শেহতীয়া খবৰ
হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাত কঁপিল শিৱসাগৰ  •  ২৭ জানুৱাৰীত ১২ ঘণ্টাৰ বাবে ৰাজ্য অচল কৰিব ৭০ সংগঠনে!  •  ২৭ জানুৱাৰীত ১২ ঘণ্টাৰ বাবে ৰাজ্য অচল কৰিব ৭০ সংগঠনে!  •  বিধানসভাত বিৰোধী আসনত বহিবলৈ অধ্যক্ষক পত্ৰ অগপৰ  •  বিধানসভাত বিৰোধী আসনত বহিবলৈ অধ্যক্ষক পত্ৰ অগপৰ  •  বিশ্বনাথ জিলাৰ নতুন উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডৰ কাৰ্যভাৰ গ্ৰহণ  •  শিৱসাগৰ জিলাৰ উপায়ুক্ত হিচাপে ডঃএছ লক্ষ্মণৰ কাৰ্যভাৰ গ্ৰহণ  •  নুমলীগড়ৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত গাড়ীৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু  •  বিজেপিৰ দল আৰু চৰকাৰৰ সুমতি কামনাৰে কংগ্ৰেছৰ ভাগৱত পাঠ  •  গোৱালপাৰাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত সৰ্বমুঠ ৬৫:৮১% ভোট গ্ৰহণ

কালিয়নী নৈত দুৰ্বৃত্তই দিলে বিহ, মৃত্যু মুখত মাছ-কাছ

ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড়ৰ বালিপ্ৰধান নদী কালিয়নীত দুৰ্বৃত্তই ১৮ জানুৱাৰীত বিহ দিয়াৰ ফলত বহুতো মাছ কাছ মৃত্যু মুখত পৰে।যাৰ বাবে কালীয়নী নদীত মৰা মাছ ওপঙি থকাত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মৃত মাছ উভৈনদী হোৱাত মাছ ধৰাত…
আৰু পঢ়ক...

পলিটিক্স নকৰিবা বন্ধু…

♦ মৃদুল কুমাৰ সন্দিকৈ এটা গান। গানৰ কথাবোৰ কোনো গীতিকাৰৰ, কিন্তু ইয়াৰ ভাষাবোৰ অসমৰ ৰাইজৰ। চুবুৰীয়া ৰাজ্য পশ্চিমবংগত নচিকেতাই প্ৰায়ে গাই এনে গীত। সেই গীতবোৰৰ ভাষাই সাধাৰণ লোকৰ মন-প্ৰাণ চুই যায়। গীতৰ মাজত এনে প্ৰতিবাদৰ সুৰ আকৌ এবাৰ অসমত শুনা…
আৰু পঢ়ক...

শিৱসাগৰত হিন্দু ধৰ্মৰ লোকৰ নশ্বৰ দেহ শ্মশানলৈ কান্ধত নিলে ইছলাম ধৰ্মাৱলম্বী লোকে

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ চহৰৰ ঐতিহাসিক দৰবাৰ ৰোডৰ ইছলাম ধৰ্মাৱলম্বী লোকে শনিবাৰে এগৰাকী হিন্দু ধৰ্মৰ লোকৰ মৃতদেহ সৎকাৰ কৰি সম্প্ৰিতীৰ এক নিৰ্দশন দাঙি ধৰে। শনিবাৰে আবেলি প্ৰায় ৪ বজাত নিজৰ জী জোঁৱাইৰ ঘৰৰ সমীপত বাস কৰা নবীন চন্দ্ৰ…
আৰু পঢ়ক...

কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তি!

হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতি নিযুক্তি। জয়নাল উদ্দিন লস্কৰক এই পদত নিযুক্তি দিলে কংগ্ৰেছে। পূৰ্বে এই পদত আছিল ৰাহুল ৰয়। নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন কৰি পদত্যাগ কৰিছিল ৰাহুল ৰয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ…
আৰু পঢ়ক...

ডিব্ৰুগড়ত ধঁপাত নিয়ন্ত্ৰণৰ ওপৰত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ৰাজ্যত দীৰ্ঘদিন ধৰি ধঁপাত নিয়ন্ত্ৰণৰ বাবে কাম কৰি অহা নতুন দিল্লীৰ 'কনজিউমাৰ ভয়েছ' আৰু অসমৰ 'কনজিউমাৰচ লীগেল প্ৰটেকশন ফৰাম'ৰ উদ্যোগত শনিবাৰে ডিব্ৰুগড়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত ধঁপাত নিয়ন্ত্ৰণৰ ওপৰত…
আৰু পঢ়ক...

শনিবাৰে সামৰণি পৰিল ৰাভা হাছং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ

ডিজিটেল সংবাদ, কৃষ্ণাইঃ ২১ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ দ্বিতীয় সাধাৰণ নিৰ্বাচনৰ ভোট গ্ৰহণৰ প্ৰচাৰৰ অন্তিম দিনাখন শনিবাৰে দুধনৈ অঞ্চলত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত বিশাল বাইক, ৰিক্সা, অটো ৰিক্সাৰ…
আৰু পঢ়ক...

আদিবাসী জনজাতিকৰণকলৈ সমিতি গঠনত বিৰোধীতা আছাৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অসমৰ আদিবাসী জনগোষ্ঠীসকলক জনজাতিকৰণৰ নামত বিজেপি চৰকাৰে শেহতীয়াকৈ উচ্চস্তৰীয় সমিতি গঠনৰে তেওঁলোকৰ কাৰ্যকাল শেষ কৰিবহে বিচাৰিছে আৰু চৰকাৰৰ এনে নিকৃষ্ট চিন্তা চৰ্চাই প্ৰকৃততে আদিবাসী সকলক জনজাতিকৰণ কৰাৰ সদিচ্ছাকে…
আৰু পঢ়ক...

৭০ শতাংশ ভোটদানেৰে অন্ত পৰিল ডিমা হাছাও নিৰ্বাচন…

ডিজিটেল ডেস্কঃ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ গ’ল ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। পুৱাৰে পৰা আৰম্ভ হোৱা এই নিৰ্বাচনৰ ভোটগ্ৰহণত মুঠ ৭০ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে। পুৱাৰ ভাগত ভোট দানৰ হাৰ সেৰেঙা আছিল যদিও, আবেলিলৈ এই হাৰ…
আৰু পঢ়ক...

লক্ষীধৰ বৰা ক্ষেত্ৰৰ প্ৰতিবাদী সমাবেশত প্ৰথমবাৰলৈ চামিল জাতীয়-জনগোষ্ঠীয় সাহিত্য সভা

ডিজিটেল সংবাদ, গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতাত চলা সংগ্ৰামে সমগ্ৰ ৰাজ্য উত্তাল কৰি থকাৰ সময়ত আজি প্ৰথমবাৰৰ বাবে খিলঞ্জীয়াৰ অস্তিত্বৰে জড়িত এই গুৰুত্বপূৰ্ণ বিষয়টোক লৈ একত্ৰিত হ’ল ৰাজ্যখনৰ প্ৰধান জাতীয় জনগোষ্ঠীয় সাহিত্য…
আৰু পঢ়ক...

কোকৰাঝাৰত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম শীৰ্ষক আলোচনা চক্ৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বড়ো জনগোষ্ঠীৰ মহাপুৰুষ আখ্যা লাভ কৰা গুৰুদেৱ কালীচৰন ব্ৰহ্মৰ জন্মশতবাৰ্ষিকী উপলক্ষে শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ চহৰৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ উল্লেখ্য যে সাহিত্য…
আৰু পঢ়ক...