শেহতীয়া খবৰ
পুৱাই মুম্বাইত জেট এয়াৰৱেজ বিমানত অঘটনঃ যাত্ৰীৰ নাক-কাণৰ পৰা নিৰ্গত হ’ল তেজ! কি হৈছিল চাওঁক VIDEOত  •  বিশ্বনাথ চাৰিআলিৰ ৰাজহুৱা শ্মশানত পানী যোগান প্ৰকল্পৰ শুভ উদ্বোধন  •  আজি শিল্পী জয়ন্ত হাজৰিকাৰ ৭৫ সংখ্যক জন্মদিন  •  আজি শিল্পী জয়ন্ত হাজৰিকাৰ ৭৫ সংখ্যক জন্মদিন  •  পুনৰ বৃদ্ধি হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য  •  পুনৰ বৃদ্ধি হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য  •  পাটনাত পঞ্চম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু সহায়কৰ বলাৎকাৰ  •  তিনিচুকীয়াত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত স্কুটী আৰোহী আহত  •  হিমাক দেখি দৌৰিলে গঁড়েও! টুইটাৰত হিমাৰ বিশেষ ভিডিঅ’  •  দুৰ্ঘটনাত পতিত হৈ নেমকেয়াৰত চিকিৎসাধীন গায়ক কল্লোল বৰঠাকুৰ

গোলাঘাটত প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

ডিজিটেল সংবাদ, গোলাঘাটঃ অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নুমলীগড় শোধনাগাৰৰ তেল পাইপ লাইনৰ জৰিয়তে বাংলাদেশলৈ প্ৰেৰণৰ সিদ্ধান্তৰ বিৰোধীতা কৰি এই…
আৰু পঢ়ক...

শিৱসাগৰত ৱেব মিডিয়া আৰু ফেচবুক লাইভৰ নামত সন্ত্ৰাস, ভুৱা সাংবাদিকসহ ৪জনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, শিৱসাগৰঃ ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ কৰি সাংবাদিক হোৱাৰ চেষ্টাৰে এচাম লোকে চলাইছে সন্ত্ৰাস। তেনে এক ঘটনা সংঘটিত হ’ল শিৱসাগৰত। সাংবাদিকতাৰ সকলো সীমা অতিক্ৰম কৰি ভাবুকি দি এজন ভুৱা সাংবাদিকে ৩ যুৱকক লগত লৈ এহাল যুৱক-যুৱতীক…
আৰু পঢ়ক...

ফিলিপাইনছত ঘূৰ্ণি বতাহত নিহত ৪৯

ফিলিপাইনছত প্ৰচণ্ড ঘূৰ্ণি বতাহ। সমগ্ৰ দেশতেই জৰুৰীকালীন অৱস্থা ঘোষণা। ঘূৰ্ণিত এই পৰ্যন্তলৈ নিহত ৪৯ ৰো অধিক লোক। বহু সহস্ৰাধিক লোকৰ ঘৰ-দুৱাৰ ভাঙিলে এই ঘূৰ্ণি বতাহে। বিদ্যুৎ সেৱাকে ধৰি অত্যাৱশ্যকীয় সেৱা বন্ধ।
আৰু পঢ়ক...

জয়পুৰ বিমান বন্দৰৰ পৰা হেৰাইছিল নিৰ্বাচনী আয়ুক্তৰ বেগ

ডিজিটেল ডেস্কঃ জয়পুৰ বিমান বন্দৰত এক বেয়া অভিজ্ঞতাৰ সন্মুখীন হ’ল দেশৰ নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰা। দুদিনীয়া ভ্ৰমণ সূচীৰে ৰাজস্থানলৈ গৈছিল দুগৰাকী নিৰ্বাচনী আয়ুক্ত আৰু মুখ্য নিৰ্বাচনী আয়ুক্ত অ’ পি ৰাৱাট। বিমান বন্দৰত উপস্থিত হৈয়ে সুনীল…
আৰু পঢ়ক...

গোলাঘাটৰ উষা-গৰঙা চাহবাগিচাত ডায়েৰীয়া সদৃশ ৰেগত ৪০জনৰো অধিক আক্ৰান্ত

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ উষাগৰঙা চাহ বাগিচাত শনিবাৰৰ পৰা ডায়েৰীয়া সদৃশ ৰোগে ভয়ানক ৰূপ ধাৰণ কৰাত মানুহৰ মাজত ত্ৰাসৰ সৃষ্টি হৈছে। চল্লিশ গৰাকীৰো অধিক লোক এই ৰোগত আক্ৰান্ত হৈছে। আক্ৰান্ত লোক সকলক গোলাঘাট কুশল কোৱৰ অসামৰিক…
আৰু পঢ়ক...

শিৱসাগৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত আটক এজনক

শিৱসাগৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানৰ ONGC কলনীৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হোৱা লোকজনকৰ নাম বিজয় কলিতা। নিৰঞ্জন দাস নামৰ এজন ব্যক্তিৰ পৰা বিজয়ে ড্ৰাগছ কিনাৰ তথ্য লাভ আৰক্ষীৰ। পূর্বেও ড্ৰাগছ…
আৰু পঢ়ক...

নাৰ্ছলৈ চকু! চৰিত্ৰহীন চিকিৎসকক চিকিৎসালয়তে দিলে শিক্ষা, চাওঁক ভিডিঅ’

ডিজিটেল ডেস্কঃ কিমান আৰু সহ্য কৰিব? ধৰ্য্যৰ সীমা পাৰ হৈ গ’ল নাৰ্ছসকলৰ। বিহাৰৰ এখন চিকিৎসালয়ৰ ঘটনা। কাটিহাৰত থকা এই চিকিৎসালয়খনৰ এজন চিকিৎসকৰ ব্যৱহাৰত অতীষ্ঠ হৈ পৰিছিল নাৰ্ছসকল। হাতত তুলি ল’লে ভৰিৰ চেণ্ডেল। কোনোবাই যদি, আন কোনোবাই ভুকু দি…
আৰু পঢ়ক...

অসমত পাতিছিল জেহাদীয়ে ঘাটিঃ মন্তব্য ডিজিপি কুলধৰ শইকীয়াৰ

অসমত জেহাদীৰ সক্ৰিয়তাক লৈ শংকিত অসম আৰক্ষী। 'জেহাদীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান।' 'জেহাদীৰ সন্দৰ্ভত নতুন নতুন তথ্য লাভ অসম আৰক্ষীৰ।' দেওবাৰে এই মন্তব্য কৰে আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই। কামৰুজ জামানৰ ৩ সহযোগী…
আৰু পঢ়ক...

অনিল ৰাজালৈ চিঞাহীঃ ঘটনাৰে জড়িত ৩জনক আটক আৰক্ষীৰ

আদালত চৌহদত অনিল ৰাজাৰ গালৈ চিঞাহী নিক্ষেপ প্ৰসংগ। মহানগৰীৰ বিভিন্ন স্থানৰ পৰা পাণবজাৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে তিনিজনকৈ লোকক। আটক হ’ব পাৰে আৰু কেইবাজনো লোক। আৰক্ষীয়ে আন কেইবাজনো লোকৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান।…
আৰু পঢ়ক...

দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এবিভিপিক হৰুৱাই বাও ছাত্ৰ সংগঠনৰ বিপুল জয়লাভ

দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। বাও গণতান্ত্ৰিক দলৰ ছাত্ৰ সংগঠনৰ অদিপত্য এই নিৰ্বাচনত। এ আই এছ এফ, ডি এছ এফ, এছ এফ আই, এ আই এছ এৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ। এ বি ভি পি সমৰ্থিত প্ৰাৰ্থীৰ গুৰুত্বপূৰ্ণ…
আৰু পঢ়ক...