শেহতীয়া খবৰ
গুৱাহাটীত চিটী বাছৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা, বাছত নাথাকিব হেণ্ডিমেন...  •  শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক অসম চৰকাৰে প্ৰদান কৰিলে ২০ লাখ টকাৰ সাহায্য...  •  অসম সাহিত্য সভাৰ আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন, মুখ্যমন্ত্ৰীৰ কাৰ্যত হতাশ অসম সাহিত্য সভা...  •  অসম সাহিত্য সভাৰ আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন, মুখ্যমন্ত্ৰীৰ কাৰ্যত হতাশ অসম সাহিত্য সভা...  •  গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...

৮৫৫জন শ্বহীদক কংগ্ৰেছে হত্যা কৰিছিলঃ প্ৰফুল্ল কুমাৰ মহন্ত

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল। 'অসম চুক্তি সন্দৰ্ভত তৰুণ গগৈয়ে দিয়া তথ্যৰ সত্যতা নাই৷' '৮৫৫জন শ্বহীদক কংগ্ৰেছে হত্যা কৰিছিল৷' 'অগণতান্ত্ৰিক চৰকাৰ চলাইছিল কংগ্ৰেছে৷ সংবাদমেলত এই মন্তব্য প্ৰফুল্ল কুমাৰ…
আৰু পঢ়ক...

আফগানিস্তানত আইইডি বিস্ফোৰণ, নিহত ৬

আফগানিস্তানত আইইডি বিস্ফোৰণ। অতিকমেও প্ৰাণ হেৰুৱালে ৬জন লোকে। লঘমনৰ কাৰঘাই জিলাত সংঘটিত হৈছে এই ঘটনা। মঙলবাৰৰ দিনৰ প্ৰায় ১১ বজাত সংঘটিত হৈছে এই বিস্ফোৰণ। বৰ্তমানেও সঠিক হোৱা নাই বিস্ফোৰণত নিহতৰ সংখ্যা। ঘটনাক কেন্দ্ৰ কৰি…
আৰু পঢ়ক...

মুকালমুৱা আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ মুকালমুৱাত সোমবাৰে পুৱতি নিশা বহুসংখ্যক নিচা যুক্ত দ্ৰব্যসহ এজন লোকক আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, মুকলমুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ এটা…
আৰু পঢ়ক...

ফেচবুকত ‘পাকিস্থান জিন্দাবাদ’ ধ্বনি দি বিপদত অভয়াপুৰীৰ ছাত্ৰ

ডিজিটেল সংবাদ, বঙাইগাওঁঃ ৰাজ্যত অব্যাহত আছে একাংশৰ ভাৰত বিৰোধী কাৰ্যকলাপ৷ লিডু, বাসুগাঁৱৰ পিছত এইবাৰ অভয়াপুৰীত সংঘটিত হৈছে এই ঘটনা৷ অভয়াপুৰীৰ ৰাহুল নামৰ এজন ছাত্ৰই ফেচবুকত পোষ্ট কৰিছে 'পাকিস্থান জিন্দাবাদ' ধ্বনি৷ পাকিস্তানৰ…
আৰু পঢ়ক...

গোলাঘাটত অৰিয়েণ্টেল বেংক অৱ কমাৰ্চৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সংবাদ, গোলাঘাটঃ দেশৰ অন্যতম নিৰ্ভৰযোগ্য বিত্তীয় প্ৰতিষ্ঠান অৰিয়েণ্টেল বেংক অৱ কমাৰ্চৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মঙলবাৰে বিত্তীয় প্ৰতিষ্ঠানটোৰ গোলাঘাট শাখাত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰাক্তন…
আৰু পঢ়ক...

ৰঙিয়া আক্ৰাছুৰ চিলাৰায় দিৱস পালন

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰাজ্যৰ ভিন্ন স্থানৰ লগতে ৰঙিয়াতো আক্ৰাছুৰ ৰঙিয়া মহকুমা সমিতিয়ে বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫০৯ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰে। ৰঙিয়া মহকুমাৰ অন্তৰ্গত বড়িগোগ গাওঁ পঞ্চায়তৰ সভাগৃহত আয়োজন কৰা হয় এই চিলাৰায় দিৱসৰ। পতাকা উত্তোলন…
আৰু পঢ়ক...

ওদালগুৰিত কোচৰাজবংশী সন্মিলনীৰ চিলাৰায় দিৱস পালন

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাজ্যৰ ভিন্ন স্থানৰ লগতে ওদালগুৰিতো মঙলবাৰে আক্ৰাছুৰ ওদালগুৰি জিলা সমিতিয়ে বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫০৯ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰে। ওদালগুৰি চিলাৰায় ভৱন প্ৰাঙ্গনত আয়োজন কৰা চিলাৰায় দিৱসৰ পতাকা উত্তোলন কৰে জিলা…
আৰু পঢ়ক...

মমতাৰ কৃপাধন্য ৰাজীৱ কুমাৰে এৰিব লগা হ’ল আৰক্ষী আয়ুক্তৰ চকী

কলকাটাৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক বদলি। চি আই ডিৰ অতিৰিক্ত সঞ্চালক প্ৰধান পদলৈ বদলি কৰা হৈছে ৰাজীৱ কুমাৰক। কলকাটাৰ নতুন আৰক্ষী আয়ুক্ত হ'ব অনুজ শৰ্মা। সাৰদা কেলেংকাৰীৰ সন্দৰ্ভত কিছুদিন পূৰ্বে শ্বিলঙত জেৰা কৰিছিল ৰাজীৱ কুমাৰক…
আৰু পঢ়ক...

ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে পুত্তলিকা দাহেৰে প্ৰতিবাদ

ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। মাকুমত পুত্তলিকা দাহ কৰে বহুকেইজন প্ৰতিবাদকাৰীয়ে। আটছাৰ সদস্যক অপদস্থ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত বহুলোকৰ। আটছাৰ মাকুম শাখাই এনেদৰে সাব্যস্ত কৰে প্ৰতিবাদ। ৰাজপথত…
আৰু পঢ়ক...

ভাৰতৰ সৈতে যুদ্ধ? কি ক’লে পাক প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী ইমৰাণ খানে

পুলৱামাৰ সন্ত্ৰাসবাদী ঘটনা সন্দৰ্ভত মুখ খুলিলে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে। 'পাকিস্তানৰ ভূমিৰ পৰা সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা দিয়া হোৱা নাই'। 'মিছা তথ্য প্ৰমানেৰে পাকিস্তানৰ বিৰুদ্ধে অভিযোগ আনিছে ভাৰতে'। 'যদি ভাৰত চৰকাৰে তথ্য…
আৰু পঢ়ক...