শেহতীয়া খবৰ
ভৰলুত ছুইফট ডিজায়াৰে মহতিয়ালে শিশুসহ ৮জনক  •  তিতাবৰত মাতৃক ঘপিয়াই হত্যা সুৰামত্ত পুত্ৰৰ  •  ত্ৰিপুৰাত আগতীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বৃহৎ সাফল্য  •  মৰিগাঁৱত নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস  •  গুৰুজনাৰ সংস্কৃতিৰ ৰক্ষাৰ বাবে চেঞ্চৰ বৰ্ডৰ প্ৰয়োজনঃ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামী  •  স্বল্পবসনা নৰ্তকীক বিশ্বকৰ্মাৰ মূৰ্তি বিসৰ্জন পৰ্বত ৰাজহুৱা চুম্বন, শিৱসাগৰত প্ৰতিক্ৰিয়া  •  শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, আমাৰ পৰম গুৰু...  •  কৰ্তব্য এৰি নচাত ব্যস্ত আৰক্ষী, তদন্তৰ নিৰ্দেশ উৰ্ধতম কৰ্তৃপক্ষৰ, চাওঁক ভিডিঅ’  •  শ্বিলঙত হাতত ঝাড়ু তুলি চাফাই অভিযানত নামিল কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰ  •  বাগৰিত দুখন অবৈধ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক জব্দ

দেওবাৰে ISROয়ে প্ৰক্ষেপণ কৰিব ‘পি এছ এল ভি-চি ৪২’

ডিজিটেল ডেস্কঃ বানপানীৰ লগতে অন্যান্য প্ৰাকৃতিক দুৰ্যোগ আৰু বিভিন্ন গ্ৰহৰ মেপিংৰ বাবে দেওবাৰে নিশা ১০ বাজি ৭ মিনিটত ISROয়ে প্ৰক্ষেপণ কৰিব ‘পি এছ এল ভি-চি ৪২' ৰকেটৰ দ্বাৰা দুটাকৈ উপগ্ৰহ । চেন্নাইৰ পৰা প্ৰায় ১১০ কি:মি: নিলগত শ্ৰীকোটাস্থিত…
আৰু পঢ়ক...

গুৱাহাটীত ‘মানুহ’ৰ বজাৰ!

► মৃদুল কুমাৰ সন্দিকৈ গুৱাহাটীত এখন বজাৰ! আপুনি ক’ব পাৰে এইখন ‘মানুহ’ৰ বজাৰ। আপোনাক যদি ‘মানুহ’ লাগে তেন্তে এই বজাৰলৈ আপুনি আহিব পাৰে। কি মানুহ লাগে আপোনাক? যি ধৰণৰ ‘মানুহ’ লাগে, সেই ধৰণৰ মানুহেই আপুনি ইয়াত পাব। আপুনি এই বজাৰত ভৰি দিয়াৰ…
আৰু পঢ়ক...

দেওবাৰৰ পৰা পুনৰ চলিব যোৰহাট-মাজুলী সংযোগী ফেৰী

দেওবাৰৰ পৰা আকৌ চলিব যোৰহাট-মাজুলী সংযোগী ফেৰী। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবে এই সিদ্ধান্ত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কনিষ্ঠ সহায়ক পদৰ পৰীক্ষাৰ পৰিক্ষাৰ্থীৰ সুবিধাৰ্থে এই সিদ্ধান্ত গ্ৰহণ।…
আৰু পঢ়ক...

মহানগৰীত বন্যহস্তীৰ পুনৰ সন্ত্ৰাস

মহানগৰীত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ। নাৰেংগীৰ বীৰকুছিত হাতীয়ে লণ্ড ভণ্ড কৰিলে ৪টা বাসগৃহ। হাতীৰ ভয়ত ঘৰ এৰি পলায়ন একাংশ লোকৰ। জুই জ্বলাই, ফটকা ফুটাই হাতী খেদাৰ চেষ্টা ৰাইজৰ আমছাং অভয়াৰণ্যৰ পৰা ওলাই আহিছে হাতীৰ এটা জাক।
আৰু পঢ়ক...

হোজাইত উত্তৰ প্ৰদেশ আৰক্ষী, আটক কামৰুজ জামানৰ ভাতৃক

ৰাজ্যতে গোপন খোপনি পুতিছিল হিজবুল মুজাহিদীনে। অসম আৰক্ষীয়ে পোৱাই নাছিল খবৰ। উত্তৰপ্ৰদেশত হিজবুল মুজাহিদীনৰ সদস্য কামৰুজ জামানৰ গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ আহিছিল নতুন তথ্যা। কামৰুজৰ ভাতৃ ছাইফুল ইছলামকো আটক আৰক্ষীৰ। উত্তৰ প্ৰদেশ…
আৰু পঢ়ক...

বাহুবলী আৰক্ষী! সন্তান সম্ভৱা মহিলাক কান্ধত তুলি লৈ গ’ল চিকিৎসালয়লৈ

ডিজিটেল ডেস্কঃ এনেকুৱা পুলিচ অফিচাৰক ছেল্যুট দিবলৈ মন যায়। হাজাৰত এজন হয়তো এনে আৰক্ষী বিষয়া থাকে। এই ঘটনা মথুৰাৰ। হঠাৎ মথুৰা থানাত কৰ্মৰত আৰক্ষী বিষয়া এগৰাকীয়ে দেখিছিল এই দৃশ্য। এইগৰাকী সন্তান সম্ভৱা মহিলাৰ কাষত থিয় হৈ স্বামীয়ে সহায়ৰ বাবে…
আৰু পঢ়ক...

বিদপসীমাৰ ৩৫ চেণ্টিমিটাৰ তলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিক হাৰত বৃদ্ধি। আৰু ৩৫ চেন্টিমিটাৰ জলপৃষ্ঠ বৃদ্ধি পালে স্পৰ্শ কৰিব বিপদসীমা। দুপৰীয়া ১ বজাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হৈছিল ৪৯.২৮ ছেন্টিমিটাৰ। বৰষুণৰ বাবেই এই জলপৃষ্ঠ বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰত।…
আৰু পঢ়ক...

চামগুৰিৰ বকুলতলত গৰুভৰ্তি ট্ৰাক জব্দ ৰাইজৰ

চামগুৰিৰ বকুলতলত এখন গৰুভৰ্তি মিনি ট্ৰাক আৱদ্ধ। ৰাইজে আৱদ্ধ কৰিলে মিনি ট্ৰাকখন। ১২টা গৰু কঢ়িয়াই আনিছিল মিনি ট্ৰাকখনত। চোৰাংভাৱে ছিলঙলৈ গৰু সৰবৰাহ কৰাৰ সন্দেহ ৰাইজৰ। গৰু কঢ়িয়াই অনা গাড়ীখনৰ নাছিল যাবতীয় নথিপত্ৰ। খবৰ দিয়াৰ…
আৰু পঢ়ক...

কলিয়াবৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি মুকলি

ডিজিটেল সংবাদ, কলিয়াবৰঃ শনিবাৰে কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল চাৰিটাকৈ বিশুদ্ধ খোৱাপানী যোগান আঁচনি। অসম চৰকাৰৰ 'মিছন ১০০'ৰ অধীনত একে সময়তে ৰাইজৰ সেৱাৰ বাবে মুকলি কৰা হয় কলিয়াবৰ উন্নয়ন খণ্ড এলেকাৰ…
আৰু পঢ়ক...