শেহতীয়া খবৰ
আহোম স্বৰ্গদেউ পূৰন্দৰ সিংহৰ পৰিনাতিৰ দেহাৱসান  •  জাজৰি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন  •  ১৬১ ৰানতে অলআউট ইংলেণ্ড, তৃতীয় টেষ্টত আশা সজীৱ ভাৰতৰ  •  সাংবাদিক মনোজৰ মহানুভৱতা, কন্যাৰ বিয়া বাতিল কৰি বানাক্ৰান্তলৈ আগবঢ়ালে সমস্ত ধন  •  অৱশেষত কেৰালাৰ বানত আক্ৰান্ত অসমীয়াসকলৰ বাবে হেল্পলাইন নম্বৰ মুকলি  •  গহপুৰৰ ককিলাত সৰ্প দংশনত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু  •  পথৰ দুৰৱস্থা, কামপুৰত আধা বাটতে সন্তান প্ৰসৱ  •  শিয়ালমাৰীত উদ্ধাৰ কলিয়াবৰৰ চুৰি টাটা মোবাইল  •  জাকাৰ্টাৰ এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক  •  বান বিধ্বস্ত কেৰালাত কেনে আছে অসমৰ ডেকাসকল?

চাৰিপতা সত্ৰৰ সত্ৰাধিকাৰ সূৰ্যকান্ত মহন্তৰ দেহাৱসান

ডিজিটেল সংবাদ, জাজৰিঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ জাজৰি নিবাসী চাৰিপতা সত্ৰৰ সত্ৰাধিকাৰ সূৰ্যকান্ত মহন্তৰ যোৱা ১৫ আগষ্টত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ। ছাত্ৰাৱস্থাৰে পৰা ৰাজহুৱা কাম-কাজৰ সৈতে জড়িত মহন্তই…
আৰু পঢ়ক...

নগাঁৱৰ চামগুৰিত বন্যহস্তীৰ তাণ্ডৱ

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ চামগুৰিৰ সোণাৰিবালিত বন্যহস্তীৰ এটা জাকে চলাই তাণ্ডৱ। বনৰীয়া হাতীৰ জাকটোৱে গাঁওখনৰ তিনিটাকৈ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে। হাতীৰ জাকটোক খেদিবলৈ স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে যদিও বন বিভাগৰ  কোনো লোক…
আৰু পঢ়ক...

‘দ্য লিট’ল হিৰো’- হাইদৰ!

২০১৭ চনৰ ১৫ আগষ্টত এখন ফটো ভাইৰেল হৈছিল। ডিঙিলৈকে পানীত নামি পতাকা উত্তোলনত ভাগ লৈছিল ৯ বছৰীয়া এটি শিশুৱে। আজি সি কি কৰিলে? ক'লৈ গ'ল স্বাধীনতা দিৱসত অংশ ল’বলৈ? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে শিশুটিক লৈ এন আৰ চিৰ খবৰ। আমি দিম হাইদৰৰ…
আৰু পঢ়ক...

এন আৰ চিঃ আজি উচ্চতম ন্যায়ালয়ত চূড়ান্ত শুনানি

ডিজিটেল ডেস্কঃ চূড়ান্ত এন আৰ চি খচৰা প্ৰকাশ কৰাৰ পাছত আজি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ'ব এই গোচৰৰ চূড়ান্ত শুনানি। আবেলি ২ বজাত ন্যায়াধীশ ৰঞ্জিত গগৈৰ নেতৃত্বত গঠিত দুজনীয়া বিচাৰপীঠে এন আৰ চি সন্দৰ্ভত ভালে কেইটা গুৰুত্বপূৰ্ণ ৰায়দান কৰাৰ…
আৰু পঢ়ক...

ধেমাজিত স্বাধীনতা দিৱসৰ বিস্ফোৰণত নিহতক সোঁৱৰণ

ডিজিটেল সংবাদ, ধেমাজিঃ ২০০৪ চনৰ ধেমাজি পেৰেড গাউণ্ডত স্বাধীনতা দিৱসৰ বোমা বিস্ফোৰণত নিহতসকলৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ সমগ্ৰ অসমতে শোক দিৱস পালন কৰা হয়। ২০০৪ চনৰ ধেমাজি স্বাধীনতা দিৱসৰ দিনা প্ৰাণ আহুতি দিয়া গিৰীন শইকীয়াৰ পৰিয়ালেও শোক…
আৰু পঢ়ক...

অসম-অৰুনাচল সীমান্তত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৩

ডিজিটেল সংবাদ, ওদালগুৰিঃ ১৫ আগষ্টৰ দিনটোতেই ওদালগুৰি জিলাৰ সীমান্তৰ অৰুনাচলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ পৰা কেইবাশ ফুট তলত বাগৰি পৰে এখন টাটা ছাফাৰী। ঘটনাৰ বিৱৰণী মতে ওদালগুৰিৰ ৰৌতাৰ পৰা বুধবাৰে…
আৰু পঢ়ক...

কেৰালাত পানীৰ তলত বিমান বন্দৰ

ডিজিটেল ডেস্কঃ কেৰালাৰ বান পৰিস্থিতি ইমান ভয়াৱহ হৈ পৰিছে যে, ৰাজ্যখনৰ কেবা ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ইফালে, ধাৰাসাৰ বৰষুণৰ বাবে কোচিন বিমান বন্দৰত সকলো ধৰণৰ বিমানৰ উৰণ বন্ধ কৰি দিয়া হৈছে। বিমান বন্দৰটো সীমাৰ দেৱাল পানীয়ে খহাই…
আৰু পঢ়ক...

বাজপেয়ীৰ স্বাস্থ্যৰ বুজ ল’বলৈ এইমছত ৰাজনাথ সিং

ডিজিটেল ডেস্কঃ অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ বুজ ল’বলৈ কিছু সময় পূৰ্বে এইমছত উপস্থিত হৈছে গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং। ইতিমধ্যে বাজপেয়ীৰ স্বাস্থ্য অতি সংকটজনক। আৰু ইজন সিজনকৈ বহু নেতা আহি  বাজপেয়ীৰ স্বাস্থ্যৰ বুজ লৈছে। বাজপেয়ীৰ…
আৰু পঢ়ক...

ৰাজ্যত পুনৰ অভি-নীল সদৃশ কাণ্ড!

ডিজিটেল সংবাদ, উত্তৰ অসমঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে অভি-নীলৰ দৰে অনুৰূপ ঘটনা। একাংশ উন্মাদ লোকে দা, লাঠি, লোৰ ৰ’ডৰে অমানুষিক অত্যাচাৰ চলাই ৪জন যুৱকৰ ওপৰত। বিশ্বনাথৰ চতিয়াৰ ডিপলোঙা বাগিচাৰ ১৫ নম্বৰ লাইনত সংঘটিত হৈছে এই নৃশংস ঘটনা। আৰক্ষীয়ে…
আৰু পঢ়ক...