শেহতীয়া খবৰ
বাক্সাৰ কালপানীত তিনিদিনীয়া কাৰ্যসূচীৰে শংকৰদেৱৰ জন্মোৎসৱ পালন  •  ৬৮’ প্ৰখ্যাত শ্ৰমিক আন্দোলনৰ ৫০ বছৰঃ মালিগাঁৱত ছহিদলৈ শ্ৰদ্ধাঞ্জলি  •  ৬৮’ প্ৰখ্যাত শ্ৰমিক আন্দোলনৰ ৫০ বছৰঃ মালিগাঁৱত ছহিদলৈ শ্ৰদ্ধাঞ্জলি  •  বাস্তৱৰ জীৱনঃ কি ক’বি, সৰুজনী ছোৱালীয়েই মোক খেদি খেদি মাৰে...  •  ফাদাৰ থমাছক শেষ শ্ৰদ্ধা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ  •  বুধবাৰে বিশ্বনাথৰ বিহালীত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ  •  ফেচবুকে ৰঙাঘৰত সুমুৱালে সুদূৰ নাইজেৰিয়াৰ অসমৰ জোৱাইক  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  অভয়াপুৰীত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০তম জন্মোৎসৱ উদযাপন

গাড়ী চালক শ্বেখাৱটৰ হত্যাৰ ন্যায় বিচাৰি বিৰুবাৰী থানাৰ সন্মুখত প্ৰতিবাদ

গুৱাহাটীৰ বিৰুবাৰীত উত্তপ্ত পৰিস্থিতি। বিৰুবাৰী আৰক্ষী চকীৰ সন্মুখত ৰাইজৰ প্ৰতিবাদ। শ্বেখাৱট আলীৰ হত্যাৰ ন্যায় বিচাৰি ওলাই আহিছে ৰাইজ। গাড়ী চালক আছিল শ্বেখাৱট আলী। গাড়ী চুৰি চক্ৰই হত্যা কৰিছিল চালকজনক। ২০১৭ৰ ১৫…
আৰু পঢ়ক...

ভোক

কাশ্যপ বৰুৱা বাঘিমাৰী গাঁৱৰ নিচেই কাষেদি বৈ গৈছে খৰখৰী নৈ। ই যদিও এটা সুঁতি, কিন্তু বাৰিষা এই সুঁতিটোৱেই প্ৰলয় সৃষ্টিৰ বাবে যথেষ্ট।খৰালি নৈখন মাতৃৰ দৰেই শান্ত, সৌম্য, গহীন হৈ থাকে। এই নৈখনক লৈয়ে ফুটকনৰ দৰে বহুত পৰিয়াল জী আছে, যুঁজি থাকে…
আৰু পঢ়ক...

পুৰণিগুদামৰ মোমায়েকৰ ঘৰত থাকি পঢ়া-শুনা কৰিছিল হিজবুল মুজাহিদীনৰ সদস্য চাহনাজে

ডিজিটেল সংবাদ, পুৰণিগুদামঃ শেহতীয়াকৈ হিবজুল মোজাহিদীনৰ সদস্য হিচাপে গ্ৰেপ্তাৰ হোৱা চাহনাজ আলমে বাস কৰিছিল নগাঁৱৰ পুৰণি গুদামত। মোমায়েকৰ গৃহত থাকি পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আলমে হাইস্কুল শিক্ষা গ্ৰহণ কৰিছিল।…
আৰু পঢ়ক...

ত্ৰিপুৰাত ৩ সহস্ৰাধিক কফ চিৰাপৰ বটল জব্দ

ত্ৰিপুৰা-বাংলাদেশ সীমান্তত অব্যাহত চোৰাং বেহা। ত্ৰিপুৰা আৰক্ষীৰ অভিযানত জব্দ ৩হাজাৰ বটল কফ চিৰাপ। কফ চিৰাপখিনিৰ মূল্য কেবালাখ টকা। বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ অনা হৈছিল কফ চিৰাপখিনি। কেবাটাও বস্তাত ভৰাই লৈ যোৱা হৈছিল…
আৰু পঢ়ক...

জিঅাইএমটি, তেজপুৰত ৰাষ্ট্ৰীয় অভিযন্তা দিৱস উদযাপন

ডিজিটেল সংবাদ, তেজপুৰঃ উত্তৰ অসমৰ অগ্ৰণী কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী, তেজপুৰত ১৫ ছেপ্টেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় অভিযন্তা দিৱস উদযাপন কৰা হয়। ভাৰতীয় অভিযন্তাৰ পিতৃপুৰুষ ছাৰ…
আৰু পঢ়ক...

গহপুৰৰ শেহতীয়া বান পৰিস্থিতি, চাওঁক VIDEO

গহপুৰৰ শেহতীয়া বান পৰিস্থিতি কিছু উন্নত হৈছে। পানী কিছু শুকাইছে যদিও, বৰ্তমানেও গহপুৰৰ দক্ষিণাঞ্চলত ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া অঞ্চল পানীৰ তলতেই আছে। মানুহৰ লগতে পশুধনৰো যথেষ্ট বিপদ হৈছে এই বানত। চাওঁক গহপুৰৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত…
আৰু পঢ়ক...

কাইলৈ বিশ্বকৰ্মা পূজাঃ বিশ্ব খনিকৰৰ মূৰ্তি সজা মৃণ্ময় শিল্পীৰ খবৰ ৰাখিছে কোনে?

ডিজিটেল সংবাদ, গোৱালপাৰাঃ সোমবাৰে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা৷ সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰা জিলাৰ কৃষ্ণাইত ব্যাপক প্ৰস্তুতি বিশ্বকৰ্মা পূজাৰ৷ এয়া কৃষ্ণাইত খনিকৰ সকলে নিৰ্মাণ কৰি উলিওৱা বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তি ৷ ইতিমধ্যে খনিকৰ সকলে মৃন্ময়…
আৰু পঢ়ক...

দিল্লীৰ উদ্যোগ নগৰত ভয়ানক অগ্নিকাণ্ড

দিল্লীত পুৱাই ভয়ানক অগ্নিকাণ্ড। উদ্যোগ নগৰ অঞ্চলত এটা ফেক্টৰীত লাগিল জুই। ফেক্টৰীটোৰ ওপৰৰ মহললৈকে জুয়ে ঘেৰি ধৰিছে। অগ্নিকাণ্ডত স্থলীত উপস্থিত ৩০খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী। অগ্নিনিৰ্বাপনৰ চেষ্টা অব্যাহত।
আৰু পঢ়ক...

কৃষ্ণাই বন বিভাগৰ অভিযানত শালকাঠ ভৰ্তি পিকআপ ভান জব্দ

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইত অব্যাহত আছে চোৰাং কাঠ ৰমৰমীয়া বেহা৷ চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে কৃষ্ণাই বন বিভাগৰ তীব্ৰ অভিযান৷ দেওবাৰে পুৱতি নিশা কৃষ্ণাই বন বিভাগে অসম-মেঘালয় সীমান্তত চোৰাং কাঠ ব্যৱসায়ীৰ…
আৰু পঢ়ক...

ডিমাকুছিত জঘন্য ঘটনা, এখন চাইকেলৰ বাবে পিতৃক হত্যা

ডিজিটেল সংবাদ, ওদালগুৰিঃ  শনিবাৰে নিশা ডিমাকুছিত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। সাধাৰণ এখন চাইকেল নোপোৱাৰ বাবে নিশা পিতৃক খৰিৰে মৰিয়াই মৰিয়াই হত্যা কৰে পুত্ৰই। হত্যাকাৰী পুত্ৰই সুৰামত্ত অৱস্থাত নিশা এই ঘটনা সংঘটিত কৰে। এই জঘন্য হত্যাকাণ্ড…
আৰু পঢ়ক...