শেহতীয়া খবৰ
বটদ্ৰৱা থানৰ প্ৰধান আতৈ যোগেশ আতাৰ দেহাৱসান  •  BFF কাণ্ডৰ পিছত আপোনাৰ ফেচবুকত GRATULAৰ কু-দৃষ্টি  •  ডিপলোঙা কাণ্ডঃ ১১জনক গ্ৰেপ্তাৰ, ৭জনক জেললৈ প্ৰেৰণ  •  ওদালগুৰিত প্ৰাক্তন প্ৰধানমন্ত্ৰীক স্মৰণ দল-সংগঠনৰ  •  বাজপেয়ীৰ আত্মাৰ সদগতি কামনাৰে বটদ্ৰৱা থানত প্ৰাৰ্থনা  •  ৭ ৰাজ্যত বানৰ কাল ৰূপ, কেৰালাত নিহতৰ সংখ্যা ৩২৭লৈ বৃদ্ধি  •  প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীলৈ এবছুৰ শ্ৰদ্ধাঞ্জলি  •  নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ প্ৰবন্ধকক ৮ঘণ্টা জেৰা গোলাঘাট আৰক্ষীৰ  •  মনত পৰিছে আজি, জুইয়ে পোৰা ৮৩’ত তুমি কৈছিলাহি- ‘জয় আই অসম’  •  ২২ আগষ্টলৈকে ইন্টাৰনেট-ফোনকল সকলো ফ্ৰী

লাডাখত আকৌ বাজিছে চীন-ভাৰতৰ যুদ্ধৰ দামামা

ডিজিটেল ডেস্কঃ সীমান্তত পুনৰ যুদ্ধংদেহী হৈ পৰিছে চীন। বিদেশমন্ত্ৰী সুষমা স্বৰাজৰ দাবী তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন নীতিক এক প্ৰকাৰ অসাৰ প্ৰতিপন্ন কৰি এসপ্তাহ পূৰ্বে ভাৰতৰ মাটিত অনুপ্ৰৱেশ কৰে চুবুৰীয়া ৰাষ্ট্ৰখনৰ সেনাই। ভাৰতীয় সেনাৰ…
আৰু পঢ়ক...

বীৰেন্দ্ৰ নাথ দত্ত অসুস্থ, খবৰ ল’লে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাই

ডিজিটেল ডেস্কঃ বিশিষ্ট লোকসংস্কৃতি, সাহিত্যিক বীৰেন্দ্ৰ নাথ দত্ত অসুস্থ। এই বিশিষ্ট সাহিত্যিকগৰাকীৰ আজি স্বাস্থ্যৰ খবৰ লয় মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীৰ বাসগৃহলৈ মুখ্যমন্ত্ৰীৰ হৈ…
আৰু পঢ়ক...

একত্ৰিত আমছুঃ নগাঁৱত কেন্দ্ৰীয় সধাৰণ সম্পাদকক উষ্ম আদৰণি  

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ যি সময়ত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) দুটা গোটত বিভাজিত হৈ অসমৰ ৰাইজৰ সমালোচনাৰ সন্মুখীন হৈছিল আৰু আমছুৰ একাংশ বিষয়ববীয়াই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল, সেই সময়তে আমছুৰ বিভাজিত গোট দুটা পুনৰ একত্ৰিত হোৱা খবৰে…
আৰু পঢ়ক...

মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে দিয়া সেই বিস্ফোৰক এজাহাৰখন

ডিজিটেল সংবাদ, গুৱাহাটীঃ কিছুদিনৰ পূৰ্বে চৰ্চালৈ আহিছিল কেন্দ্ৰীয় ৰাজ্যিক ৰে’লমন্ত্ৰী ৰাজেন গোহাঁই। তেওঁৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী মহিলাই। আমাৰ হাতত আহি পৰিছে মন্ত্ৰীজনৰ বিৰুদ্ধে দাখিল কৰা সেই এজাহাৰৰ প্ৰতিলিপি। আমি…
আৰু পঢ়ক...

এমাহৰ ভিতৰত নিযুক্তি দিব নতুন উপ-পৰিচালন সঞ্চালক

ডিজিটেল ডেস্কঃ এইচ ডি এফ চি বেংকৰ উপ-পৰিচালন সঞ্চালক পদৰ পৰা হঠাৎ অব্যাহতী ল’লে পৰেশ সুকথনকাৰে। ইয়াৰ পাছতেই বেংকটোৰ পৰিচালন সঞ্চালক তথা মুখ্যকাৰ্যবাহী বিষয়া আদিত্য পুৰীয়ে জানিবলৈ দিয়ে যে, এক মাহৰ ভিতৰতেই এই পদত নতুন নিযুক্তি দিয়া হব।…
আৰু পঢ়ক...

‘নাচাই বোপাই, সিহঁতে আমাক নাচাই…’, ডিব্ৰুগড়ত কান্দিছে এহাল বৃদ্ধ দম্পতী

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ শিৱসাগৰৰ ৰজনী খাৰঘৰীয়া আৰু ৰুবী খাৰঘৰীয়া নামৰ দম্পতীহালে মৃত্যুক সাৱটি লোৱা ঘটনাৰ পিছত পিতৃ-মাতৃৰ প্ৰতি সন্তান দায়িত্বশীল হ’ব বুলি ভবা হৈছিল। কিন্তু পুনৰ তেনে এক কৰুণ ঘটনা পোহৰলৈ আহিছে ডিব্ৰুগড়ত। ৩ পুত্ৰ আৰু ৫…
আৰু পঢ়ক...

ওদালগুৰিত সৰু আই, ৰুবেলা টিকাকৰণ অভিযান

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিতো স্বাস্থ্য বিভাগে অহা ১৭ আগষ্টৰ পৰা সৰু আই আৰু ৰুবেলা প্ৰতিষেধকৰ টিকাকৰণ অভিযান আৰম্ভ কৰিব। স্বাস্থ্য বিভাগৰ এই অভিযানত সহযোগ কৰিব ওদালগুৰি জিলা প্ৰশাসন, শিক্ষা বিভাগ আৰু সমাজ…
আৰু পঢ়ক...

অসমৰ প্লাষ্টিকমুক্ত গাঁওখন

ডিজিটেল সংবাদ, অভয়াপুৰীঃ প্ৰদূষণমুক্ত ধৰণী গঢ়াৰ দিশত এখোজ আগবঢ়ালে অসমৰ এখন বিশেষ গাঁৱে৷ ৰাজ্য চৰকাৰৰ প্ৰদূষণমুক্ত অসম, সেউজীয়া অসম আঁচনিৰ অধীনত আজি বঙাইগাঁও জিলাৰ খগৰপুৰ প্ৰথম খণ্ড বাঘপাৰা গাঁওখনে প্ৰদূষণমুক্ত আৰু প্লাষ্টিকবৰ্জিত গাঁও…
আৰু পঢ়ক...

চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত ৪২’ৰ শ্বহীদ হেমৰামৰ পৰিয়াল

ডিজিটেল সংবাদ, বাৰপূজীয়াঃ পঞ্চ শ্বহীদৰ পুণ্য ভূমি ৰহাৰ নিকটৱৰ্তী বাৰপূজীয়া৷ এই পঞ্চ শ্বহীদৰে অন্যতম হেমৰাম পাটৰ৷ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত ৰহাৰ জোঙালবলহু গড়ত ট্ৰাংক ৰোডত থকা দলং জ্বলাবলৈ আহি বৃটিছৰ গুলীত প্ৰাণ হেৰুৱাইছিল তেতিয়াৰ চফল ডেকা…
আৰু পঢ়ক...