শেহতীয়া খবৰ
কোহলিৰ শতকেৰে তৃতীয় টেষ্টত জয়ৰ দিশে টীম ইণ্ডিয়া  •  নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিপদৰ ইংগিত, নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত ভয়ংকৰ ভূমিস্খলন  •  গালি নহয়, ‘নতুন প্ৰজন্ম’ক দিয়ক হাত তালি  •  ভাইৰাছেৰে আকাশ চুলে অসম এনচিচিৰ এয়াৰ উয়িঙে  •  টিউবেলৰ পানীত বিহ, ৩ পৰিয়ালৰ ১৫ সদস্যাক হত্যাৰ অপচেষ্টা  •  বাক্সাত অজগৰ উদ্ধাৰ  •  প্ৰথম মেচতেই ভাৰতীয় হকী দলৰ বৃহৎ সাফল্যঃ ১৭-০ গ’লত ইণ্ডোনেছিয়াক পৰাস্ত  •  মোবাইলৰ বাবে জিএছ ৰোডত সহকৰ্মীক নৃশংসভাৱে হত্যা  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

৭ ৰাজ্যত বানৰ কাল ৰূপ, কেৰালাত নিহতৰ সংখ্যা ৩২৭লৈ বৃদ্ধি

ডিজেটেল ডেস্কঃ কেৰালাসহ দেশৰ ৭ ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে। এই পৰ্যন্ত বান আৰু ভূমিস্খলনত ৰাজ্যকেইখনত মৃত্যমুখত পৰিছে ১০০০তকৈও অধিক লোকৰ। কেৰালাত শুকুৰবাৰে বানত নিহতৰ সংখ্যা ৩২৭ জনলৈ বৃদ্ধি পাইছে বুলি সদৰী কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী…
আৰু পঢ়ক...

নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ প্ৰবন্ধকক ৮ঘণ্টা জেৰা গোলাঘাট আৰক্ষীৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ মুখ্য প্ৰকল্প প্ৰবন্ধক প্ৰিয়ব্ৰত দাসক ৮ঘণ্টা ধৰি জেৰা কৰে আৰক্ষীয়ে। নীপকোৱে এৰি দিয়া জলবিদ্যুৎ প্ৰকল্পৰ পানী গোলাঘাটত জলপ্ৰলয়ৰ সৃষ্টি কৰাৰ পাছত বিষয়াজনৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।…
আৰু পঢ়ক...

২২ আগষ্টলৈকে ইন্টাৰনেট-ফোনকল সকলো ফ্ৰী

ডিজিটেল ডেস্কঃ বানে বিধস্ত কৰা কেৰালাত দেশৰ দূৰসংযোগ কোম্পানীসমূহেও আগবঢ়াইছে সহায়ৰ হাত। ৰিলায়েন্স জিঅ'ই কেৰেলাত ৭ দিনৰ বাবে কলিং আৰু প্ৰতিদিনে ১.৫ জিবি ডাটা বিনামূলীয়াকৈ দিয়াৰ কথা ঘোষণা কৰিছে। এয়াৰটেলেও ২২ আগষ্টলৈকে বান বিধ্বস্ত ৰাজ্যখনৰ…
আৰু পঢ়ক...

ৰাষ্ট্ৰীয় স্মৃতিস্থলত পঞ্চভূতত বিলীন নৱ ভাৰতৰ ৰূপকাৰ

ডিজিটেল ডেস্কঃ অৱশেষত পঞ্চভূতত বিলীন হ'ল নৱ ভাৰতৰ ৰূপকাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে ২১ টা টোপধ্বনিৰ মাজেৰে যমুনাৰ পাৰৰ স্মৃতিস্থলত শত-সহস্ৰ গুণমুগ্ধ তথা কেবাগৰাকী বিদেশী ৰাজনেতাৰ উপস্থিতিত…
আৰু পঢ়ক...

ফিফা ৰেংকিঙত উন্নীত ভাৰত

ডিজিটেল ডেস্কঃ কোটি কোটি অনুৰাগীক বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলটিয়ে নিৰাশ কৰাৰ মাজতে এটা ভাল খবৰ আনিছে ভাৰতীয় ফুটবল দলটোৱে। আগন্তুক এছিয়ান গেমছত ভাৰতীয় পুৰুষ ফুটবল দলটোৱে ভাগ নল'লেও ফিফাৰ বিশ্ব ৰেংকিংত এটা স্থানৰ অগ্ৰগতি লাভ…
আৰু পঢ়ক...

দ্বাৰকুছিত ডাম্পাৰে মহতিয়ালে বাইক আৰোহীক

ডিজিটেল সংবাদ, তুলসীবাৰীঃ ভাৰত-ভূটান সীমান্তৰ আন্ত:ৰাষ্ট্ৰীয় পথত তীব্ৰবেগী ডাম্পাৰ চালকৰ অতপালিত প্ৰাণলৈ সংকট নামি আহিছে নিৰীহ পথাচাৰীৰ। বৃহস্পতিবাৰে নিশা এনে এখন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দ্বাৰকুছিত কথমপি প্ৰাণ ৰক্ষা পৰে এজন বাইক আৰোহীৰ।…
আৰু পঢ়ক...

গোলাঘাটত অব্যাহত অবৈধ বালিৰ বেহা, ২খনকৈ ট্ৰাক জব্দ

ডিজিটেল সংবাদ, গোলাঘাটঃ বন্ধ কৰি দিয়াৰ পিছতো গোলাঘাট জিলাৰ দৈগ্ৰোং বালি মহলত একাংশ লোকে চোৰাংকৈ অব্যাহত ৰাখিছে বালিৰ বেহা। মহলটোত বন বিষয়াৰ সৈতে মিতিৰালি কৰি এটা দুষ্ট চক্ৰই এই মহল চলাই ৰখাৰ অভিযোগ উঠিছে। ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশাৰ…
আৰু পঢ়ক...

এটা যুগৰ অৱসান

ভাৰতীয় ৰাজনীতিত সুউচ্চ স্তম্ভস্বৰূপ অটল বিহাৰী বাজপেয়ীৰ দেহাৱসানৰ লগে লগে নিষ্ঠা-সততা-মূল্যবোধৰ ৰাজনীতিৰ এক আকৰ্ষণীয় অধ্যায়ৰ আক্ষৰিক অৰ্থতে অৱসান ঘটিল। কেৱল ৰাজনীতিক বুলি আখ্যায়িত কৰিলে তেওঁৰ সমুচিত মূল্যায়ন নহ’ব, বাজপেয়ী আচলতে এক…
আৰু পঢ়ক...

আওপকীয়াকৈ পূৰ্ণেন্দু-নিন্দু হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ নেকি দেবোলালৰ?

ডিজিটেল সংবাদ, গুৱাহাটীঃ নিন্দু লাংথাছা আৰু পূৰ্ণেন্দু লাংথাছাক ডিএইছডি(জে)ই হত্যা কৰিছিল। স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত বুধবাৰে এই কথা স্বীকাৰ কৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী দেবোলাল গাৰ্লোছাই।…
আৰু পঢ়ক...

বাজপেয়ীৰ অন্তিম যাত্ৰা LIVE

ৰাষ্ট্ৰীয় স্মৃতিস্থলত হ'ব বাজপেয়ীৰ অন্ত্যেষ্টিক্ৰিয়া। জনসমুদ্ৰক নিয়ন্ত্ৰণ কৰিব নোৱৰাৰ পৰিস্থিতি দিল্লীত। চাওক বাজপেয়ীৰ শেষ যাত্ৰাৰ LIVE #WATCH live from Delhi: Last rites ceremony of former Prime Minister #AtalBihariVajpayee at Smriti…
আৰু পঢ়ক...