হত্যা কৰি বেগত ভৰাই জংঘলত পেলাই থৈ আহিল মডেলক

ডিজিটেল ডেস্কঃ মুম্বাইৰ মলাডৰ সমীপৰ জংঘলৰ পৰা মঙলবাৰে এগৰাকী ২০ বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, এজন স্থানীয় লোকে পথৰ দাঁতিত এটা পৰিত্যক্ত ট্ৰেভেল বেগ প্ৰত্যক্ষ কৰে৷ ইয়াৰ পিছতে এই বিষয়ে আৰক্ষীক অৱগত কৰাত…
আৰু পঢ়ক...

পশ্চিম কাৰ্বি আংলঙত হাতীৰ আক্ৰমণত নিহত মহিলা

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে বন্যাহস্তীৰ তাণ্ডৱ। এইবাৰ পশ্চিম কাৰ্বি আংলঙত হাতীৰ আক্ৰমণত মৃত্যু হ'ল এগৰাকী মহিলাৰ। মঙলবাৰে পুৱা ঘৰৰ পৰা মহিলাগৰাকী বাহিৰলৈ ওলাই যোৱাৰ সময়তে সংঘটিত হয় এই কৰুণ ঘটনা। বন্যহস্তীৰ আক্ৰমণত প্ৰাণ যোৱা…
আৰু পঢ়ক...

ডবকাৰ যমুনা নৈত মহিলাৰ মৃতদেহ উদ্ধাৰ

ডবকাৰ উদমাৰীত মহিলাৰ মৃতদেহ উদ্ধাৰ। যমুনা নৈত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ। মৃত মহিলাগৰাকী মিনা দাস বুলি জানিব পৰা গৈছে। মিনা দাসৰ ঘৰত ডবকাৰ যমুনাগাঁৱত। দেওবাৰৰ পৰা সন্ধানহীন হৈ আছিল মহিলাগৰাকী। নদীখনত গা ধুবলৈ গৈ সন্ধানহীন…
আৰু পঢ়ক...

জম্মু-কাশ্মীৰত নগৰপালিকা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ

ডিজিটেল ডেস্কঃ মঙলবাৰে জম্মু-কাশ্মীৰৰ নগৰপালিকা নিৰ্বাচনৰ চতুৰ্থ তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। মুঠ ৩৭টা ৱাৰ্ডত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ। প্ৰায় ১৩ বছৰৰ এক দীৰ্ঘ সময়ৰ ব্যৱধানত অনুষ্ঠিত হোৱা এই নগৰপালিকা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ মুঠ…
আৰু পঢ়ক...

বোকাখাতত চোৰৰ চাফাই অভিযান

বোকাখাতৰ সোমবাৰে নিশা চোৰৰ লুট। চিদ্দিকা আহমেদ নামৰ এজন লোকৰ ঘৰত চোৰে চলালে চাফাই অভিযান। ব্যক্তিজনৰ ঘৰত কোনো নথকাৰ সুযোগতে এনেদৰে লুট চলালে চোৰে। ২ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰসহ বিভিন্ন সা-সামগ্ৰী লুটি নিলে চোৰে। চোৰক…
আৰু পঢ়ক...

ঘাজিয়াবাদত ৰে’লৰ খুন্দাত নিহত এজন

মঙলবাৰে ঘাজিয়াবাদত সংঘটিত হ’ল শোকাৱহ দুৰ্ঘটনা। ৰে’লৰ খুন্দাত নিহত ১জন লোক। ৰে’ল পথ পাৰ হোৱা সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৪জনকৈ লোক। পুৱা প্ৰায় ৮ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। আহত আটাইকেইজনকে…
আৰু পঢ়ক...

হাৰিয়ানাত পৰিবহণ কৰ্মচাৰীৰ প্ৰতিবাদ

মঙলবাৰে হাৰিয়ানাত প্ৰতিবাদী কাৰ্যসূচী। হাৰিয়ানাৰ পঞ্চকুলাত পৰিবহণ কৰ্মচাৰীৰ এই প্ৰতিবাদ। ৰাজ্যৰ পৰিবহণ বিভাগটো ব্যক্তিগতকৰণ কৰাৰ বিৰোধিতাৰে এই প্ৰতিবাদ। দুদিনীয়াকৈ কৰ্মবিৰতি পালনেৰে প্ৰতিবাদ কৰ্মচাৰীসকলৰ। …
আৰু পঢ়ক...

মঙলবাৰে পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। মঙলবাৰে দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য হয়গৈ ৮২.৮৩ টকা। ইফালে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৭৫.৬৯ টকা। মুম্বাইতো বৃদ্ধি ইন্ধনৰ মূল্য। মুম্বাইত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮৮.২৯ টকা হোৱাৰ…
আৰু পঢ়ক...

গীতানগৰত স্বামীয়ে হত্যা কৰিলে পত্নীক, VIDEO

পূজাৰ মাজতে এক হত্যাকাণ্ডই জোকাৰিল গ’ল গুৱাহাটী মহানগৰ। গীতানগৰৰ আমাৰ পথত এই হত্যাকাণ্ড। স্বামীয়ে হত্যা কৰিলে পত্নীক। হত্যাকাৰী স্বামীৰ নাম খাইৰুল ইছলাম। নিহত পত্নীগৰাকীৰ নাম হুছনাৰা বেগম। গীতানগৰ আৰক্ষীয়ে ইতিমধ্যে…
আৰু পঢ়ক...

মঙলবাৰে গুৱাহাটীত উপস্থিত হ’বহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ

মঙলবাৰে অসমত উপস্থিত হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। ২৮ নবেম্বৰত মিজোৰামত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। সেই অনুসৰি বুধবাৰে মিজোৰামত নিৰ্বাচনী প্ৰচাৰ চলাব শ্বাহে। মঙলবাৰে নিশা ৯.৩০ বজাত বৰঝাৰত বিমান বন্দৰত উপস্থিত হ’বহি অমিত…
আৰু পঢ়ক...