পশ্চিম ইউগাণ্ডাত বানৰ তাণ্ডৱ, ৩৪জনৰ মৃত্যু

বিশ্বৰ বিভিন্ন স্থানত বৰ্তমান ধাৰাসাৰ বৃষ্টিপাত। বৃষ্টিপাতৰ ফলত সৃষ্টি হৈছে ভয়াৱহ বানৰ। ভাৰতৰ লগতে আন দেশসমূহতো তাণ্ডৱ চলাইছে বানে। শনিবাৰে বানে তাণ্ডৱ চলালে পশ্চিম ইউগাণ্ডাত। বানৰ কৱলত পৰি দেশখনৰ প্ৰায় ৩৪জনকৈ লোকে প্ৰাণ…
আৰু পঢ়ক...

দ্বিতীয়খন টেষ্টমেচ জয়ৰ লক্ষ্যৰে খেলপথাৰত ভাৰত

শুকুৰবাৰৰ পৰা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়খন টেষ্ট মেচ আৰম্ভ। প্ৰথম ইনিংছত ৩১১ ৰান সংগ্ৰহ কৰি আটাইকেইটা উইকেত হেৰুৱাই ৱেষ্ট ইণ্ডিছে। ১০১.৪ অভাৰত এই ৰান সংগ্ৰহ কৰে দলটোৱে। ভাৰতৰ হৈ ৮৮ ৰানৰ বিপৰীতে ৬ টা উইকেত দখল কৰে উমেশ…
আৰু পঢ়ক...

মোডীৰ গীতত যুৱতীৰ গৰবা নৃত্য, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মাত্ৰ ৰাজনীতিৰ ক্ষেত্ৰতে দক্ষ নহয়, সাহিত্য-সংস্কৃতি সকলো ক্ষেত্ৰতে প্ৰধানমন্ত্ৰীজনৰ আছে এক সুকীয়া পৰিচয়। এইবাৰ প্ৰধানমন্ত্ৰীজনে লিখা এটা গানে সমগ্র দেশতে চর্চা লাভ কৰিছে। গুজৰাটী ভাষাত…
আৰু পঢ়ক...

ঢেকীয়াজুলিত বিধ্বংসী অগ্নিকাণ্ড

ঢেকীয়াজুলিত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল লক্ষাধিক টকাৰ সা-সামগ্ৰী। ৫খন কৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত। বৰ্তমানলৈকে জানিব পৰা নাই অগ্নিকাণ্ডৰ কাৰণ। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।
আৰু পঢ়ক...

পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ লোকক। মুম্বাইত শনিবাৰে পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৮৮.১২ টকা। প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৮.৮২ টকা। এনেদৰে মূল্যবৃদ্ধিৰ বাবে বহু অসুবিধাৰ সন্মুখীন হৈছে সাধাৰণ লোকসকল।…
আৰু পঢ়ক...

ঘূৰ্ণি বতাহৰ পাছতে দেশৰ বহু ঠাইত বানৰ তাণ্ডৱ

ঘূৰ্ণি বতাহৰ পাছতে দেশৰ ভিন্ন ঠাইত পূৰ্বৰ পৰিস্থিতিলৈ ঘূৰি অহা নাই স্বাভাৱিক জীৱন যাত্ৰা। তিতলি ঘূৰ্ণি বতাহে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছিল দেশৰ বহু ঠাই। তিতলিৰ পাছতে ওড়িশ্যা, অন্ধ্ৰপ্ৰদেশ আৰু পশ্চিম বংগৰ বহু ঠাইত বানৰ তাণ্ডৱ।…
আৰু পঢ়ক...

১ মিনিটত ২৫ খবৰ

১. ফেশ্বন ডিজাইন কাউঞ্চিল অৱ ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত লটাছ মেক আপ ইণ্ডিয়া ফেশ্বন উইকত জিলিকিল অসমৰ সংযুক্তা দত্ত। ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ পৰম্পৰাগত সাজ মুগাৰ মেখেলা চাদৰ। ২. শুকুৰবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…
আৰু পঢ়ক...

অসমৰ সংবাদ মাধ্যমক লৈ কি ক’লে অষ্ট্ৰেলিয়াৰ বিশিষ্ট সাংবাদিকে…

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰত তথা অসমত বাতৰি কাকতৰ ভৱিষ্যত এতিয়াও উজ্জ্বল। ডিজিটেল সংবাদ মাধ্যমৰ উত্থানে দেশখনক আৰু অধিক আগুৱাই লৈ যাব বুলি আশা প্ৰকাশ কৰি এইদৰে কয় বিশ্বৰ প্ৰতিষ্ঠিত সাংবাদিক এলেন গ্ৰেই। অষ্ট্ৰেলিয়াৰ জনপ্ৰিয় নিউজ পৰ্টেল…
আৰু পঢ়ক...

গহপুৰৰ পুৰুপবাৰীত নিশা দুৰ্বৃত্তৰ গুলীচালনা, ব্যৱসায়ী আহত

গহপুৰৰ পুৰুপবাৰীত গুলীচালনাৰ ঘটনা। অচিনাক্ত দুৰ্বৃত্তৰ গুলীত আহত এজন। আহত লোকজন গেলামালৰ দোকানী যোগিন্দৰ শ্বাহ। নিশা প্ৰায় ৯.৩০ বজাত সংঘটিত হয় এই ঘটনা। ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি স্কুটিৰে ঘৰলৈ গৈ আছিল যোগিন্দৰ। সেই…
আৰু পঢ়ক...

ট্ৰেকলৈ হিমা উভতিব কেতিয়া?

► মৃদুল কুমাৰ সন্দিকৈ হিমাই এতিয়া কৰি আছে কি? সকলোৰে মনত এই প্ৰশ্ন  স্বাভাৱিকতে উত্থাপন হ’ব। হিমাৰ সপোন, ৰাইজৰ সপোন। ডেউকা মেলি হিমা উৰিছে সফলতাৰ আকাশত । দুভৰিৰে জিনি অনা সফলতাৰ এই বাট আৰম্ভহে হৈছে। নগাঁৱৰ কান্ধুলীমাৰীৰ পৰা ওলাই যোৱা হিমা…
আৰু পঢ়ক...