শেহতীয়া খবৰ
মহানগৰীৰ চানমাৰিত প্ৰাচী 'ছুইটছ'ত উত্তপ্ত পৰিস্থিতি  •  এন আৰ চিঃ আকৌ মইমতালিৰে মমতাৰ ভিত্তিহীন বিস্ফোৰণ, হ’ব নেকি এইবাৰ গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী?  •  এন আৰ চিঃ আকৌ মইমতালিৰে মমতাৰ ভিত্তিহীন বিস্ফোৰণ, হ’ব নেকি এইবাৰ গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী?  •  কিয় নোহোৱা হ'ল 'জন গণ মন'ত উত্তৰ-পূবৰ অংশ?  •  কিয় নোহোৱা হ'ল 'জন গণ মন'ত উত্তৰ-পূবৰ অংশ?  •  ইটালীত দলং খহি ৩০ জনৰ মৃত্যু  •  স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতিৰ  •  সাঁচিপতীয়া শিল্পী হৰিনাৰায়ণ কোঁৱৰলৈ চৰকাৰী স্বীকৃতি, উৎফুল্লিত বটদ্ৰৱাবাসী  •  নিৰীহ লোকক সেনাই অত্যাচাৰ চলোৱাৰ অভিযোগত উত্তপ্ত ওদালগুৰি  •  ১৫ আগষ্ট আহে, স্বাধীনতাহে নাহে...

ইমৰান খানৰ নিমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিব গাভাস্কাৰে

ডিজিটেল ডেস্কঃ ১৮ আগষ্টত শপত ল’বলগীয়া পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খানৰ  শপতগ্ৰহণ অনুষ্ঠানলৈ নাযায় সুনীল গাভাস্কাৰ। খেলপথাৰত থকা আত্মীয়তা আৰু বন্ধুত্বৰ সূত্ৰে ইমৰান খানে তেওঁৰ শপতগ্ৰহণ অনুষ্ঠানলৈ তিনিজনকৈ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰক…
আৰু পঢ়ক...

নগাঁৱৰ চামগুৰিত সংঘটিত দুৰ্ঘটনাত নিহত ৫

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ চামগুৰিৰ ৰঙাগড়াত নিশা এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। ট্ৰাক আৰু ৱাগ’নাৰৰ সংঘৰ্ষৰ ফলত নিহত হয় ৱাগনাৰখনত থকা ৫জন আৰোহী। তিনিজন ঘটনাস্থলীতে নিহত হয় আৰু আন দুজনক সংকটজনক অৱস্থাত নগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা…
আৰু পঢ়ক...

নৰ্থ বেংক কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰৰ গুৰুতৰ অভিযোগ, তদন্ত আৰম্ভ

ডিজিটেল সংবাদ, ঘিলামৰাঃ ঘিলামৰা নৰ্থবেংক মহাবিদ্যালয়ত অৰাজক পৰিৱেশে বিৰাজ কৰিছে। পৰীক্ষা বহীত ডব্লিউ দিয়া সন্দৰ্ভত মুখ খুলিছে মহাবিদ্যালয়ৰ অধ্যক্ষই। অধ্যক্ষ যুগল শইকীয়াই  তেওঁৰ লগতে মহাবিদ্যালয়খনৰ বিৰুদ্ধে অনা অভিযোগ নসাৎ কৰি সংবাদ…
আৰু পঢ়ক...

ইংলেণ্ডত ভাৰতীয় ক্ৰিকেটাৰে খাইছে কি? বি চি চি আইৰ টুইটক লৈ দেশজুৰি বিতৰ্ক

ডিজিটেল ডেস্কঃ ইংলেণ্ড ভ্ৰমণত থকা ভাৰতীয় দলৰ ভাল দিন চলা নাই। খেলপথাৰত বিফলতা বুটলিছে কোহলি বাহিনীয়ে। দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত ১০৭ ৰানত অল আউট হৈ সমালোচনাৰ সন্মুখীন হৈছে ভাৰতীয় ক্ৰিকেট দল। এতিয়া পিছে খেলৰ বাবে চৰ্চালৈ অহা নাই টীম…
আৰু পঢ়ক...

ভি এছ নাইপল আৰু নাই

নবেল বঁটা বিজয়ী ভি এছ নাইপল আৰু নাই। ৮৫ বছৰ বয়সত মৃত্যু হ'ল লিখকগৰাকীৰ। 'এ বেণ্ড ইন দ্যা ৰিভাৰ'ৰ দৰে উপন্যাসৰ স্ৰষ্টা আছিল তেওঁ। তেওঁৰ আন এখন উল্লেখযোগ্য গ্ৰন্থ 'এ হাউছ ফৰ মিষ্টাৰ বিশ্বাস'। লণ্ডনৰ নিজা বাসগৃহত মৃত্যু হয়…
আৰু পঢ়ক...

স্বাধীনতা সংগ্ৰামৰ বীৰ ছহিদৰ সোঁৱৰণত বাইক ৰেলী

ডিজিটেল ডেস্কঃ ১৫ আগষ্টৰ স্বাধীনতা দিৱস উপলক্ষে স্বাধীনতা সংগ্ৰামৰ বীৰ ছহিদসকলৰ পবিত্ৰ সোঁৱৰণত এক বাইক ৰেলীৰ আয়োজন কৰা হৈছে। পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব এই ৰেলী। গুৱাহাটী কমাৰ্চ কলেজৰপৰা শুভাৰম্ভ হ’ব লগা বাইক ৰেলীত মহাবিদ্যালয়খনৰ সকলো…
আৰু পঢ়ক...

বান পৰিস্থিতিৰ বুজ ল’বলৈ আজি কেৰালালৈ যাব ৰাজনাথ সিং

ডিজিটেল ডেস্কঃ কেৰালাৰ বান পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিছে। বানৰ সমান্তৰালকৈ ৰাজ্যখনত অব্যাহত আছে ভূমিস্খলনৰ ঘটনা। বৰ্তমানলৈকে ৰাজ্যখনত বানত নিহতৰ সংখ্যা ৩৭লৈ বৃদ্ধি পাইছে। নতুনকৈ ২৫খন ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। বৰ্তমান ৰাজ্যখনৰ…
আৰু পঢ়ক...

অহা ৪৮ ঘণ্টাত অসমকে ধৰি ১৬খন ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

ডিজিটেল ডেস্কঃ  অহা ৪৮ ঘণ্টাত দেশৰ ১৬খন ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এন ডি এম এ (নেশ্যনেল ডেজিষ্টাৰ মেনেজমেণ্ট অথৰিটি)য়ে জাৰি কৰিছে এই সতৰ্কবাণী। কেৰালা, উত্তৰাখণ্ড, পশ্চিম বংগ, অৰুণাচলপ্ৰদেশ, অসম, মেঘালয়, কৰ্ণাটককে ধৰি ১৬খন…
আৰু পঢ়ক...

জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ অব্যাহত, এজন জোৱান ছহিদ

ডিজিটেল ডেস্কঃ  স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে কুটাঘাত সংঘটিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। শ্ৰীনগৰ সমীপৱৰ্তী বটমালুত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ বৰ্তমান অব্যাহত আছে। এই সংঘৰ্ষত এজন জোৱান ছহিদ হৈছে। ৰাজ্যখনৰ…
আৰু পঢ়ক...

‘কাৰ্যকৰী হ’বই নাগৰিকত্ব সংশোধনী বিধেয়ক’

ডিজিটেল ডেস্কঃ অসম আৰু অসমীয়াৰ প্ৰতিবাদক শাসনাধিষ্ঠিত বিজেপিয়ে কোনো গুৰুত্ব প্ৰদান নকৰে। চুবুৰীয়া ৰাজ্য পশ্চিমবংগত অনুষ্ঠিত দলটোৰ এখন সভাৰ পিছত এয়া পুনৰ স্পষ্ট হৈ পৰিছে। সমাগত বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ পৰা মমতা বেনাৰ্জীক গাদীচ্যুত কৰাৰ…
আৰু পঢ়ক...