শেহতীয়া খবৰ
ফাদাৰ থমাছক শেষ শ্ৰদ্ধা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ  •  ফেচবুকে ৰঙাঘৰত সুমুৱালে সুদূৰ নাইজেৰিয়াৰ অসমৰ জোৱাইক  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  অভয়াপুৰীত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০তম জন্মোৎসৱ উদযাপন  •  চাউলধোৱাত পুখুৰীৰ পাৰত কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ লম্পট লোকনাথ  •  সোণাৰিত দুৰ্নীতি বিৰোধী অভিযান, ৫ হিচাপ পৰীক্ষকক আটক  •  ধিক পাকিস্তান! সীমান্তত বিএছএফ জোৱানক ডিঙি ৰেপি নৃশংস হত্যা  •  ২৮ ডিচেম্বৰত সমগ্ৰ ভাৰত কপাঁব 'ভিলেইজ ৰ’কষ্টাৰ্ছে'  •  ২৮ ডিচেম্বৰত সমগ্ৰ ভাৰত কপাঁব 'ভিলেইজ ৰ’কষ্টাৰ্ছে'

জিঅাইএমটি, তেজপুৰত ৰাষ্ট্ৰীয় অভিযন্তা দিৱস উদযাপন

ডিজিটেল সংবাদ, তেজপুৰঃ উত্তৰ অসমৰ অগ্ৰণী কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী, তেজপুৰত ১৫ ছেপ্টেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় অভিযন্তা দিৱস উদযাপন কৰা হয়। ভাৰতীয় অভিযন্তাৰ পিতৃপুৰুষ ছাৰ…
আৰু পঢ়ক...

গহপুৰৰ শেহতীয়া বান পৰিস্থিতি, চাওঁক VIDEO

গহপুৰৰ শেহতীয়া বান পৰিস্থিতি কিছু উন্নত হৈছে। পানী কিছু শুকাইছে যদিও, বৰ্তমানেও গহপুৰৰ দক্ষিণাঞ্চলত ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া অঞ্চল পানীৰ তলতেই আছে। মানুহৰ লগতে পশুধনৰো যথেষ্ট বিপদ হৈছে এই বানত। চাওঁক গহপুৰৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত…
আৰু পঢ়ক...

কাইলৈ বিশ্বকৰ্মা পূজাঃ বিশ্ব খনিকৰৰ মূৰ্তি সজা মৃণ্ময় শিল্পীৰ খবৰ ৰাখিছে কোনে?

ডিজিটেল সংবাদ, গোৱালপাৰাঃ সোমবাৰে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা৷ সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰা জিলাৰ কৃষ্ণাইত ব্যাপক প্ৰস্তুতি বিশ্বকৰ্মা পূজাৰ৷ এয়া কৃষ্ণাইত খনিকৰ সকলে নিৰ্মাণ কৰি উলিওৱা বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তি ৷ ইতিমধ্যে খনিকৰ সকলে মৃন্ময়…
আৰু পঢ়ক...

দিল্লীৰ উদ্যোগ নগৰত ভয়ানক অগ্নিকাণ্ড

দিল্লীত পুৱাই ভয়ানক অগ্নিকাণ্ড। উদ্যোগ নগৰ অঞ্চলত এটা ফেক্টৰীত লাগিল জুই। ফেক্টৰীটোৰ ওপৰৰ মহললৈকে জুয়ে ঘেৰি ধৰিছে। অগ্নিকাণ্ডত স্থলীত উপস্থিত ৩০খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী। অগ্নিনিৰ্বাপনৰ চেষ্টা অব্যাহত।
আৰু পঢ়ক...

কৃষ্ণাই বন বিভাগৰ অভিযানত শালকাঠ ভৰ্তি পিকআপ ভান জব্দ

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইত অব্যাহত আছে চোৰাং কাঠ ৰমৰমীয়া বেহা৷ চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে কৃষ্ণাই বন বিভাগৰ তীব্ৰ অভিযান৷ দেওবাৰে পুৱতি নিশা কৃষ্ণাই বন বিভাগে অসম-মেঘালয় সীমান্তত চোৰাং কাঠ ব্যৱসায়ীৰ…
আৰু পঢ়ক...

ডিমাকুছিত জঘন্য ঘটনা, এখন চাইকেলৰ বাবে পিতৃক হত্যা

ডিজিটেল সংবাদ, ওদালগুৰিঃ  শনিবাৰে নিশা ডিমাকুছিত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। সাধাৰণ এখন চাইকেল নোপোৱাৰ বাবে নিশা পিতৃক খৰিৰে মৰিয়াই মৰিয়াই হত্যা কৰে পুত্ৰই। হত্যাকাৰী পুত্ৰই সুৰামত্ত অৱস্থাত নিশা এই ঘটনা সংঘটিত কৰে। এই জঘন্য হত্যাকাণ্ড…
আৰু পঢ়ক...

দুধনৈৰ ৰেল পথত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ 

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত টাঙাবাৰীৰ ৰেলপথত এগৰাকী অচিনাক্ত মহিলাৰ ক্ষত-বিক্ষত অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিবপৰা মতে, টাঙাবাৰীৰ শালঝাৰৰ ৰেলপথত…
আৰু পঢ়ক...

পুনৰ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি

দেওবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লত বৃদ্ধি হ’ল ০.২৮ টকাকৈ। ইফালে, ০.১৮টকাকৈ বৃদ্ধি প্ৰতিলিটাৰ ডিজেলত। বৰ্তমান দিল্লীত পেট্ৰ’লৰ প্ৰতিলিটাৰত ৮১.৯১ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতি…
আৰু পঢ়ক...

কলকাতাৰ বগ্ৰী মাৰ্কেটত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড

নিশা প্ৰায় ২.৪৫ মান বজাত কলকাতাত সংঘটিত হয় অগ্নিকাণ্ড। কলকাতাৰ বগ্ৰী  মাৰ্কেটত সংঘটিত এই অগ্নিকাণ্ড। ঘটনাস্থলীত ৩০খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা। যিহেতু এই ঠাইত বহুকেইটা অট্টালিকা আছে, সেয়েহে অগ্নি নিৰ্বাপনত…
আৰু পঢ়ক...

এচিয়া কাপৰ প্ৰথমখন খেলত ১৩৭ ৰাণ ব্যৱধানত শ্ৰীলংকাক হৰুৱালে বাংলাদেশে

ডিজিটেল ডেস্কঃ ডুবাইত অনুষ্ঠিত এচিয়া কাপ ক্ৰিকেটৰ প্ৰথমখন খেলত বাংলাদেশৰ হাতত পৰাভূত হ’ল সিংঘল বাহিনী। ১৩৭ ৰাণৰ ব্যৱধানেৰে শ্ৰীলংকাৰ বিৰুদ্ধে এক বৃহৎ জয়লাভ কৰিলে বাংলাদেশে। টছত জিকি প্ৰথমে বাংলাদেশে বেটিঙৰ সিদ্ধান্ত লৈছিল। অধিনায়ক…
আৰু পঢ়ক...