অন্তত…
আৰু পঢ়ক...