শেহতীয়া খবৰ
ভৰলুত ছুইফট ডিজায়াৰে মহতিয়ালে শিশুসহ ৮জনক  •  তিতাবৰত মাতৃক ঘপিয়াই হত্যা সুৰামত্ত পুত্ৰৰ  •  ত্ৰিপুৰাত আগতীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বৃহৎ সাফল্য  •  মৰিগাঁৱত নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস  •  গুৰুজনাৰ সংস্কৃতিৰ ৰক্ষাৰ বাবে চেঞ্চৰ বৰ্ডৰ প্ৰয়োজনঃ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামী  •  স্বল্পবসনা নৰ্তকীক বিশ্বকৰ্মাৰ মূৰ্তি বিসৰ্জন পৰ্বত ৰাজহুৱা চুম্বন, শিৱসাগৰত প্ৰতিক্ৰিয়া  •  শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, আমাৰ পৰম গুৰু...  •  কৰ্তব্য এৰি নচাত ব্যস্ত আৰক্ষী, তদন্তৰ নিৰ্দেশ উৰ্ধতম কৰ্তৃপক্ষৰ, চাওঁক ভিডিঅ’  •  শ্বিলঙত হাতত ঝাড়ু তুলি চাফাই অভিযানত নামিল কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰ  •  বাগৰিত দুখন অবৈধ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক জব্দ

অসমত হিজবুল মুজাহিদীনে মেলিছিল ভয়ংকৰ জাল

ডিজিটেল সংবাদ, হোজাইঃ অসমত ভয়ংকৰ কূটাঘাতৰ জাল মেলিছিল হিজবুল মুজাহিদীনে। হোজাইৰ লগতে ৰাজ্যখনৰ অন্য জিলাতো মুজাহিদীনে ভিতৰি ভিতৰি সদস্যভৰ্তি অভিযান আৰম্ভ কৰিছিল। জেহাদী সংগঠনটো শক্তিশালী কৰিবলৈ ওমৰ ফাৰুক নামৰ জেহাদী সদস্যজনলৈ কাশ্মীৰৰ পৰা…
আৰু পঢ়ক...

বিৰাট কোহলীৰ কি কিটিপ অনুসৰণ কৰিলে অষ্ট্ৰেলিয়াৰ তাৰকা ক্ৰিকেটাৰ ষ্টিভ স্মিথে?

ডিজিটেল ডেস্কঃ বিৰাট কোহলীৰ কিটিপ অনুসৰণ কৰিলে বিশ্বৰ ক্ৰিকেটজগতৰ শ্ৰেষ্ঠ বেটছমেন তথা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথে। পিছে এই কিটিপ খেল সৰ্ম্পকীয় নহয়, ব্যক্তিগতহে। শনিবাৰে বিবাহপাশত আৱদ্ধ হ’ল স্মিথ। বিশ্বৰ ক্ৰিকেট জগতৰ…
আৰু পঢ়ক...

অৰ্থ-অনৰ্থ

অৰ্থক সদায় অনৰ্থ বুলিহে গণ্য কৰা হয়। পিচে আমি সকলোৱে অৰ্থৰ বাবেই দৌৰি ফুৰো! অৰ্থক অনৰ্থক বুলি ভাবি ল’ব পৰা হ’লে বহু অথন্তৰ নালাগিলহেঁতেন। তেলৰ দাম বৃদ্ধিৰ বিপৰীতে টকাৰ মূল্য কমিবলৈ ধৰাৰ সময়ত অৰ্থ-অনৰ্থৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে। ২০১৩ চনৰ…
আৰু পঢ়ক...

নগাঁৱত দিন দুপৰতেই ধন লুট

ডিজিটেল সংবাদ, নগাওঁঃ শনিবাৰে নগাওঁ চহৰত দিন দুপৰতেই সংঘটিত হয় এক চাঞ্চল্যকৰ ধন লুটৰ ঘটনা। নগাওঁ জাজৰীৰ অতুল চন্দ্ৰ শইকীয়া নামৰ জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনে বেংকৰ পৰা পেঞ্চনৰ ধন উলিয়াই নিয়াৰ সময়তে দুৰ্বৃত্তৰ দল এটাই ৰাসায়নিক…
আৰু পঢ়ক...

মহানগৰীত হিজবুল মুজাহিদীনৰ লিংকমেনক গ্ৰেপ্তাৰ

হিজবুল মুজাহিদীনৰে জড়িতৰ অভিযোগত আৰু এজনক  গ্ৰেপ্তাৰ। বৰ্ণিহাটৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ওমৰ ফাৰুক নামৰ লোকজনক। ধৃত ওমৰ ফাৰুকৰ ঘৰ হোজাইত। সম্প্ৰতি দিছপুৰ থানাত ৰখা হৈছে ওমৰ ফাৰুকক। হিজবুলৰ লিংকমেন হিচাপে ওমৰ ফাৰুকে…
আৰু পঢ়ক...

নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই জলবোমাৰ ৰূপ লৈছে নামনি-সোৱণশিৰি প্ৰকল্পই, বান্ধৰ উপৰি ভাগত জমা ৮০ হাজাৰ…

ডিজিটেল সংবাদ, গোগামুখঃ অৰুণাচলত যোৱা এসপ্তাহ ধৰি হৈ থকা প্ৰৱল বৃষ্টিপাতৰ ফলত নিৰ্মাণ সম্পূৰ্ণ নোহোৱা নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীয়ে এতিয়া জলবোমা সদৃশ হৈ পৰিছে। চিয়াঙৰ ৰহস্যজন জলপৃষ্ঠ বৃদ্ধি আৰু অৰুণাচলৰ প্ৰৱল বৰষুণৰ ফলত…
আৰু পঢ়ক...

নগাঁৱত পিষ্টলসহ বিজেপি নেতাক গ্ৰেপ্তাৰ

নগাঁৱত পিষ্টলসহ গ্ৰেপ্তাৰ বিজেপি নেতাক। ধৃত নেতাজনৰ নাম আতাউৰ ৰহমান। বিজেপিৰ সংখ্যালঘু মৰ্চাৰ পাখিমৰীয়া মণ্ডলৰ সম্পাদক আছিল তেওঁ। ০.২২ পিষ্টল আৰু ৩ ৰাউণ্ড সক্ৰিয় গুলীও জব্দ। নগাঁৱৰ চাৰিখুঁটিত ঘৰ আতাউৰ ৰহমানৰ। ডিফুৰ গাৰো…
আৰু পঢ়ক...

আকৌ অমিত শ্বাহৰ মুখত অসমৰ অবৈধ বিদেশীক খেদোৱাৰ ভাষণ

ডিজিটেল ডেস্কঃ দুদিনৰ আগতে দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’বই বুলি ঘোষণা কৰা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ সুৰ পুনৰ সলনি হৈছে। হিন্দু বাংলাদেশীসকলক ভাৰত তথা অসমত সংস্থাপন দিবলৈ  উঠি-পৰি লগা…
আৰু পঢ়ক...

ডাষ্টবিনৰ লখিমী

অনুৰাগ শইকীয়া প্ৰত্যেক দিনাৰ দৰে ডাষ্টবিনটোলৈ চাই আজিও ৰৈ গ'ল লখিমী, ক’ৰ্টৰ মুখতে এই ডাষ্টবিন। তাইলৈ চাই নাক কোচাই কেইবাহালো চকু ডাঙৰ হৈ পাৰ হৈ গ'ল। ডাষ্টবিনটোত  শীৰ্ণ শিশু এটাই জাৱৰবোৰ মৰম কৰি কৰি মনৰ মুকুতা বিচাৰিছে। তাৰ কাষতে কুকুৰ…
আৰু পঢ়ক...

চিবিএছচিৰ দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষ স্থান দখল কৰা ছাত্ৰীক গণধৰ্ষণ, বলাৎকাৰীৰ ৰূপত সেনা জোৱান

ডিজিটেল ডেস্কঃ দিল্লীত সংঘটিত ডামিনী কাণ্ডত কৈ ভয়ানক কাণ্ড এইবাৰ সংঘটিত হৈছে হাৰিয়ানাত। চি বি এছ চি পৰীক্ষাত শীৰ্ষ স্থান দখল কৰা এগৰাকী ছাত্ৰীক ১২ ছেপ্টেম্বৰ, বুধবাৰে গণধৰ্ষণ কৰিলে ৩জন যুৱকে। চি বি এছ চি পৰীক্ষাত সুফল লাভ কৰাৰ বাবে…
আৰু পঢ়ক...