মহিলাক কাটি দুচেও কৰিবলৈ আহ্বান জনোৱা অভিনেতাৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ ৰুজু

ডিজিটেল ডেস্কঃ কেৰালাৰ তিৰুৱানন্তপুৰতস্থিত সৱৰিমালা দেৱী মন্দিৰত মহিলাৰ প্ৰৱেশক লৈ শুকুৰবাৰে মালায়লম অভিনেতা কোল্লাম থুলাসীয়ে বিতৰ্কিত মন্তব্য কৰাৰ পিছতে শনিবাৰে আৰক্ষীয়ে অভিনেতাগৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে৷ উল্লেখ্য যে,…
আৰু পঢ়ক...

ওদালগুৰিত এবছুৰ পথ অৱৰোধ কাৰ্যসূচী

ওদালগুৰিত এবছুৰ পথ অৱৰোধ কৰি প্ৰতিবাদ। ৰৌতা-ওদালগুৰিৰ পথটো নিৰ্মাণৰ দাবীত এবছুয়ে পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটো মেৰামতিৰ বাবেই এই প্ৰতিবাদ। জৰাজীৰ্ণ পথটো শীঘ্ৰে নিৰ্মাণৰ দাবী এবছুৰ।
আৰু পঢ়ক...

গদাধৰ নৈত উদ্ধাৰ মৃতদেহ

অৱশেষত উদ্ধাৰ হ'ল পাইয়া ৰবিদাস নামৰ ব্যক্তিজনৰ মৃতদেহ। ধুবুৰীৰ গৌৰীপুৰৰ গদাধৰ নৈত উদ্ধাৰ হয় মৃতদেহটো। এছ ডি আৰ এফ বাহিনীৰ দলে অভিযান চলাই উদ্ধাৰ কৰে ব্যক্তিজনৰ মৃতদেহটো। শনিবাৰে পুৱাৰে পৰা অভিযান চলাইছিল এছ ডি আৰ এফৰ দলটোৱে।…
আৰু পঢ়ক...

কামপুৰত পথ দুৰ্ঘটনা, ট্ৰাকৰ তলত সোমাই মৃত্যু কলেজীয়া ছাত্ৰৰ

কামপুৰৰ শংকৰ নগৰত ভয়াবহ পথ দুৰ্ঘটনা। এন এফ ৰেলৱে কামত নিয়োজিত ট্ৰাকৰ তলত সোমাই কৰুণ মৃত্যু কলেজীয়া ছাত্ৰৰ। সংকটজনক অৱস্থাত ছাত্ৰজনক নগাঁৱৰ চিকিৎসালয়লৈ নিয়া হৈছিল যদিও পথতে মৃত্যু হয় ছাত্ৰজনৰ। দুৰ্ঘটনাত নিহত ছাত্ৰজনৰ নাম ৰক্তিম…
আৰু পঢ়ক...

লেখিকা বিন্তা নন্দাৰ বিৰুদ্ধে অভিনেতা আলোক নাথৰ মানহানিৰ গোচৰ

লেখিকা-প্ৰযোজক বিন্তা নন্দাৰ বিৰুদ্ধে মানহানিৰ গোচৰ৷ অভিনেতা আলোক নাথে তৰিলে এই গোচৰ৷ ইয়াৰ পূৰ্বে বিন্তা নন্দাই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল অভিনেতাগৰাকীৰ বিৰুদ্ধে৷ #MeToo অভিযানৰ জৰিয়তে বিন্তা নন্দাই উত্থাপন কৰিছিল এই…
আৰু পঢ়ক...

দুৰ্বৃত্তৰ গুলীত আহত ব্যৱসায়ী, গহপুৰত প্ৰতিবাদ

নিশা গহপুৰৰ পুৰুপবাৰীত গুলীচালনাৰ ঘটনা। অচিনাক্ত দুৰ্বৃত্তৰ গুলীত আহত হৈছিল গেলামালৰ দোকানী যোগিন্দৰ শ্বাহ । ঘটনাক কেন্দ্ৰকৰি গহপুৰত ব্যৱসায়ীসকলৰ প্ৰতিবাদ। সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত ব্যৱসায়ীসকলৰ।…
আৰু পঢ়ক...

বিহাৰত দুষ্কৃতিকাৰীৰ গুলিত নিহত আৰক্ষী বিষয়া

বিহাৰৰ খগৰীয়া জিলাত এজন আৰক্ষী বিষয়াৰ মৃত্যু। শুকুৰবাৰে নিশা দু্ষ্কৃতিকাৰীৰ লগত হোৱা গুলীয়াগুলিত মৃত্যু। মৃত আৰক্ষী বিষয়াগৰাকীৰ নাম আশীষ কুমাৰ সিং। গুলীয়াগুলিত আন এজন আৰক্ষীৰ লোকো গুৰুতৰভাৱে আহত। আহত আৰক্ষীৰ লোকজনক ভৰ্তি…
আৰু পঢ়ক...

সুৰাপায়ীক কি সকীয়নি মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ?

ৰাজ্যৰ সুৰাপায়ীসকলক সকীয়নি মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। পূজাৰ সময়ত সুৰাপায়ীয়ে অতপালি কৰিলে কঠোৰ ব্যৱস্থা ল’ব প্ৰশাসনে। তেজপুৰত এই ঘোষণা আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। পূজাস্থলীত সুৰাপায়ী প্ৰত্যক্ষ কৰিলে আৰক্ষীয়ে আটক কৰি প্ৰেৰণ…
আৰু পঢ়ক...

এদিনৰ বাবে মিথিলাপুৰীৰ ৰজা হ’ল কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ বৰ্ধন! চাওঁক VIDEO

ডিজিটেল ডেস্কঃ এখন বিশেষ ভাওনা। নাট 'লৱ কোষ ৰাম লীলা'। ভাওনাখন চাবলৈ মানুহে ভিৰ কৰিছে। কোনো কোনোৱে আকৌ ভাৱৰীয়া এজনক চাবলৈ আহিছে। সেয়া শুকুৰবাৰৰ দিল্লীৰ এখন ভাওনা। ‘আমি জনক ৰজাক চাবলৈ আহিছো’- এইয়া এগৰাকী মহিলাৰ মন্তব্য। কিছু কিছুৰ মতে জনক…
আৰু পঢ়ক...

পশ্চিমবংগত তিতলি ঘূৰ্ণি বতাহ, এজনৰ মৃত্যু

পশ্চিমবংগত তিতলি ঘূৰ্ণি বতাহে চলাইছে তাণ্ডৱ। ঘূৰ্ণি বতাহৰ ফলত বিস্তৰ ক্ষয়-ক্ষতি হৈছে ৰাজ্যখনত। শুকুৰবাৰে নিশা খৰগপুৰত মৃত্যু হয় এজন লোকৰ। ঘূৰ্ণি বতাহৰ ফলত পথৰ কাষৰ এখন দেৱাল ঘৰৰ ওপৰত ভাগি পৰাৰ ফলত মৃত্যু হয় লোকজনৰ। ৰাজ্যখনৰ…
আৰু পঢ়ক...