শেহতীয়া খবৰ
শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক অসম চৰকাৰে প্ৰদান কৰিলে ২০ লাখ টকাৰ সাহায্য...  •  অসম সাহিত্য সভাৰ আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন, মুখ্যমন্ত্ৰীৰ কাৰ্যত হতাশ অসম সাহিত্য সভা...  •  অসম সাহিত্য সভাৰ আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন, মুখ্যমন্ত্ৰীৰ কাৰ্যত হতাশ অসম সাহিত্য সভা...  •  গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা

মঙলবাৰে কুলভূষণ যাদৱৰ গোচৰৰ শুনানিৰ দ্বিতীয় দিন

মঙলবাৰে ইণ্টাৰনেচনেল ক’ৰ্ট অৱ জাষ্টিচত কুলভূষণ যাদৱৰ গোচৰৰ শুনানিৰ দ্বিতীয় দিন। সোমবাৰৰ পৰা গোচৰটোক লৈ আৰম্ভ হোৱা শুনানি ২১ ফেব্ৰুৱাৰীলৈ লৈ হ’ব। নেডাৰলেণ্ডৰ হেগত অনুষ্ঠিত হৈছে বহুচৰ্চিত শুনানি। মঙলবাৰে দিনৰ ২.৩০ বজাৰ পৰা…
আৰু পঢ়ক...

জিএমচিএইচত নিৰাপত্তাৰক্ষীয়ে চোৰ কৰে ৰোগী-আত্মীয়ৰ ম’বাইল! আটক ৫

নিৰাপত্তাৰক্ষীৰ নেতৃত্বতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হয় চুৰিকাণ্ড। ‎ এটা চোৰৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে এই কথা। ৰোগী আৰু আত্মীয়ৰ ম'বাইল চুৰিৰ আঁৰত নিৰাপত্তাৰক্ষী জড়িত বুলি প্ৰকাশ চোৰটোৰ। সোমবাৰে আৰক্ষীৰ জালত পৰে…
আৰু পঢ়ক...

নগাঁও কাগজ কলত অগ্নিকাণ্ড

জাগীৰোডৰ নগাঁও কাগজ কলত অগ্নিকাণ্ড। সোমবাৰে নিশা সূত্ৰপাত হয় জুইৰ। ১৩২ কেভি বিদ্যুতৰ পাৱাৰ হাউছৰ নিয়ন্ত্ৰণ কক্ষত লাগে জুই। অগ্নিকাণ্ডৰ ফলত জ্বলি ছাই হ’ল কেইবাকোটি টকাৰ মূল্যৱান সামগ্ৰী। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী…
আৰু পঢ়ক...

মহানগৰীৰ বশিষ্ঠত বন্যহস্তীৰ সন্ত্ৰাস

মহানগৰীৰ বশিষ্ঠত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস। সোমবাৰে নিশাও সন্ত্ৰাস চলাই বন্যহস্তীয়ে। বৈকুণ্ঠপুৰ আৰু ইন্দিৰা নগৰত উপদ্ৰৱ এটা হাতীৰ। ৫ ঘণ্টা ধৰি অঞ্চলটোত সন্ত্ৰাস হাতীটোৰ। বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ। হাতীয়ে…
আৰু পঢ়ক...

৭দিনৰ ভিতৰত নুমলীগড় শোধনাগাৰৰ হস্তী কৰিডৰৰ পকীবেৰা ভঙাৰ নিৰ্দেশ ন্যায়ালয়ৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ তেলগৰমত অৱস্থিত নুমলীগড় তেলশোধনাগাৰৰ সমীপত শোধনাগাৰ কৰ্তৃপক্ষই নিৰ্মাণ কৰা পকীবেৰ ভাঙিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে। উল্লেখযোগ্য যে, শোধনাগাৰ কৰ্তৃপক্ষই হস্তীকৰিডৰত পকীবেৰা নিৰ্মাণ কৰি বন্যহস্তীৰ…
আৰু পঢ়ক...

ফেচবুকত দেশবিৰোধী মন্তব্য কৰি ক’ত নিখোজ হ’ল প্ৰবক্তা পাপৰি বেনাৰ্জী

ডিজিটেল সংবাদ, গুৱাহাটীঃ সোমবাৰেও চানমাৰি থানাত হাজিৰ নহ’ল ফেচবুকত দেশবিৰোধী মন্তব্য কৰি গণৰোষত পৰা মহানগৰীৰ আইকণ কমাৰ্চ মহাবিদ্যালয়ৰ প্ৰবক্তা পাপৰি বেনাৰ্জী। চানমাৰী থানাৰ আৰক্ষীৰ নিৰ্দেশৰ পিছতো থানাত হাজিৰ নহ’ল প্ৰবক্তা গৰাকী। শনিবাৰে…
আৰু পঢ়ক...

১ মিনিটত ২৫ খবৰ…

১. হিমাচল প্ৰদেশৰ ৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা ২৪ ঘণ্টাই যান-বাহন চলাচল ব্যাহত। পথত পাহাৰৰ বৃহৎ অংশ খহি পৰাৰ ফলত স্তব্ধ হৈ পৰে পথটো। ২. সোমবাৰে নৱ-নিযুক্তি দিয়া হয় হাৰিয়ানাৰ আৰক্ষী সঞ্চালকক। আই পি এছ মনোজ যাদৱ ৰাজ্যখনৰ নতুন ডি জি পি। ৩…
আৰু পঢ়ক...

চিংগাপুৰ-জাপানত নহয়, গুৱাহাটীত ১০ মহলাৰ ওপৰত পুল বাৰ, চাওক VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ চিংগাপুৰ, জাপান, অথবা চীনত নহয়, এইবাৰ গুৱাহাটীত মুকলি হ'ল ১০ মহলাৰ ওপৰত এখন পুল বাৰ। মুকলি আকাশ, মুক্ত বতাহৰ লগতে গুৱাহাটীৰ সৌন্দৰ্য উপভোগ কৰি আপুনি যদি কিছু সময় কটাব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আপুনি আৰু ৰাজ্যৰ…
আৰু পঢ়ক...

শৰৎ চন্দ্ৰ লেখাৰু সোঁৱৰণী তৰ্ক প্ৰতিযোগিতাত কটন বিশ্ববিদ্যালয় শ্ৰেষ্ঠ

ডিজিটেল সংবাদ, গুৱাহাটীঃ সোমবাৰে মহানগৰীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত চিভিল ছাৰ্ভিচ এচিভাৰ্ছ পইণ্টৰ উদ্যোগত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হয় স্বৰ্গীয় শৰৎ চন্দ্ৰ লেখাৰু সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত শ্রেষ্ঠ দলৰ সন্মান লাভ কৰে কটন…
আৰু পঢ়ক...

কোকৰাঝাৰত ইস্কনৰ ট্ৰাইবেল কেয়াৰ উৎসৱ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ ডিএন হিম্মৎসিংকা খেলপথাৰত অহা ২২ আৰু ২৩ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ইস্কনৰ ট্ৰাইবেল কেয়াৰ উৎসৱ অনুষ্ঠিত হব। কোকৰাঝাৰৰ ডিএন হিম্মৎসিংকা বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া ইস্কনৰ…
আৰু পঢ়ক...