শেহতীয়া খবৰ

জয়পুৰ বিমান বন্দৰৰ পৰা হেৰাইছিল নিৰ্বাচনী আয়ুক্তৰ বেগ

ডিজিটেল ডেস্কঃ জয়পুৰ বিমান বন্দৰত এক বেয়া অভিজ্ঞতাৰ সন্মুখীন হ’ল দেশৰ নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰা। দুদিনীয়া ভ্ৰমণ সূচীৰে ৰাজস্থানলৈ গৈছিল দুগৰাকী নিৰ্বাচনী আয়ুক্ত আৰু মুখ্য নিৰ্বাচনী আয়ুক্ত অ’ পি ৰাৱাট। বিমান বন্দৰত উপস্থিত হৈয়ে সুনীল…
আৰু পঢ়ক...

গোলাঘাটৰ উষা-গৰঙা চাহবাগিচাত ডায়েৰীয়া সদৃশ ৰেগত ৪০জনৰো অধিক আক্ৰান্ত

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ উষাগৰঙা চাহ বাগিচাত শনিবাৰৰ পৰা ডায়েৰীয়া সদৃশ ৰোগে ভয়ানক ৰূপ ধাৰণ কৰাত মানুহৰ মাজত ত্ৰাসৰ সৃষ্টি হৈছে। চল্লিশ গৰাকীৰো অধিক লোক এই ৰোগত আক্ৰান্ত হৈছে। আক্ৰান্ত লোক সকলক গোলাঘাট কুশল কোৱৰ অসামৰিক…
আৰু পঢ়ক...

শিৱসাগৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত আটক এজনক

শিৱসাগৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানৰ ONGC কলনীৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হোৱা লোকজনকৰ নাম বিজয় কলিতা। নিৰঞ্জন দাস নামৰ এজন ব্যক্তিৰ পৰা বিজয়ে ড্ৰাগছ কিনাৰ তথ্য লাভ আৰক্ষীৰ। পূর্বেও ড্ৰাগছ…
আৰু পঢ়ক...

নাৰ্ছলৈ চকু! চৰিত্ৰহীন চিকিৎসকক চিকিৎসালয়তে দিলে শিক্ষা, চাওঁক ভিডিঅ’

ডিজিটেল ডেস্কঃ কিমান আৰু সহ্য কৰিব? ধৰ্য্যৰ সীমা পাৰ হৈ গ’ল নাৰ্ছসকলৰ। বিহাৰৰ এখন চিকিৎসালয়ৰ ঘটনা। কাটিহাৰত থকা এই চিকিৎসালয়খনৰ এজন চিকিৎসকৰ ব্যৱহাৰত অতীষ্ঠ হৈ পৰিছিল নাৰ্ছসকল। হাতত তুলি ল’লে ভৰিৰ চেণ্ডেল। কোনোবাই যদি, আন কোনোবাই ভুকু দি…
আৰু পঢ়ক...

অসমত পাতিছিল জেহাদীয়ে ঘাটিঃ মন্তব্য ডিজিপি কুলধৰ শইকীয়াৰ

অসমত জেহাদীৰ সক্ৰিয়তাক লৈ শংকিত অসম আৰক্ষী। 'জেহাদীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান।' 'জেহাদীৰ সন্দৰ্ভত নতুন নতুন তথ্য লাভ অসম আৰক্ষীৰ।' দেওবাৰে এই মন্তব্য কৰে আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই। কামৰুজ জামানৰ ৩ সহযোগী…
আৰু পঢ়ক...

অনিল ৰাজালৈ চিঞাহীঃ ঘটনাৰে জড়িত ৩জনক আটক আৰক্ষীৰ

আদালত চৌহদত অনিল ৰাজাৰ গালৈ চিঞাহী নিক্ষেপ প্ৰসংগ। মহানগৰীৰ বিভিন্ন স্থানৰ পৰা পাণবজাৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে তিনিজনকৈ লোকক। আটক হ’ব পাৰে আৰু কেইবাজনো লোক। আৰক্ষীয়ে আন কেইবাজনো লোকৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান।…
আৰু পঢ়ক...

দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এবিভিপিক হৰুৱাই বাও ছাত্ৰ সংগঠনৰ বিপুল জয়লাভ

দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। বাও গণতান্ত্ৰিক দলৰ ছাত্ৰ সংগঠনৰ অদিপত্য এই নিৰ্বাচনত। এ আই এছ এফ, ডি এছ এফ, এছ এফ আই, এ আই এছ এৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ। এ বি ভি পি সমৰ্থিত প্ৰাৰ্থীৰ গুৰুত্বপূৰ্ণ…
আৰু পঢ়ক...

আগন্তুক সাংসদৰ অধিবেশনতেই গৃহীত কৰক নাগৰিকত্ব সংশোধনী বিধেয়ক, দিল্লীত তৎপৰ বৰাকৰ বিজেপিৰ নেতৃত্ব

ডিজিটেল ডেস্কঃ হিন্দু বাংলাদেশীৰ সংস্থাপনৰ দাবীত এতিয়া তৎপৰ হৈছে ৰাজ্যৰ একাংশ  বিজেপি নেতা।বৰাকৰ এজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা কবিন্দ্ৰ পুৰকায়স্থৰ নেতৃত্বত দিল্লীত বাহৰ পাতিছে দলটোৰ ১১জনকৈ নেতাই । বৰাকৰ এই বিজেপি…
আৰু পঢ়ক...

২৯ ডিচেম্বৰত ‘অভিভাৱক দিৱস’ আৰু ২০ ডিচেম্বৰত ‘ছাত্ৰ-ছাত্ৰী সন্মিলন’ অসম জাতীয় বিদ্যালয়ৰ

ডিজিটেল ডেস্কঃ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ে ২৯ ডিচেম্বৰত উদযাপন কৰিব ‘অভিভাৱকৰ দিৱস’। তাৰপূৰ্বে ২০ ডিচেম্বৰত বিদ্যালয়খনৰ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলৰ এখনি সন্মিলনো অনুষ্ঠিত হ’ব। বিদ্যালয়খনৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি এই…
আৰু পঢ়ক...

দৰঙত পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু

ডিজিটেল ডেস্কঃ দৰঙৰ দলগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনকৈ যুৱকে। খাৰুপেটীয়াৰ পৰা ৰৌতালৈ স্কুটীৰে গৈ থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো। বেছিমাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত টি আৰ০৪-ডি-০২১১ নম্বৰৰ মাৰুতি গাড়ীৰ সৈতে এ এছ১৩-জি-০১৩৫…
আৰু পঢ়ক...