শেহতীয়া খবৰ
ফাদাৰ থমাছক শেষ শ্ৰদ্ধা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ  •  ফেচবুকে ৰঙাঘৰত সুমুৱালে সুদূৰ নাইজেৰিয়াৰ অসমৰ জোৱাইক  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  অভয়াপুৰীত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০তম জন্মোৎসৱ উদযাপন  •  চাউলধোৱাত পুখুৰীৰ পাৰত কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ লম্পট লোকনাথ  •  সোণাৰিত দুৰ্নীতি বিৰোধী অভিযান, ৫ হিচাপ পৰীক্ষকক আটক  •  ধিক পাকিস্তান! সীমান্তত বিএছএফ জোৱানক ডিঙি ৰেপি নৃশংস হত্যা  •  ২৮ ডিচেম্বৰত সমগ্ৰ ভাৰত কপাঁব 'ভিলেইজ ৰ’কষ্টাৰ্ছে'  •  ২৮ ডিচেম্বৰত সমগ্ৰ ভাৰত কপাঁব 'ভিলেইজ ৰ’কষ্টাৰ্ছে'

২৯ ডিচেম্বৰত ‘অভিভাৱক দিৱস’ আৰু ২০ ডিচেম্বৰত ‘ছাত্ৰ-ছাত্ৰী সন্মিলন’ অসম জাতীয় বিদ্যালয়ৰ

ডিজিটেল ডেস্কঃ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ে ২৯ ডিচেম্বৰত উদযাপন কৰিব ‘অভিভাৱকৰ দিৱস’। তাৰপূৰ্বে ২০ ডিচেম্বৰত বিদ্যালয়খনৰ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলৰ এখনি সন্মিলনো অনুষ্ঠিত হ’ব। বিদ্যালয়খনৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি এই…
আৰু পঢ়ক...

দৰঙত পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু

ডিজিটেল ডেস্কঃ দৰঙৰ দলগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনকৈ যুৱকে। খাৰুপেটীয়াৰ পৰা ৰৌতালৈ স্কুটীৰে গৈ থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো। বেছিমাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত টি আৰ০৪-ডি-০২১১ নম্বৰৰ মাৰুতি গাড়ীৰ সৈতে এ এছ১৩-জি-০১৩৫…
আৰু পঢ়ক...

অ’ট’ৰিক্সা চলাওঁ মই টলত জাহান, চি এম ছাৰ হয় মোৰ পেছেঞ্জাৰ…

ডিজিটেল ডেস্কঃ কোনো বৃত্তিয়ে সৰু বা ডাঙৰ নহয়। এই কথাষাৰে যেন সঁচা প্ৰতিপন্ন কৰিলে এগৰাকী মহিলা অ’ট’ ৰিক্সাচালকে। ভুপালৰ এইগৰাকী মহিলা অ’ট’ ৰিক্সা চালকৰ নাম টলত জাহান। টলতে কয় যে- ‘মোৰ অ’ট’ ৰিক্সা চলোৱা প্ৰায় দুমাহ হ’ল। মই ২০১৬চনতেই অ’ট’…
আৰু পঢ়ক...

আন্তঃৰাষ্ট্ৰীয় বক্সিঙত উজ্বলিল অসমৰ ভাগ্যৱতী

ডিজিটেল ডেস্কঃ বিগত কিছুদিনৰ ভিতৰতে বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত কেইবাগৰাকীও অসম সন্তানে সফলতা আজুৰি আনিবলৈ সক্ষম হৈছে। হিমা, অংকুশিতা, হৃদয়কে ধৰি বহুকেইজন প্ৰতিভাৱান খেলুৱৈয়ে বিশ্বৰ ক্ৰীড়াক্ষেত্ৰত নিজকে এক শক্তিশালী স্থানত অৱস্থান কৰিছে।…
আৰু পঢ়ক...

বিশ্বকৰ্মাৰ বজাৰঃ কি বস্তুৰ কিমান দাম?

ডিজিটেল ডেস্কঃ সোমবাৰে বিশ্বকৰ্মা পূজা। পূজাৰ প্ৰস্তুতি চলিছে সৰ্বত্ৰে। বজাৰ-সমাৰত যথেষ্ঠ ভিৰ। বিশেষকৈ পূজাৰ সামগ্ৰী ক্ৰয়ৰ বাবে ভিন্ন জনে ভিৰ কৰিছে। পূজা্ৰ বায়ে প্ৰয়োজনীয় পূজাৰ সামগ্ৰীৰ উপৰিও নৈবদ্য ক্ৰয়ৰ বাবে এইদৰে দোকানত শাৰী পাতিছে অনেক…
আৰু পঢ়ক...

তেজপুৰত পত্নীক হত্যা কৰি আত্মহত্যা এজন কয়দীৰ

তেজপুৰত সংঘটিত হ’ল এক নিৰ্মম ঘটনা। যাৱজ্জীৱন কাৰাবাসেৰে দণ্ডিত এজন কয়দীয়ে হত্যা কৰিলে পত্নীক। চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে পত্নী কল্পনা দেৱীক। পত্নীক হত্যা কৰি চিপ লৈ আত্মহত্যা জীতেন নাথ নামৰ কয়দীজনৰ। উল্লেখ্য যে,…
আৰু পঢ়ক...

গাড়ী চালক শ্বেখাৱটৰ হত্যাৰ ন্যায় বিচাৰি বিৰুবাৰী থানাৰ সন্মুখত প্ৰতিবাদ

গুৱাহাটীৰ বিৰুবাৰীত উত্তপ্ত পৰিস্থিতি। বিৰুবাৰী আৰক্ষী চকীৰ সন্মুখত ৰাইজৰ প্ৰতিবাদ। শ্বেখাৱট আলীৰ হত্যাৰ ন্যায় বিচাৰি ওলাই আহিছে ৰাইজ। গাড়ী চালক আছিল শ্বেখাৱট আলী। গাড়ী চুৰি চক্ৰই হত্যা কৰিছিল চালকজনক। ২০১৭ৰ ১৫…
আৰু পঢ়ক...

ভোক

কাশ্যপ বৰুৱা বাঘিমাৰী গাঁৱৰ নিচেই কাষেদি বৈ গৈছে খৰখৰী নৈ। ই যদিও এটা সুঁতি, কিন্তু বাৰিষা এই সুঁতিটোৱেই প্ৰলয় সৃষ্টিৰ বাবে যথেষ্ট।খৰালি নৈখন মাতৃৰ দৰেই শান্ত, সৌম্য, গহীন হৈ থাকে। এই নৈখনক লৈয়ে ফুটকনৰ দৰে বহুত পৰিয়াল জী আছে, যুঁজি থাকে…
আৰু পঢ়ক...

পুৰণিগুদামৰ মোমায়েকৰ ঘৰত থাকি পঢ়া-শুনা কৰিছিল হিজবুল মুজাহিদীনৰ সদস্য চাহনাজে

ডিজিটেল সংবাদ, পুৰণিগুদামঃ শেহতীয়াকৈ হিবজুল মোজাহিদীনৰ সদস্য হিচাপে গ্ৰেপ্তাৰ হোৱা চাহনাজ আলমে বাস কৰিছিল নগাঁৱৰ পুৰণি গুদামত। মোমায়েকৰ গৃহত থাকি পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আলমে হাইস্কুল শিক্ষা গ্ৰহণ কৰিছিল।…
আৰু পঢ়ক...

ত্ৰিপুৰাত ৩ সহস্ৰাধিক কফ চিৰাপৰ বটল জব্দ

ত্ৰিপুৰা-বাংলাদেশ সীমান্তত অব্যাহত চোৰাং বেহা। ত্ৰিপুৰা আৰক্ষীৰ অভিযানত জব্দ ৩হাজাৰ বটল কফ চিৰাপ। কফ চিৰাপখিনিৰ মূল্য কেবালাখ টকা। বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ অনা হৈছিল কফ চিৰাপখিনি। কেবাটাও বস্তাত ভৰাই লৈ যোৱা হৈছিল…
আৰু পঢ়ক...