শেহতীয়া খবৰ
জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  নগাঁৱত ৰহস্যজনক ঘটনা, চিকিৎসালয়ৰ পৰাই সন্ধানহীন হ’ল ৰোগী  •  লাহৰীঘাটত চোৰাং গঁড় চিকাৰীক আটক  •  কালাতলীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী  •  জম্মু-কাশ্মীৰত নিৰাপত্তাবাহিনী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত ৭ নাগৰিক  •  মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন  •  মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন  •  হাইলাকান্দিত অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, কোনে পালে কিমান আসন?  •  অৰুণাচলত ভূপেন হাজৰিকাৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি অনাবৰণ

বঢ়মুৰত তাচপাতৰ দৰে খহিছে অগপ, উৰিছে বিজেপিৰ জয়ধ্বজা

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ গৃহ সমষ্টি বঢ়মপুৰত তাচপাতৰ দৰে খহিছে অগপ। বহুকেইখন গাঁও পঞ্চায়ত দখল কৰিলে বিজেপিয়ে। গাঁও পঞ্চায়তৰ সভাপতি- বিজেপি- ৮ অগপ- ৬ কংগ্ৰেছ- ৪ আঞ্চলিক পঞ্চায়তৰ…
আৰু পঢ়ক...

ধনশিৰিত কংগ্ৰেছৰ দখললৈ ৩ জিলা পৰিষদ

ধনশিৰি মহকুমাৰ ৩ খন জিলা পৰিষদৰ আসনত কংগ্ৰেছ দলৰ বিজয়। বৰপথাৰ জিলা পৰিষদৰ আসনত জয়ী হৈছে কংগ্ৰেছৰ বিজন ফুকন। সৰুপথাৰ জিলা পৰিষদত জয়ী কংগ্ৰেছৰ লাজৰুচ তপ্ন। ২১ টা গাঁও পঞ্চায়তৰ সভাপতি পদত কংগ্ৰেছে ৫ খন আসনত জয়ী। বিজেপিৰ…
আৰু পঢ়ক...

পঞ্চায়ত নিৰ্বাচনঃ মৃত্যুৰ পৰোৱানাত চহী কৰিলে নেকি অসমীয়াই?

♦ মৃদুল কুমাৰ সন্দিকৈ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ঘোষণা এতিয়াও সম্পূৰ্ণ হোৱা নাই। কিন্তু এই নিৰ্বাচনৰ ফলাফলৰ এক আভাস পোৱা গৈছে। পূৰ্বৰ দৰেই শাসনত থকা শাসকীয় দলৰ পক্ষতে গৈছে ৰায়। এই নিৰ্বাচনৰ ফলাফলক লৈ শাসকীয় বিজেপিয়ে উৎসাহ বা আনন্দত মতলীয়া…
আৰু পঢ়ক...

গোৱালপাৰৰ এক বজাৰ আনুষ্ঠানিক ভোটগণনাৰ ফলাফলত কংগ্ৰেছৰ অগ্ৰগতি

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ মুঠ ১৬ টা জিলা পৰিষদ সমষ্টিৰ ভোটগণনা পূৰ্ণ গতিত চলি আছে। দিনৰ ১ বজালৈ চাৰিটা সমষ্টিৰ বাহিৰে কোনো এটা সমষ্টিৰ আনুষ্ঠানিক ফলাফল ঘোষণা কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই। জিলা পৰিষদৰ আনুষ্ঠানিক ফলাফলৰ ঘোষণা…
আৰু পঢ়ক...

বিশ্বনাথত কংগ্ৰেছৰ মান ৰাখিলে গঁড় হত্যাত অভিযুক্ত দিলোৱাৰে

ডিজিটেল সংবাদ, উত্তৰ অসমঃ বিশ্বনাথ বিধান সভাৰ অন্তৰ্গত চোৱাগুৰি গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী দিলোৱাৰ হুছেইনে ২০০ৰো অধিক ভোটৰ ব্যৱধানত বিজেপি দলৰ মনোনীত প্ৰাৰ্থীক পৰাভূত কৰে৷ উল্লেখ্য যে, পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীত্ব…
আৰু পঢ়ক...

অগপ নেতা কেশৱ মহন্তৰ সমষ্টি কলিয়াবৰত ৪খন জিলা পৰিষদ দখল বিজেপিৰ

অগপ নেতা তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ সমষ্টিত দলৰ দুৰ্দশা। কলিয়াবৰ সমষ্টিৰ ৪খন জিলা পৰিষদৰ আটাইকেইখনতে জয়ী বিজেপি।
আৰু পঢ়ক...

শিৱসাগৰ জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ সামগ্ৰিক ফলাফল

শিৱসাগৰ সমষ্টিৰ ১৮ খন গাঁও পঞ্চায়তৰ ১২ খন কংগ্ৰেছ আৰু ৬ খন বিজেপিৰ দখলত৷ কংগ্ৰেছৰ দখললৈ যোৱা গাঁও পঞ্চায়ত সমূহ— ১. বেতবাৰী ২. লাচিত ৩. খেলুৱা ৪. বানমুখ ৫. দিচাংধাইআলি ৬. হাঁহচৰা ৭. চেৰেকাপাৰ ৮. কোঁৱৰপুৰ ৯. চাউলকৰা ১০. নগৰমহল…
আৰু পঢ়ক...

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ শেহতীয়া খবৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ শেহতীয়া খবৰ- দক্ষিণ শালমাৰা জিলা পৰিষদত এ আই ইউ ডি এফৰ অগ্ৰগতি। সুখচৰ জিলা পৰিষদত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী। ফেকামাৰী জিলা পৰিষদত অসম গণ পৰিষদৰ অগ্ৰগতি। কালাপানী জিলা পৰিষদত এ আই ইউ ডি এফৰ…
আৰু পঢ়ক...

৫ ৰাজ্যৰ নিৰ্বাচনৰ পৰাই শিক্ষা লৈছে মোদীয়ে, মাফ কৰিব হেনো কৃষকৰ ঋণ

ডিজিটেল ডেস্কঃ হিন্দী বলয়ৰ তিনি ৰাজ্য ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত বিজেপিয়ে মুখ থেকেছা খোৱাৰ পিছত আগন্তক লোকসভা নিৰ্বাচনৰ বাবে চিন্তিত হৈ পৰিছে মোদী-শ্বাহ নেতৃত্বাধীন বিজেপি। বিগত চাৰে চাৰি বছৰে কৰা কাম-কাজে দেশৰ জনতাক আস্বস্ত কৰিব…
আৰু পঢ়ক...

বৰাক উপত্যকাৰ শেহতীয়া নিৰ্বাচনী ফলাফল

• হাইলাকান্দি হাইলাকান্দিত মুঠ জিলা পৰিষদৰ সদস্য সংখ্যা ১১। ফলাফল ঘোষিত জিলা পৰিষদৰ সদস্য সংখ্যা ১১। এআইইউডিএফৰ ৬জন সদস্য নিৰ্বাচিত হৈছে জিলা পৰিষদলৈ। বিজেপিৰ ৪জন সদস্য নিৰ্বাচিত হৈছে জিলা পৰিষদলৈ। অগপৰ নিৰ্বাচিত হৈছে এজন সদস্য।…
আৰু পঢ়ক...