শেহতীয়া খবৰ
শোণিতপুৰত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত প্রাৰ্থীৰ তালিকা প্ৰকাশ  •  জাগুনৰ অপহৰণ কাণ্ডৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ  •  মধ্যপ্ৰদেশত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত শিশুসহ ৯জন  •  শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰত ৰাসোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ, খোল-তালৰ ধ্বনিত মুখৰিত চৌদিশ  •  মহানগৰীত ৰড চুৰি কৰিবলৈ আহি আৰক্ষীৰ জালত ৪ চোৰ  •  আক্ৰাছুৰ অসম বন্ধক লৈ বাক্সাৰ গুৱাবাৰীত উত্তেজনা  •  এন ই কে এছ চিৰ কোম্পানীৰ নামত ভুৱা ব্যৱসায় কৰি আৰক্ষীৰ জালত চৌকত আলী  •  মানকাচৰত নিৰ্বাচনী বতাহ, দলীয় বিসম্বাদ আৰু দল বাগৰা ৰাজনীতিৰ মাজতে শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থী  •  নগাঁৱত হঠাৎ পোষ্টাৰৰ পৰা হেৰাইছে ৰাজেন গোঁহাইৰ ফটো!  •  ৰাজকুমাৰ আৰু যতীন য’ত, ১০ টকাতেই বিধে বিধে টেঙাৰ জুতি ত’ত...

দেওবাৰে ভূমিকম্পই জোকাৰি গ’ল ফিজিৰ লামবাছা চহৰ

ডিজিটেল ডেস্কঃ ৰিখতাৰ স্কেলত ৬.৭ প্ৰবাল্যৰ এক ভূমিকম্পই দেওবাৰে ফিজিৰ লামবাছা চহৰ জোকাৰি যায়। নিশা ৮.২৫ বজাত অনুভূত হয় এই কম্পণ। ভূ গৰ্ভৰ পৰা ৫৩৩.০৬ কিলোমিটাৰ নিলগত এই ভূমিকম্পৰ অভিকেন্দ্ৰ বুলিও জানিব পৰা গৈছে। অৱশ্যে এই ভূমিকম্পৰ ফলত…
আৰু পঢ়ক...

অসম বন্ধত নামনি অসমৰ জনজীৱন স্তব্ধ

বিটিএডিক 'ইউনাইটেড টেৰিট’ৰিয়েল কাউন্সিল’লৈ উন্নীত কৰাৰ প্ৰস্তাৱৰ বিৰুদ্ধে অসম বন্ধৰ আহ্বান। নামনি অসমত প্ৰভাৱ পৰিছে বন্ধৰ। কোচ ৰাজবংশীকে ধৰি কেইবাটাও অবড়ো সংগঠনে আহ্বান জনাইছিল এই বন্ধৰ। বন্ধৰ সময়ছোৱাত ঠায়ে ঠায়ে সমৰ্থকে…
আৰু পঢ়ক...

হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

সোমবাৰেও হ্ৰাস পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। আজি পেট্ৰ’লত ২০ পইচা আৰু ডিজেলত ১৮ পইচাকৈ হ্ৰাস। গুৱাহাটীত আজি পেট্ৰ’লৰ মূল্য ৭৬.১৯ টকা আৰু ডিজেলৰ মূল্য ৭২.১১ টকা। দেওবাৰে মহানগৰীত পেট্ৰলৰ মূল্য আছিল ৭৬.৩৯ টকা আৰু ডিজেলৰ মূল্য…
আৰু পঢ়ক...

অমৃতসৰ বিস্ফোৰণৰ তথ্য দিওতাক ৫০ লাখ টকা দিব পঞ্জাৱ চৰকাৰে

অমৃতসৰৰ বিস্ফোৰণ সন্দৰ্ভত এতিয়াও কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে। অপৰাধীৰ সন্ধান দিওতাক পঞ্জাৱ চৰকাৰে দিব ৫০ লাখ টকা। মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে কৰিলে এই ঘোষণা। এই বিস্ফোৰণত নিহত হৈছিল তিনিজনকৈ লোক। আহত হৈছিল ১২ জনৰো অধিক।…
আৰু পঢ়ক...

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৰপেটাত বিশাল সমাৱেশ, অংশ ল’ব সন্দীপ পাণ্ডেয়ে

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৰপেটাৰ মন্দিয়াত বিশাল সমাৱেশ। এই সমাৱেশত অংশ ল’ব দেশৰ বিশিষ্ট সমাজকৰ্মী সন্দীপ পাণ্ডেয়ে। নেছনেল এলায়েন্স অৱ পিপ’ল মুভমেন্টৰ ২০ জনীয়া দলেও অংশ ল’ব সমাৱেশত। ৰাজ্যজুৰি অব্যাহত আছে নাগৰিকত্ব…
আৰু পঢ়ক...

মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টিতে আদালতত গোচৰ চলি থকা অপৰাধীক প্ৰাৰ্থিত্ব প্ৰদান বিজেপিৰ

ডিজিটেল সংবাদ, বিহালীঃ ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদ আৰু বিৰোধী দল কংগ্ৰেছে দুধৰ্ষ গঁড় হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদানৰ তথ্যই ৰাজ্যৰ ৰাজনীতিৰ পথাৰত ধুমুহা সৃষ্টি কৰাৰ পিছতেই এইবাৰ পোহৰলৈ আহিছে ভাৰতীয় জনতা…
আৰু পঢ়ক...

ভোট বৰ্জনত অটল দধিয়াবাসী, ৰাইজৰ সহমতত দলীয় প্ৰাৰ্থীয়ে উঠাই ল’ব মনোনয়ন

ডিজিটেল সংবাদ, চাবুৱাঃ বিশ্বৰ বৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ প্ৰতিজন নাগৰিকক সংবিধানে নিজৰ মতপ্ৰকাশৰ মৌলিক অধিকাৰ হিচাপে ভোটদানৰ অধিকাৰ প্ৰদান কৰিছে৷ দেশৰ কোটি কোটি জনতাই প্ৰতিটো নিৰ্বাচনতেই নিজৰ মন প্ৰছন্দৰ প্ৰাৰ্থী নিৰ্বাচন কৰি চৰকাৰ গঠনৰ…
আৰু পঢ়ক...

পুৱাই হাতত বেনাৰ-ফেষ্টুন লৈ ৰাজপথত নগাঁৱৰ শতাধিক ৰাইজ, VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ নগাওঁ জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত তেতেলিসৰা গাঁও পঞ্চায়তত স্থানীয় লোকৰ প্ৰতিবাদ। পঞ্চায়তটোৰ ৭ নং ৱাৰ্ডৰ একাংশ পুৰুষ মহিলাই পুৱাই হাতত বেনাৰ, ফেষ্টুন লৈ শাসনাধিষ্ঠ বিজেপি চৰকাৰ আৰু স্থানীয় পঞ্চায়ত খনৰ সভাপতি…
আৰু পঢ়ক...

প্ৰাক্তন মন্ত্ৰী চন্দন সৰকাৰৰ আকস্মিক বিয়োগ

ডিজিটেল সংবাদ, অভয়াপুৰীঃ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা চন্দন সৰকাৰৰ সোমবাৰে পুৱা মৃত্যু ঘটে। জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ আকস্মিক বিয়োগে সমগ্ৰ ৰাজ্যৰ লগতে অভয়াপুৰীৰ শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে, প্ৰাক্তন মন্ত্ৰীগৰাকীৰ হৃদযন্ত্ৰৰ…
আৰু পঢ়ক...

নলবাৰীত কংগ্ৰেছ-বিজেপিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত

ডিজিটেল সংবাদ, নলবাৰীঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নলবাৰী জিলাতো পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ তালিকা ঘোষিত হোৱাৰ লগে লগে শাসকীয় বিজেপি আৰু প্ৰধান বিৰোধী কংগ্ৰেছ উভয়তে অসন্তুষ্টি আৰু প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বহিঃপ্ৰকাশ…
আৰু পঢ়ক...