শেহতীয়া খবৰ
বটদ্ৰৱা থানৰ প্ৰধান আতৈ যোগেশ আতাৰ দেহাৱসান  •  BFF কাণ্ডৰ পিছত আপোনাৰ ফেচবুকত GRATULAৰ কু-দৃষ্টি  •  ডিপলোঙা কাণ্ডঃ ১১জনক গ্ৰেপ্তাৰ, ৭জনক জেললৈ প্ৰেৰণ  •  ওদালগুৰিত প্ৰাক্তন প্ৰধানমন্ত্ৰীক স্মৰণ দল-সংগঠনৰ  •  বাজপেয়ীৰ আত্মাৰ সদগতি কামনাৰে বটদ্ৰৱা থানত প্ৰাৰ্থনা  •  ৭ ৰাজ্যত বানৰ কাল ৰূপ, কেৰালাত নিহতৰ সংখ্যা ৩২৭লৈ বৃদ্ধি  •  প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীলৈ এবছুৰ শ্ৰদ্ধাঞ্জলি  •  নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ প্ৰবন্ধকক ৮ঘণ্টা জেৰা গোলাঘাট আৰক্ষীৰ  •  মনত পৰিছে আজি, জুইয়ে পোৰা ৮৩’ত তুমি কৈছিলাহি- ‘জয় আই অসম’  •  ২২ আগষ্টলৈকে ইন্টাৰনেট-ফোনকল সকলো ফ্ৰী

মুখ্য সচিবক মাৰপিটৰ গোচৰঃ দিল্লীৰ মুখ্যমন্ত্ৰী-উপমুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগনামা

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্য সচিবক মাৰপিট আৰু দুৰ্ব্যৱহাৰ কৰা গোচৰৰ চাৰ্জশ্বীট দাখিল কৰিছে আৰক্ষীয়ে। মুখ্যমন্ত্ৰী কেজৰীৱালৰ বাসগৃহত দিল্লীৰ মুখ্য সচিব অংশু প্ৰসাদক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি মুঠ ১৩জনৰ…
আৰু পঢ়ক...

৩৩৬৯খন আঁচনিৰে আজিৰে পৰা পুনৰ আৰম্ভ এনৰেগা

ডিজিটেল সংবাদ, যোৰহাটঃ চাওতে চাওতে শাওণ মাহ শেষ হ'বৰ হল। গাঁওবোৰতো ব্যস্ততা ক্ৰমাৎ কমি আহিছে। এঘৰ-দুঘৰকৈ লাহে লাহে গাঁৱৰ মানুহবোৰে ধান ৰোৱা সামৰিছে। মূৰৰ ঘাম মাটিত পেলাই শ্ৰম কৰি বছৰৰ ধানমুঠিৰ বাবে গোজ মৰা শেষ হৈছে। শ্ৰমৰ দিনবোৰৰ পাছত…
আৰু পঢ়ক...

হাই এলাৰ্টৰ মাজতে দিল্লীত জেএনইউৰ ছাত্ৰ নেতা ওমৰ খালিদক হত্যাৰ চেষ্টা

ডিজিটেল ডেস্কঃ গেংষ্টাৰ ৰবি পূজাৰীৰ পৰা মৃত্যুৰ ভাবুকি পোৱা বুলি অৰক্ষীক অভিযোগ দাখিলৰ দুমাহ পিছত আশংকা কৰা ধৰণেই আক্ৰমণৰ সন্মুখীন হ’ল ওমৰ খালিদ। সোমবাৰে সংসদ ভৱনৰ সমীপৰ কনষ্টিটিউশ্যন ক্লাৱত এখন সভাত ভাগ ল’বলৈ অহাৰ সময়তে জেন এন ইউৰ ছাত্ৰ…
আৰু পঢ়ক...

হিমা দাসৰ পিছত এইবাৰ মুখ্যমন্ত্ৰীক পৰামৰ্শ জুবিনৰ

ডিজিটেল সংবাদ, নগাঁওঃ ৰাছিয়াৰ বাটাৰ বিতৰ্কৰ পিছত হিমা দাসক বিফ খাবলৈ পৰামৰ্শ দি পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছিল জুবিন গাৰ্গ। বিগত কিছুদিন ধৰি জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে কোনো বিতৰ্ক সৃষ্টিকাৰী ভাষ্য প্ৰদান কৰা নাছিল যদিও শেহতীয়াকৈ কৰা এক…
আৰু পঢ়ক...

এইবাৰ পাকিস্তানতো চাহ দোকানীৰ চৰকাৰ!

ডিজিটেল ডেস্কঃ ৰাজনীতিৰ পথাৰত ভাল দিন চলিছে চাহ দোকানীসকলৰ। ভাৰতত যেনেকৈ এজন চাহ দোকানী দেশৰ প্ৰধান মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছে, ঠিক তেনেকৈয়ে পাকিস্তানতো সাংসদ হ'বলৈ সমৰ্থ একালত চাহ বিক্ৰী কৰি ফুৰা এজন লোক। পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে…
আৰু পঢ়ক...

হোজাইত নাবালিকাক বলাত্‍কাৰ কৰি পলায়ন লম্পট যুৱকৰ

ডিজিটেল সংবাদ, হোজাইঃ অৰ্ণমাই বৰা হত্যাকাণ্ডৰ মূল অভিযুক্তক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ পিছতো যেন শিক্ষা লোৱা নাই হোজাই জিলাৰ একাংশ লম্পটে। সোমবাৰে জিলাখনত সংঘটিত হয় আন এক বলাত্‍কাৰৰ ঘটনা। প্ৰাপ্ত বাতৰি মতে, জিলাখনৰ কপাহবাৰী অঞ্চলৰ পদুম…
আৰু পঢ়ক...

বান সাহায্য বিতৰণত অনিয়ম, কলিয়াবৰত কংগ্ৰেছৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, কলিয়াবৰঃ বান সাহায্য বিতৰণত অনিয়মৰ অভিযোগ তুলি নগাঁও জিলাৰ কলিয়াবৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কংগ্ৰেছ। বিৰোধী দলটোৰ কলিয়াবৰ সমিতিয়ে বান সাহায্য বিতৰণত সংঘটিত হোৱা অনিয়মৰ নিৰপেক্ষ তদন্ত বিচাৰি অৱস্থান ধৰ্মঘট…
আৰু পঢ়ক...

এপিএছচি কেলেংকাৰীৰ ২২ অভিযুক্তক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ

ডিজিটেল সংবাদ, গুৱাহাটীঃ পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে এপিএছচি কেলেংকাৰীত জড়িত ২২ জনকৈ বিষয়াক। সোমবাৰে বিশেষ আদালতত এই আটাইকেইজন অভিযুক্ত বিষয়াক হাজিৰ কৰোৱা হয়। আদালতত হাজিৰ হোৱাৰ পিছতে বিশেষ আদালতে এই নিৰ্দেশ প্ৰদান…
আৰু পঢ়ক...

১৫ আগষ্টত লালকিল্লাত শেন দৃষ্টি চিলাপথাৰৰ শোভাৰ

ডিজিটেল সংবাদ, চিলাপথাৰঃ এইবাৰৰ ১৫ আগষ্টত লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সুৰক্ষা প্ৰদানৰ দায়িত্ব লাভ কৰিছে অসমীয়া যুৱতীৰে গঠিত দিল্লী আৰক্ষীৰ এটা বিশেষ দলে। দেশৰ ৰাজধানী নতুন দিল্লীৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূবৰ…
আৰু পঢ়ক...

লোকসেৱাৰ দুৰ্নীতিৰ তদন্ত

এই কথা এতিয়া ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিছে যে অসম লোকসেৱা আয়োগ চমুকৈ এ পি এছ চিৰ  কেলেংকাৰীত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ শীৰ্ষ মহলৰ নামী-দামী ব্যক্তিসকলৰ নামো সাঙোৰ খাই আছে। দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ নীতি লোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ…
আৰু পঢ়ক...