শেহতীয়া খবৰ
জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  নগাঁৱত ৰহস্যজনক ঘটনা, চিকিৎসালয়ৰ পৰাই সন্ধানহীন হ’ল ৰোগী  •  লাহৰীঘাটত চোৰাং গঁড় চিকাৰীক আটক  •  কালাতলীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী  •  জম্মু-কাশ্মীৰত নিৰাপত্তাবাহিনী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত ৭ নাগৰিক  •  মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন  •  মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন  •  হাইলাকান্দিত অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, কোনে পালে কিমান আসন?  •  অৰুণাচলত ভূপেন হাজৰিকাৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি অনাবৰণ

উত্তৰ শালমাৰাত তীব্ৰবেগী ট্ৰাকে ৫০ মিটাৰ চোঁচৰাই নিলে টেম্প’, আহত ৫জন

ডিজিটেল সংবাদ, অভয়াপুৰীঃ উত্তৰ শালমাৰা চ’কত আজি আবেলি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে প্ৰায় ৫০ মিটাৰ চোঁচৰাই নিয়ে এখন যাত্ৰীভৰ্তি টেম্প’৷ ফলত টেম্প’ত থকা ৫ জন যাত্ৰী আহত হয়৷ ইয়াৰে এটি শিশুৰ অৱস্থা সংকটজনক বুলি জানিব পৰা…
আৰু পঢ়ক...

কৃষ্ণাইত পঞ্চায়ত নিৰ্বাচনক লৈ উৎফুল্লিত কংগ্ৰেছ

ডিজিটেল সংবাদ, কৃষ্ণাইঃ কৃষ্ণাইত পঞ্চায়ত নিৰ্বাচনক লৈ আনন্দৰ বন্যা বৈছে কংগ্ৰেছত৷ কৃষ্ণাই জিলা পৰিষদৰ সদস্য পদৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা বেগমে ১৬,৮৯৪ টা ভোট লাভ কৰি বিজয়ী হয়৷ কৃষ্ণাই জিলা পৰিষদৰ অন্তৰ্গত ৬ খন পঞ্চায়তৰ ভিতৰত কৃষ্ণাই গাওঁ…
আৰু পঢ়ক...

গোলাঘাটত বিয়লি ৪.৩০ বজালৈকে কি ফলাফল?

• জিলা পৰিষদ মুঠ আসন- ১৭ বিজেপি- ৫ কংগ্ৰেছ- ৩ অগপ- ০ • গাঁও পঞ্চায়তৰ সভাপতি মুঠ আসন- ১০২ কংগ্ৰেছ- ৩০ বিজেপি- ৩৭ অগপ- ১ নিৰ্দলীয়-০ • আঞ্চলিক পঞ্চায়ত মুঠ আসন- ১০২ অগপ- ১২ কংগ্ৰেছ- ৩১ বিজেপি- ৪০
আৰু পঢ়ক...

বঢ়মপুৰত প্ৰফুল্ল মহন্তৰ শেষ মান ৰাখিলে সুকন্যাই

বঢ়মপুৰত ৰক্ষা পৰিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অৱশিষ্ট সন্মান। ১৬টা ভোটেৰে এই সন্মান ৰক্ষা কৰিলে বামুণী জিলা পৰিষদৰ সদস্য ৰূপে প্ৰতিদ্বন্দ্বিতা কৰা সুকন্যাই। উল্লেখ্য যে, অগপৰ দুৰ্গ স্বৰূপ বঢ়মপুৰ সমষ্টিত এইবাৰ…
আৰু পঢ়ক...

চামগুৰিত বিজেপিৰ জয়যাত্ৰা অব্যাহত

চামগুৰি জিলা পৰিষদৰ বিজেপিৰ প্ৰাৰ্থী ৰীতা কাকতিৰ জয়লাভ। চামগুৰি জিলা পৰিষদৰ অন্তৰ্গত সূতাৰ গাঁও পঞ্চায়তো বিজেপি বিজেপি প্ৰাৰ্থীৰ জয়লাভ। পঞ্চায়তখনৰ ৭টা ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী। কংগ্ৰেছ জয়ী ২টা ৱাৰ্ডত, অগপ এটাত। সভাপতি পদত…
আৰু পঢ়ক...

গোৱালপাৰাৰ দুটা হাই ভল্টেজ জিলা পৰিষদ সমষ্টিৰ ফলাফলক লৈ উৎকণ্ঠিত সৰ্বস্তৰৰ ৰাইজ

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা জিলাত পঞ্চায়ত নিৰ্বাচনৰ ১৬টা জিলা পৰিষদৰ চলি থকা ভোটগণনাৰ ফলাফলৰ ভিতৰত দুটা হাই ভল্টেজ সমষ্টিক লৈ চৰম উৎকণ্ঠাই বিৰাজ কৰিছে। জিলাখনৰ গোৱালপাৰা পূৱ আৰু পশ্চিম সমষ্টিৰ ক্ৰমে- শ্ৰীসূৰ্য্যগিৰি আৰু আমবাৰী জিলা…
আৰু পঢ়ক...

খুমটাইত বিজেপিৰ বিজয় ধ্বজা

খুমটাই সমষ্টিৰ দক্ষিণহেঙেৰা জিলা পৰিষদৰ দক্ষিণ দক্ষিণহেঙেৰা গাঁও পঞ্চায়তত বিজেপি প্ৰাৰ্থীৰ জয়। পঞ্চায়ত খনৰ সভাপতি পদত জয়লাভ কৰে বিজেপি প্ৰাৰ্থী চয়নিকা তামুলী। আঞ্চলিক সদস্য পদত জয়লাভ বিজেপিৰ ডিম্পী দুৱৰাৰ। পঞ্চায়তখনৰ ৮ টা…
আৰু পঢ়ক...

হোজাই জিলাত কি ফলাফল?

হোজাই জিলাৰ জিলা পৰিষদৰ নিৰ্বাচনী ফলাফল- ৰাজবাৰী- বিজেপি প্ৰাৰ্থী জয়ী। পদুমপুখুৰী- বিজেপি প্ৰাৰ্থী জয়ী। ইছলামনগৰ- এ আই ইউ ডি এফ প্ৰাৰ্থী জয়ী। ভালুকমাৰী- বিজেপি প্ৰাৰ্থী জয়ী। কাকীঃ কংগ্ৰেছ প্ৰাৰ্থী বিজয়ী। ৰানীপুখুৰী-…
আৰু পঢ়ক...

বাক্সাৰ শালবাৰীত নাতিয়েকৰ আক্ৰমণত নিহত ককাক

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত গাতিত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড৷ বুধবাৰে নিশা মদ-ভাঙৰ নিচাত মাতাল হৈ নিজৰেই নাতিয়েক দ্বীপ সূত্ৰধৰে (২১) বাঁ‌হৰ খুটাৰে উপৰ্যুপৰি আক্ৰমণ কৰাত…
আৰু পঢ়ক...

ধুবুৰীত ভোট গণনা কেন্দ্ৰত বিজেপি বিধায়কৰ গুণ্ডাগিৰি

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ ভোট গণনা কেন্দ্ৰত বিজেপি বিধেয়কৰ গুণ্ডাগিৰি। ধুবুৰীৰ গোলকগঞ্জ সমষ্টিৰ বিজেপি বিধায়ক অশ্বীনি ৰায় সৰকাৰে বৃহস্পতিবাৰে এটা ভোট গণনা কেন্দ্ৰত অনাধিকাৰ প্ৰৱেশ কৰি ভোট গণনা কাৰ্যত নিয়োজিত বিষয়া বিডিঅ আকবৰ হুছেইনক…
আৰু পঢ়ক...