শেহতীয়া খবৰ
আহোম স্বৰ্গদেউ পূৰন্দৰ সিংহৰ পৰিনাতিৰ দেহাৱসান  •  জাজৰি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন  •  ১৬১ ৰানতে অলআউট ইংলেণ্ড, তৃতীয় টেষ্টত আশা সজীৱ ভাৰতৰ  •  সাংবাদিক মনোজৰ মহানুভৱতা, কন্যাৰ বিয়া বাতিল কৰি বানাক্ৰান্তলৈ আগবঢ়ালে সমস্ত ধন  •  অৱশেষত কেৰালাৰ বানত আক্ৰান্ত অসমীয়াসকলৰ বাবে হেল্পলাইন নম্বৰ মুকলি  •  গহপুৰৰ ককিলাত সৰ্প দংশনত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু  •  পথৰ দুৰৱস্থা, কামপুৰত আধা বাটতে সন্তান প্ৰসৱ  •  শিয়ালমাৰীত উদ্ধাৰ কলিয়াবৰৰ চুৰি টাটা মোবাইল  •  জাকাৰ্টাৰ এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক  •  বান বিধ্বস্ত কেৰালাত কেনে আছে অসমৰ ডেকাসকল?

কেৰালাত পুনৰ ধাৰাসাৰ বৰষুণ, ৰেড এলাৰ্ট জাৰি

ডিজিটেল ডেস্কঃ কেৰালাৰ বান পৰিস্থিতি পুনৰ সূচনীয় হৈ পৰিছে। আজি কেৰালা চৰকাৰে ৰাজ্যখনৰ প্ৰতিখন জিলাতে ৰেড এলাৰ্ট জাৰি কৰিছে।বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যখনত আজি ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিয়াৰ পাছতে এই পদক্ষেপ লৈছে চৰকাৰে। ইফালে,…
আৰু পঢ়ক...

প্ৰাক্তন ক্ৰিকেটাৰ অজিত ৱাডেকাৰ নিধন

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক অজিত ৱাডেকাৰ আৰু নাই। ৭৭ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আছিল ৱাডেকাৰে। ১৯৪১চনৰ ১ এপ্ৰিলত জন্ম হৈছিল ক্ৰিকেটাৰগাৰীক। তেওঁ ভাৰতীয়…
আৰু পঢ়ক...

বাজপেয়ীৰ স্বাস্থ্য LIVE UPDATE

১৬আগষ্টৰ বিয়লি ০৪.৫৬ বজাতঃ কিছুসময় পিছতে বাজপেয়ীৰ স্বাস্থ্যক লৈ বুলেটিন আগবঢ়াব এইমছ কৰ্তৃপক্ষই। ১৬আগষ্টৰ বিয়লি ০৪.১২ বজাতঃ নোবেল জয়ী কৈলাশ সত্যাৰ্থী এইমছত উপস্থিত। ১৬আগষ্টৰ বিয়লি ০৩.৫২ বজাতঃ এইমছত উপস্থিত কংগ্ৰেছৰ সভাপতি ৰাহুল…
আৰু পঢ়ক...

অতি সংকটজনক প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ স্বাস্থ্য

ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্য অতি সংকটজনক। তিনিদিনৰ ধৰি ভেণ্টিলেটৰত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। ১১জুনত এইমছত ভৰ্তি কৰোৱা হৈছিল বাজপেয়ীক। বুধবাৰে এইমছৰ এটা চিকিৎসকৰ দলে বাজপেয়ীৰ স্বাস্থ্য…
আৰু পঢ়ক...

 নগাঁৱৰ পশ্চিমাঞ্চলত স্বাধীনতা দিৱসৰ উলাহ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  এটা সময় আছিল স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস বুলি ক'লে নৱ প্ৰজন্মই অনুভৱ কৰিছিল বিশেষ উছাহ৷ কিন্তু সময়ে সময়ে উগ্ৰপন্থীৰ দ্বাৰা এনেবোৰ দিৱসত ঠায়ে ঠায়ে সংঘটিত হোৱা কূটাঘাটে ক্ৰমান্বয়ে যেন ম্লান কৰি পেলাইছিল…
আৰু পঢ়ক...

কোকৰাঝাৰত পতাকা উত্তোলন কৰি এনডিএফবিলৈ শান্তিৰ বাৰ্তা হাগ্ৰামাৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ সমগ্ৰ দেশৰ লগতে বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়৷ এই উপলক্ষে আজি পুৱা ৯ বজাত কোকৰাঝাৰ…
আৰু পঢ়ক...

বিশ্বনাথত সাহিত্যিক নগেন কোঞৰক সম্বৰ্ধনা

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশিষ্ট লেখক তথা গহপুৰৰ জ্যেষ্ঠ সাংবাদিক নগেন কোঞৰক আজি বিশ্বনাথ জিলা প্ৰশাসনে তেওঁৰ জীৱনজোৰা সাহিত্য চৰ্চাক সন্মান জনাই আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়। আজি ৭২ সংখ্যক স্বাধীনতা দিৱসত বিশ্বনাথ চাৰিআলিৰ কছাৰী মৈদাম…
আৰু পঢ়ক...

ওদালগুৰিত দুৰ্বৃত্ত‌ই উৰুৱালে ক’লা পতাকা

ডিজিটেল সংবাদ, ওদালগুৰি: ওদালগুৰি চহৰৰ পৰা প্ৰায় ২০ কিমি উত্তৰ-পশ্চিম দিশত অৱস্থিত নং ১ আমজুলিৰ এখন মধ্য ইংৰাজী বিদ্যালয়ত নিশা দুৰ্বৃত্ত‌ই উৰুৱালে ক'লা পতাকা। অঞ্চলটোৰ ওদালগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত নং ১ মিলনজ্যোতি মাধ্যমিক বিদ্যালয়ত…
আৰু পঢ়ক...

স্বাধীনতাৰ উম

মানৱ সভ্যতাৰ বাবে ৭১ বছৰ দীঘলীয়া সময় নহয়। কিন্তু এখন ৰাষ্ট্ৰৰ বাবে ই যথেষ্ট দীঘলীয়া সময়। দেশ আৰু ৰাষ্ট্ৰ একে নহয়। সকলো ৰাষ্ট্ৰই দেশ। কিন্তু সকলো দেশেই ৰাষ্ট্ৰ নহয়। প্ৰতিখন ৰাষ্ট্ৰৰ নিৰ্দিষ্ট ৰাষ্ট্ৰীয় সীমা, ৰাষ্ট্ৰীয় নাগৰিক, ৰাষ্ট্ৰীয় চৰকাৰ…
আৰু পঢ়ক...

হ্ৰাস পাইছে দুৰ্নীতি, ১৫ আগষ্টৰ ভাষণত দাবী মুখ্যমন্ত্ৰীৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে অসমতো ভিন্ন প্ৰান্তত ৭২ সংখ্যাক স্বাধীনতা দিৱস উলহ-মালহৰে পালন কৰা হয়। স্বাধীনতা দিৱস উপলক্ষে খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত কাৰ্যসূচীত পতাকা উত্তোলন কৰি ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে…
আৰু পঢ়ক...