শেহতীয়া খবৰ

নিৰাপত্তাৰক্ষীৰ মৃত্যুঃ মুখ্যমন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ ডিজিপিক

ডিজিটেল সংবাদ, গুৱাহাটীঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ চৰকাৰী বাসগৃহত কৰ্তব্যৰত নিৰাপত্তাৰক্ষী শুক্ৰেশ্বৰ কাঠাৰৰ ৰহস্যজনক মৃত্যুৰ তদন্ত নিৰ্দেশ দিছে ডিজিপিক। এই কথা সংবাদমাধ্যমক জানিবলৈ দিছে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈয়ে।…
আৰু পঢ়ক...

মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ ৰহস্যজনক মৃত্যু UPDATE

মুখ্যমন্ত্ৰীৰ বাসগৃহত নিৰাপত্তাৰক্ষী শুক্ৰেশ্বৰ কাঠাৰৰ ৰহস্যজনক মৃত্যু। ৬টাকৈ গুলী লাগিছে শৰীৰত। কৰ্তব্য সম্পূৰ্ণ কৰি বেৰেকত আহি বিশ্ৰাম লৈছিল। 10APBN ৰ লেন্স নায়ক আৰক্ষী জোৱানজন। এ কে ৪৭ৰে ফুটাইছিল গুলী। মুঠ ৬ জাই গুলী…
আৰু পঢ়ক...

ৰহাৰ কমাৰজান দলঙৰ ওপৰত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ স্কুটি

ৰহাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কমাৰজান দলঙৰ ওপৰত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ এখন স্কুটি। স্কুটিখনৰ নম্বৰ এ এছ ০২ এছ ৫৬৪৪। ৰহা আৰক্ষীয়ে উদ্ধাৰ কৰিছে স্কুটিখন। আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান । পঞ্জীয়ন নম্বৰ অনুসৰি স্কুটিখনৰ গৰাকী…
আৰু পঢ়ক...

মুখ্যমন্ত্ৰীৰ বাসভৱনত ৰহস্যজনকভাৱে ৬ গুলীৰ আঘাতত জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰীৰ বাসভৱনৰ আৰক্ষীৰ বেৰেকত অঘটন। এ কে ৪৭ৰ ৬টা গুলিৰ আঘাতত এজন জোৱানৰ মৃত্যু। আত্মহত্যাৰ সন্দেহ কৰা হৈছে যদিও, নিৰাপত্তাৰক্ষীজনৰ মৃত্যুক লৈ ৰহস্য। মৃত জোৱানজনৰ নাম শুক্লেশ্বৰ কাঠাৰ। এম এম চি এইচত জোৱান জনক মৃত ঘোষণা…
আৰু পঢ়ক...

বেদেতীত অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা, চূড়ান্ত বিজয়ী বাৰহোং-খা-এথলেটিকছ

ডিজিটেল সংবাদ, উত্তৰ অসমঃ বেদেতী চাহ বাগিচাৰ খেলপথাৰত মৰ্ণিং ক্লাৱৰ উদ্যোগত যোৱা ৯ ছেপ্টেম্বৰৰপৰা চলি থকা প্ৰিয়মোহন বসু আৰু জোনালী মুদৈ কলিতা সোঁৱৰণি সদৌ অসম ভিত্তিক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত নগাঁৱৰ অম্লানগোষ্ঠী ফুটবল ক্লাবক…
আৰু পঢ়ক...

দেশৰ ১৩,৫০০খন গাঁৱত নাই এখনো বিদ্যালয়

ডিজিটেল ডেস্কঃ সকলোৰে বাবে শিক্ষা এতিয়া এক মৌলিক অধিকাৰ। কিন্তু দেশৰ ১৩হাজাৰৰো অধিক গাঁৱত নাই এখনো বিদ্যালয়। এই তথ্য কেন্দ্ৰীয় চৰকাৰৰ । সমগ্ৰ দেশত ১৩,৫১১খন এনে গাঁও আছে, য’ত এখনো বিদ্যালয় নাই। সেই গাঁওবোৰৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ বাবে যাব…
আৰু পঢ়ক...

১ মিনিটত ২৫ খবৰ

১. জে এন ইউৰ ছাত্ৰ একতা সভা নিৰ্বাচনত অসমৰ দুই ছাত্ৰী ক্ৰমে সৃজনী ভাস্ব মহন্ত আৰু কৰবী কাকতি নিৰ্বাচিত। স্কুল অৱ ইণ্টাৰনেশ্যনেল ষ্টাজিছৰ কাউঞ্চিলৰ পদত নিৰ্বাচিত এই দুই মেধাবী ছাত্ৰী। ২. ৰাজ্যত হিজবুল মুজাহিদীনৰ ঘাটি। প্ৰতিক্ৰিয়া…
আৰু পঢ়ক...

কলকাতাত ভয়ানক অগ্নিকাণ্ডঃ ১৮ ঘণ্টা ধৰি অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত, চাওঁক কিছু দৃশ্য

কলকাতাৰ বগ্ৰী মাৰ্কেট পুৱাই সংঘটিত জুই এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই। অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানে অব্যাহত ৰাখিছে জুই নিৰ্বাপনৰ চেষ্টা। বিল্ডিংটোৰ সন্মুখৰ ভাগৰ জুই নিয়ন্ত্ৰণলৈ আহিছে যদিও, ভিতৰ ভাগত জ্বলি আছে জুই। ধোঁৱাৰে…
আৰু পঢ়ক...

আজাৰাত বহিঃৰাজ্যৰ দুই প্ৰৱঞ্চকক ৪৩খন এটিএমসহ আটক

ডিজিটেল সংবাদ, আজাৰাঃ আপোনাৰ এ টি এম কাৰ্ডৰ সৱিশেষ বিচাৰি বেংকৰ পৰা পৰা ফোন কৰিলে আৰু এ টি এমৰ পৰা ধন উলিওৱাৰ সময়ত সাৱধান হ’ব । কিয়নো এই খন মহানগৰীত পিয়াপি দি ফুৰিছে জালিয়তিৰে এটিএমৰ ধন লুট কৰা বহিঃৰাজ্যৰ এক বৃহৎ চক্ৰ। উল্লেখযোগ্য যে…
আৰু পঢ়ক...

দুৰ্নীতিৰ ঘাটিত পৰিণত হৈছে নগাঁও জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়!

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলা পৰিবহন বিষয়া কাৰ্যালয়ত দীৰ্ঘদিনে চলি আহিছে নীতি বহিভূত কাম-কাজ । উৎকোচ দিলে সকলো সম্ভৱ এই কাৰ্যালয়ত। নিদিলে নীতিগতে ভাবে নহয় কোনো কাম-কাজ। বিশেষকৈ জিলা পৰিবহণ বিষয়াৰ দুৰ্বলতাৰ সুযোগ পূৰ্ণ মাত্ৰাত গ্ৰহণ কৰিছে…
আৰু পঢ়ক...