জয় আই অসম… সাৱধান বিশ্বাসঘাতক!

♦ ডি জে ধনন্তৰি এই জুই জ্বলিছে এই জুই জ্বলিবই। এনেদৰে এদিন জ্বলি উঠিছিল জুই। ৰাজপথলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল লক্ষ লক্ষ অসমীয়া। লক্ষ্য এটাই। বিদেশীয়ে অসম এৰিবই লাগিব। এটা দুটা নহয়, কেবাটাও বছৰ জ্বলি থাকিল সেই জুই। জ্বলি ছাই হ’ল বহুতৰে…
আৰু পঢ়ক...

নাজিৰাত অগ্নিকাণ্ড, অগ্নিদগ্ধ দুই মাতৃ-কন্যা

নাজিৰাৰ শিমলুগুৰিত অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ’ল এটা বাসগৃহ। অগ্নিদগ্ধ হ’ল বাসগৃহটোত থকা মাতৃ-কন্যা। শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত। অগ্নিকাণ্ডত প্ৰায় লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত। ঘটনাস্থলীত উপস্থিত…
আৰু পঢ়ক...

টিহুত পথ দুৰ্ঘটনা, নিহত দুই

টিহুত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুজন মটৰ চাইকেল আৰোহী। টিহুৰ ভাল্লা চকত সংঘটিত হয় এই দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই এখন দলঙৰ ৰেলিঙত খুন্দা মাৰে মটৰ চাইকেলখনে। তাৰ পিছত পথত পৰি থকা অৱস্থাত আৰোহীদ্বয়ক মহটিয়াই নিয়ে…
আৰু পঢ়ক...

যমুনা নৈত পৰি সলিল সমাধি দুই ছাত্ৰৰ

দিল্লীত সোমবাৰে সংঘটিত হ’ল এক কৰুণ ঘটনা। যমুনা নৈত পৰি সলিল সমাধি হ’ল দুজন স্কুলীয়া ছাত্ৰৰ। আবেলি প্ৰায় ৪ মান বজাত সংঘটিত হ’ল এই ঘটনা। ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ লোক।
আৰু পঢ়ক...

দিল্লীত দুৰ্বৃত্তই এজনক গুলীয়াই লুটি নিলে ১৩ লাখ টকা

সোমবাৰে দিল্লীত সংঘটিত ডকাইতি কাণ্ড। বাইকত অহা দুৰ্বৃত্তই এজন ব্যক্তিৰ পৰা লুটি লৈ যায় ১৩ লাখ টকা। গ্ৰেটাৰ কৈলাশৰ এখন অলংকাৰৰ দোকানৰ কৰ্মচাৰীৰ পৰা লুটি নিলে ধন। কৰ্মচাৰীজনক প্ৰথমে গুলীয়াই, তাৰপাছত কাঢ়ি লৈ যায় ধনখিনি। এই…
আৰু পঢ়ক...

বিদেশী ন্যায়াধীকৰণৰ কৰাল গ্ৰাসত এটি দুৰ্ভগীয়া পৰিয়াল

ডিজিটেল সংবাদ, অভয়াপুৰীঃ সমগ্ৰ অসম এতিয়া দুৰ্গা পূজাৰ আনন্দত মতলীয়া। নিজৰ সন্তানক হাতত ধৰি নতুন নতুন পোচাক ক্ৰয় কৰিবলৈ পিতৃ-মাতৃয়ে ভিৰ কৰিছে বজাৰত। কিন্তু এই সময়ত এটা পৰিয়ালত নাই পূজাৰ উল্লাস। চকুপানীৰে পূজাৰ দিনকেইটা কটাব লগা হৈছে।…
আৰু পঢ়ক...

আৰক্ষীৰ ছত্ৰছায়াতে মদ-জুৱাৰ অবাধ বেহা, ক্ষুব্ধ দল-সংগঠন

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সাৰ শালবাৰী মহকুমাৰ ভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাই অহা মদ-জুৱা-তীৰৰ লগতে অসামাজিক কাম-কাজৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে পাঁচটাকৈ ছাত্ৰ সংগঠনে৷ মহকুমাটোৰ কোনো ঠাইতে যাতে এনেধৰণৰ অসামাজিক কাৰ্যকলাপে পুনৰাই…
আৰু পঢ়ক...

১ মিনিটত ২৫ খবৰ

১. পুনৰ এবাৰ বিতৰ্কৰ আওতাত পঞ্জাৱৰ মন্ত্ৰী তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ নৱজোৎ সিং সিদ্ধু। 'দক্ষিণ ভাৰততকৈ শ্ৰেষ্ঠ পাকিস্তান।'- এই বিতৰ্কিত মন্তব্য কৰে সিদ্ধুৱে। ২. জীৱন্ত দুৰ্গা! বিশ্বনাথৰ পূজাৰ আন এক আকৰ্ষণ। বিশ্বনাথত মৃন্ময় মুৰ্ত্তি…
আৰু পঢ়ক...

ৰঙিয়াত তীব্ৰবেগী বাহনৰ খুন্দাত মহিলাৰ মৃত্যু

ডিজিটেল সংবাদ, ৰঙিয়াঃ পুৱা এক বাইক দুৰ্ঘটনাৰ পিছতে পুনৰ এক পথ দুৰ্ঘটনাই ৰঙিয়াত শোকৰ ছাঁ পেলাইছে। সোমবাৰে সন্ধিয়া মাতৃ-কন্যা সান্ধ্য ভ্ৰমণৰ বাবে ৰঙিয়া-দৰঙ্গা পথেৰে ওলাই আহোতে ভূটানৰ দিশৰ পৰা অহা এখন তীব্ৰবেগী বাহনে দুয়োকে খুন্দিয়াই পলায়ন…
আৰু পঢ়ক...

অসমতে অসমীয়াৰ বিৰুদ্ধে ২৬ বঙালী সংগঠনৰ সমাৱেশ, অখিলৰ হুংকাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম আৰু অসমীয়াৰ বিৰুদ্ধে পুনৰ উঠি-পৰি লাগিছে এটা বিশেষ চক্ৰ৷ আচৰিত ধৰণে এনে কাৰ্যত আগভাগ লৈছে দিনদিয়েক পূৰ্বে সংবাদ মাধ্যমৰ মজিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ সৈতে হাত মিলাই অসম বিৰোধী কোনো কাৰ্য-কলাপত…
আৰু পঢ়ক...