শেহতীয়া খবৰ
শনিবাৰে সামৰণি পৰিল ৰাভা হাছং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ  •  আদিবাসী জনজাতিকৰণকলৈ সমিতি গঠনত বিৰোধীতা আছাৰ  •  ৭০ শতাংশ ভোটদানেৰে অন্ত পৰিল ডিমা হাছাও নিৰ্বাচন...  •  লক্ষীধৰ বৰা ক্ষেত্ৰৰ প্ৰতিবাদী সমাবেশত প্ৰথমবাৰলৈ চামিল জাতীয়-জনগোষ্ঠীয় সাহিত্য সভা  •  কোকৰাঝাৰত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম শীৰ্ষক আলোচনা চক্ৰ  •  পুৰণিগুদামত কি অৱস্থা হ'ল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ, চাওক VIDEO  •  কোকৰাঝাৰ ভোটগাঁওত ৩ দিনীয়া মৌ-মাখি পালনৰ প্ৰশিক্ষণ শিৱিৰৰ সমাপ্ত  •  ৰাভা হাছঙত সৰ্বশক্তিৰে অন্তিম প্ৰচাৰত নামিছে কংগ্ৰেছ-যৌথ সংগ্ৰাম সমিতি  •  ২০ হাজাৰতকৈ অধিক ধন দি সম্পত্তি ক্ৰয় কৰিছিল নেকি? আহি আছে আয়কৰ নটিছ...  •  মৰঙিত মুকলি হ'ল ক্ষুদ্ৰ সংগ্ৰহালয় 'সজাল কুটিৰ'

মুখ্যমন্ত্ৰীৰ বেয়া অৱস্থা! শিল্পী দিৱসতো ক’লা পতাকা…

♦ মৃদুল কুমাৰ সন্দিকৈ শিল্পী দিৱস। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ কৰিবলৈ প্ৰতি বছৰৰ দৰে এইবাৰো (১৭ জানুৱাৰী,২০১৯) অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু দৰং জিলাৰ প্ৰশাসনৰ সহযোগত মঙলদৈত এই দিৱস আয়োজন কৰা হৈছিল। এই অনুষ্ঠানত…
আৰু পঢ়ক...

শুকুৰবাৰৰ পৰা উত্তৰ পূৱ টি এছ ডি ৰেলী

ডিজিটেল সংবাদ, গুৱাহাটীঃ শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয়বাৰৰ বাবে আৰম্ভ হ’ব নৰ্থ ইষ্ট টি এছ ডি ৰেলী। গুৱাহাটীৰ লগতে কাজিৰঙাত অনুষ্ঠিত হ’বলগা এই ৰেলীৰ শুকুৰবাৰে ফ্লেগ অফ কৰিব ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।…
আৰু পঢ়ক...

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পশ্চিম গোৱালপাৰাত প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত প্ৰতিবাদ অব্যাহত। পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ নগৰত প্ৰতিবাদ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত। বিভিন্ন চৰকাৰবিৰোধী…
আৰু পঢ়ক...

অ এন জি চিৰ গেলেকী তৈলক্ষেত্ৰত বিধ্বংসী অগ্নিকাণ্ড

অ এন জি চিৰ গেলেকী তৈলক্ষেত্ৰৰ ARMCUE-1 তেলখাদত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত তেলখাদৰ বহু লক্ষাধিক টকাৰ সা–সম্পত্তি ভস্মীভূত৷ খাদটোত ব্যৱহৃত এটা জেনেৰেটৰৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ৷ অন এন জি চিৰ অগ্নিনিৰ্বাক বাহিনীৰ…
আৰু পঢ়ক...

আজি দায়িত্বভাৰ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা আৰ কে পছনন্দাই

আজি দায়িত্বভাৰ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা আৰ কে পছনন্দাই। ১৯৮৩ বৰ্ষৰ আই পি এছ বিষয়া পচনন্দা। এন ডি আৰ এফ আৰু আই টি বি পিৰ পূৰ্বৰ সঞ্চালক আছিল পচনন্দা। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত পৰিস্থিতি উত্তপ্ত…
আৰু পঢ়ক...

টীয়কৰ জগদুৱাৰত দিনযোৰা কাৰ্য্যসূচীৰে শিল্পী দিৱস উদযাপন

ডিজিটেল সংবাদ, জগদুৱাৰঃ টীয়কৰ জগদুৱাৰ গায়ন গাওঁস্থিত আঞ্চলিক বিষ্ণুজ্যোতি কলামণ্ডলৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে দিনযোৰা কাৰ্য্যসূচীয়ে শিল্পী দিৱস উদযাপন কৰা হয় ৷ পুৱা পতাকা উত্তোলন কৰে আঞ্চলিক বিষ্ণুজ্যোতি…
আৰু পঢ়ক...

চেঙা সভা মহোৎসৱৰ শুভাৰম্ভণি

ডিজিটেল সংবাদ, চেঙাঃ নামনি অসমৰ ঐতিহ্যমণ্ডিত সভা মহোৎসৱ সমূহৰ ভিতৰত বৰপেটা জিলাৰ চেঙা সভা মহোৎসৱ অন্যতম । চেঙা সভা মহোৎসৱে এই বেলি ৮৬ বছৰত ভৰি দিলে। পহিলা মাঘৰ পৰা আঠদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চেঙা ঐক্য সন্মিলনৰ উদ্যোগত আৰম্ভ হৈছে…
আৰু পঢ়ক...

ৰীমা দাসৰ আন এক কৃৰ্তিত্ব…

ৰীমা দাসলৈ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চৰ ‘নৰ্থ ইষ্ট এক্সিলেঞ্চি এৱাৰ্ড’। নতুন দিল্লীৰ হোটেল লী মেৰিডিয়ানত অনুষ্ঠিত নৰ্থ ইষ্ট বিজনেছ ছামিটত এই সন্মান আগবঢ়োৱা হয় চলচ্চিত্ৰ নিৰ্মাতাগৰাকীলৈ। অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে ৰীমা দাসক…
আৰু পঢ়ক...

নকল ৫০০ টকীয়া নোটৰ পৰা সাৱধান, কেনেকৈ চিনাক্ত কৰিব এই নকল নোট, পঢ়ক…

ডিজিটেল ডেস্কঃ কলাধন আৰু নকল নোটৰ ক্ষেত্ৰত চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে বিভিন্ন প্ৰদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। এই সমস্যাৰ পৰা হাত সাৰিবলৈয়ে ২০১৬ চনত চৰকাৰে বিমুদ্ৰাকৰণৰ আশ্ৰয় লৈছিল। কিন্তু এই প্ৰদক্ষেপৰ পাছতো সফল হ'ব পৰা নাছিল চৰকাৰ।…
আৰু পঢ়ক...

অগপ–বিজেপিৰ মিত্ৰতা ভংগক লৈ বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইয়ে কি ক’লে?

অগপ–বিজেপিৰ মিত্ৰতা ভংগক লৈ মন্তব্য বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ। অগপক এতিয়াও ৰাইজে আশ্বাসত ল’ব পৰা নাই বুলি মন্তব্য ড০ গোহাঁইৰ। অগপই মন্ত্ৰিত্বৰ পৰাহে পদত্যাগ কৰিছে, মিত্ৰতা ভংগ সন্দৰ্ভত ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰা নাই।…
আৰু পঢ়ক...