শেহতীয়া খবৰ
শিশু হত্যাকাৰী মংগল পাইকৰ শাস্তিৰ দাবীত বিশ্বনাথত উত্তাল প্ৰতিবাদ  •  ৰিপুণ বৰাৰ বিৰুদ্ধে ঢেকীয়াজুলিত তিনি সংখ্যালঘু সংগঠনৰ প্ৰতিবাদ  •  ২ লাখ ৬২ হাজাৰ কৃষকৰ ঋণ ৰেহাই দিব অসম চৰকাৰে!  •  মৃত্যুক পাহৰি ৫ বছৰীয়া চল’মনে কেনেকৈ জিনিছে জীৱন, চাওক ভিডিঅ’  •  ‘আমাৰ সৈতে যুঁজিবলৈ কংগ্ৰেছৰ যোগ্য প্ৰতিদ্বন্দী নাই, ২০১৯ত আমাৰ জয় নিশ্চিত’  •  কোচবিহাৰত বিদ্যালয়ৰ ভিতৰত দুৰ্বৃত্তৰ গুলীচালনা, আহত ২ শিক্ষক  •  ফেছবুকত প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীক প্ৰশ্ন, এন এছ এৰ অধীনত কাৰাগাৰলৈ প্ৰেৰণ সাংবাদিকক  •  বিহালীৰ চেনিমাৰীত বন্যহস্তীৰ তাণ্ডৱ, পাঁচটাকৈ গৃহ লণ্ডভণ্ড কৰি ওৰে নিশা চলালে সন্ত্ৰাস  •  ৰাজীৱ ভৱন ঘেৰাও কৰি শাসকীয় বিজেপিৰ প্ৰতিবাদ  •  গোলাঘাটত চিকিৎসালয়ৰ বাথৰুমত ওলাল কয়দীৰ মৃতদেহ, পৰিয়ালৰ মতে এয়া পৰিকল্পিত হত্যা

হৰিশিঙাৰ চলন্ত ৰেলত বোমা বিস্ফোৰণ, এজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ বিগত ১ ডিচেম্বৰৰ সন্ধিয়া ৬.৪৫ বজাত কামাখ্যা ষ্টেচনৰ পৰা ডেকাৰগাঁও অভিমুখে আহি থকা ১৫৮১৫ নম্বৰৰ ইন্টাৰছিটি এক্সপ্ৰেছত এটা প্ৰচণ্ড বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। এই বিস্ফোৰণৰ ফলত দুগৰাকী মহিলাকে ধৰি চাৰিজন লোক আহত…
আৰু পঢ়ক...

‘গংগা নদীত গা ধুই পবিত্ৰ হওক মোডী, ভাল কাম কৰিব পাৰিব তেতিয়া’

ডিজিটেল ডেস্কঃ ৰাফেল বিমান ক্ৰয় চুক্তি বিবাদত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ক্লীন ছীট দিয়াৰ পিছতে ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পুনৰ্বিচাৰৰ বাবে আবেদন জনাইছে কংগ্ৰেছে৷ বিজেপি চৰকাৰে ৰাফেল চুক্তি সন্দৰ্ভত ন্যায়ালয়ত ভুল তথ্য দাখিল কৰা বুলি দাবী…
আৰু পঢ়ক...

অশালীন ভিডিঅ’ ছবি নিৰ্মাতাই ছত্তীশগড়ত কাইলৈ শপত ল’ব মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ বহু জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত থিৰাং কৰা হ’ল কোন হ’ব ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী। কংগ্ৰেছ নেতৃত্বই বুধাবাৰে ছত্তীশগড় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেশ বঘেলক ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। ইয়াৰ পিছতে সোমবাৰে…
আৰু পঢ়ক...

নাই চিকিৎসক-এম্বুলেঞ্চ! ডি আই গাড়ীৰে জিএম চিলৈ প্ৰেৰণ অগ্নিদগ্ধ মহিলাক 

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসক-কৰ্মচাৰীৰ অনিয়মীয়া উপস্থিতি তথা চৰকাৰী গাড়ীৰ অভাৱৰ বাবেই অগ্নিদগ্ধত গুৰুতৰভাৱে আহত মহিলা এগৰাকীৰ দেওবাৰে পুৱতি নিশা গুৱাহাটী চিকিৎসা…
আৰু পঢ়ক...

গুৰুজনাক লৈ তুলুঙা মন্তব্য বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালৰ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ বিষয়ে সময়ে সময়ে বিতৰ্কিত মন্তব্যৰে অসমীয়া ৰাইজৰ ৰোষত পৰি একাংশ বহুবল্কীয়ে ৰাজহুৱা ক্ষমা ভিক্ষা খোজাৰ লগতে ৰঙাঘৰত সোমাবলগীয়া হোৱাৰ পিছতো যেন…
আৰু পঢ়ক...

দলগাঁৱত খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হৰিণ উদ্ধাৰ

ডিজিটেল সংবাদ, দলগাঁওঃ বনাঞ্চল ধ্বংসৰ লগে লগে দুৰ্যোগ যেন নামি আহিছে বন্য জীৱ-জন্তুৰ বাবে। খাদ্য আৰু বাসস্থানৰ সন্ধানত প্ৰায়ে বনৰীয়া জীৱ-জন্তুৱে বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি আহিছে। তেনেদৰে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা এটা হৰিণ…
আৰু পঢ়ক...

জগত গুৰুৰ বন্দনাৰে মুখৰিত বিহালীৰ আকাশ-বতাহ

ডিজিটেল সংবাদ, উত্তৰ অসমঃ অহা ৩, ৪ আৰু ৫ ফেব্ৰুৱাৰীত বিহালীত অনুষ্ঠিত হ'ব সদৌ অসম ময়ামৰা সাংস্কৃতিক সমাজৰ ৩৪ তম কেন্দ্ৰীয় অধিৱেশন৷ দেওবাৰে ব্যাপক উচাহ উদ্দীপনাৰ মাজেৰে বিহালীৰ জনতা বাকৰিত লাইখুঁটা স্থাপন কৰা হয়৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে…
আৰু পঢ়ক...

হৰিশিঙা বিস্ফোৰণৰে জড়িত এজনক গ্ৰেপ্তাৰ…

হৰিশিঙাৰ বিস্ফোৰণৰে জড়িত এজন যুৱকক গ্ৰেপ্তাৰ। বিএফডিএন নামৰ এটা সংগঠনৰ নেতা যুৱকজনক। গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম বিনোদ বড়ো। ‘যুৱকজনে ১ ডিচেম্বৰত কামাখ্যা-ডেকাৰগাঁও এক্সপ্ৰেছত সংঘটিত কৰিছিল বিস্ফোৰণ।’ এই মন্তব্য আৰক্ষী সঞ্চালক…
আৰু পঢ়ক...

পঞ্চায়ত নিৰ্বাচনত কোন দলে ক’ত লাভ কৰিলে কিমান আসন?

ডিজিটেল ডেস্কঃ সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত আন দলৰ তুলনাত অধিক আসন লাভ কৰিবলৈ সক্ষম হয় ভাৰতীয় জনতা পাৰ্টিয়ে। গাঁও পঞ্চায়তৰ সদস্যৰ মুঠ ২১৯৯০খন আসনৰ বাবে হৈছিল নিৰ্বাচন। ইয়াৰে ২০৩৬২ আসনৰ ফলাফল বৰ্তমান পৰ্যন্ত ঘোষণা হৈছে। ২০৩৬২খন আসনৰ…
আৰু পঢ়ক...

মৰাণৰ ৰাজপথত দাউদাউকৈ জ্বলিল বাহন, কথমপি প্ৰাণৰক্ষা বহু যাত্ৰীৰ, চাওঁক VIDEO

ডিজিটেল সংবাদ, মৰাণঃ দেওবাৰে মৰাণৰ ৰাজপথত দাউদাউকৈ জ্বলিল বাহন। জিলাখনৰ বামুনবাৰী হাইস্কুলৰ সন্মুখৰ পথটোত চলন্ত অৱস্থাতেই জ্বলি উঠে যাত্ৰীবাহী টাটা মেজিক। উল্লেখ্য যে, মৰাণ-নাহৰকটীয়া সংযোগী পথটোত গৈ আছিল…
আৰু পঢ়ক...