শেহতীয়া খবৰ
দুখতো সুখ! 'কঙালী'ৰ বাবেইতো বিশেষতকৈয়ো বিশেষ অসমীয়া  •  কিয় বৰ্ণনাতীত সুস্বাদু হয় দুৰ্গোৎসৱৰ ভোগ, চাওঁক VIDEO  •  পানীৰ সন্ধান বিচাৰি বুধ গ্ৰহলৈ ব্ৰিটেইনৰ মহাকাশযান  •  ৰাম আমাৰ গৌৰৱ, নিৰ্মাণ হ’ব লাগিবই ৰাম মন্দিৰঃ মোহন ভাগৱত  •  বিমানৰ ভিতৰত বিমান সেৱিকাক অশ্লীল ইংগিত, আটক মদাহী যুৱক  •  বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে আনন্দ বজাৰ আৰক্ষীত এজাহাৰ দাখিল পপুলাৰ ফ্ৰ’ণ্ট অৱ ইণ্ডিয়াৰ  •  উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন ডি তিৱাৰী আৰু নাই  •  'নতুন প্ৰতিবিম্ব' কাকতৰ সাংবাদিকক অভিযন্তাৰ ভাবুকি, আজাৰ গৰিহণা  •  'নতুন প্ৰতিবিম্ব' কাকতৰ সাংবাদিকক অভিযন্তাৰ ভাবুকি, আজাৰ গৰিহণা  •  মৰিগাঁৱত পথ দুৰ্ঘটনা, নিহত ২জন

দক্ষিণ কামৰূপত শিশুৰ সলিল সমাধি

দক্ষিণ কামৰূপত অঘটন। সোণতলীত দুবছৰীয়া শিশুৰ সলিল সমাধি। পুখুৰীত পৰি মৃত্যু ঘটিল দুবছৰীয়া শিশুটিৰ। শিশুটোৰ নাম ওজাৱিবুল হক। সোণতলীৰ জাওকাটাদিয়াত ঘৰ শিশুটোৰ। স্থানীয়লোকে পুখুৰীৰ পৰা উদ্ধাৰ কৰে শিশুটি। অঞ্চলটোত নামিছে…
আৰু পঢ়ক...

ষষ্ঠীৰ দিনাই গুৱাহাটীত ধৰা পৰিল ৩১ জনকৈ বাংলাদেশী

ডিজিটেল সংবাদ, গুৱাহাটীঃ এজন দুজন নহয় ৩১ জনকৈ বাংলাদেশী৷ সোমবাৰে গুৱাহাটী ৰেল ষ্টেশ্যনৰ পৰা আৰক্ষীয়ে আটাইকেইজনকে আটক কৰে৷ লোককেইজনে কাঞ্চনজংঘা এক্সপ্ৰেছেৰে আগৰতলা অভিমুখে যাবলৈ লওতেই কৰ্তব্যৰত আৰক্ষীৰ সন্দেহ ওপজে৷ লগে লগে আৰক্ষীয়ে…
আৰু পঢ়ক...

খেলপথাৰতে ৰোহিতৰ ভৰি চুই আৰ্শীবাদ ল’লে অনুৰাগীয়ে, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ ভাৰতৰ তাৰকা ক্ৰিকেটাৰ সকলৰ কোটি কোটি অনুৰাগী। বহু সময়ত ভিন্ন স্থানত অনুৰাগীয়ে বহু বিপাঙতো পেলাই ক্ৰিকেটাৰ সকলক। ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ বেটছমেন ৰোহিত শৰ্মাৰ ক্ষেত্ৰতো ঘটিল একেই ঘটনা। ভাৰত আৰু ৱেষ্টইণ্ডিজৰ মাজত চলি থকা…
আৰু পঢ়ক...

হোম ডেলিভাৰী, ঘৰতে বহি লাভ কৰক সুৰাৰ বটল

ডিজিটেল ডেস্কঃ সুৰাপায়ী সকলৰ বাবে সুখবৰ। এতিয়াৰে পৰা সুৰা ক্ৰয় কৰিবলৈ যাব নালাগে সুৰাৰ দোকানলৈ। ফোন কৰিলে ঘৰতেই দিব যাবহি সুৰা। শুনি আচৰিত যেন লাগিলেও এয়া সত্য হ’বলৈ গৈ আছে৷ অচিৰেই অনলাইনৰ যোগেদি সুৰা হোম ডেলভাৰী হ’ব। পিছে এই সুবিধা অসম…
আৰু পঢ়ক...

গহপুৰ ছোৱালী হাইস্কুলত বৃত্তি প্ৰদান অনুষ্ঠান

ডিজিটেল সংবাদ, গহপুৰঃ নৰ্থ-ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট ফৰ টেলেন্ট চাৰ্চ (নেৰিষ্ট)ৰ তৰফৰপৰা গহপুৰ ছোৱালী হাইস্কুলত সোমবাৰে এক বৃত্তি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়। দ্বিতীয় মানৰপৰা পঞ্চম মান শ্ৰেণীৰ ১২৬জন ছাত্ৰ-ছাত্ৰীয়ে ১৫০টকাৰ পৰা ৫৫০০ টকা…
আৰু পঢ়ক...

শিলাদিত্য দেৱৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী থানাত এজাহাৰ

হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী থানাত এজাহাৰ। সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে বিধায়কজনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। পাণবজাৰৰ বোমা বিস্ফোৰণক লৈ উচতনিমূলক মন্তব্য কৰাৰ অভিযোগ শিলাদিত্যৰ বিৰুদ্ধে। ঈদত…
আৰু পঢ়ক...

সাংবাদিক প্ৰিয়া ৰমণীৰ বিৰুদ্ধে কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰৰ মানহানি গোচৰ

এইবাৰ সাংবাদিক-লেখিকা প্ৰিয়া ৰমণীৰ বিৰুদ্ধে মানহানিৰ গোচৰ৷ কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰে তৰিলে মানহানিৰ গোচৰ৷ দিল্লীৰ পাটিয়ালা হাউচ আদালতত গোচৰ তৰিলে এম জে আকবৰে৷ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল…
আৰু পঢ়ক...

ইতিহাসে ক্ষমা নকৰিব

ৰাজ্যৰ জনসাধাৰণ শাৰদীয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত থকাৰ সময়তে সুদূৰ মাজুলীত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰি নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ পক্ষে ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰা কাৰ্যই অসমবাসীৰ জাতীয় সহমতক চৰমভাৱে উপেক্ষা কৰিছে।…
আৰু পঢ়ক...

বৰ্মন-কছাৰী জনগোষ্ঠীক এনআৰচিত অন্তৰ্ভুক্তিৰ লগতে ‘ডি’ ভোটাৰ সমস্যা সমাধানৰ দাবীত ভেৰগাঁৱত প্ৰতিবাদ

ডিজিটেল সংবাদ, টংলাঃ অসমৰ ভূমিপুত্ৰ বৰ্মন-কছাৰী জনগোষ্ঠীৰ জনজাতি লোকসকলক ভাৰতীয় নাগৰিকত্বৰ বৈধ নথিপত্ৰ থকাৰ পিছতো বৰ্মন-কছাৰী জনগোষ্ঠীৰ লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাত অন্তৰ্ভুক্ত নোহোৱাৰ লগতে জনগোষ্ঠীটোৰ লোকসকলক ‘ডি’ ভোটাৰৰ নামত…
আৰু পঢ়ক...

বাংগালুৰুত শ্ৰেণীকোঠাৰ ভিতৰতে ঘপিয়াই হত্যা প্ৰধান শিক্ষকৰ

ডিজিটেল ডেস্কঃ বাংগালুৰুত দেওবাৰে এটা ৬জনীয়া দুৰ্বৃত্তৰ দলে এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকক বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰতে ছাত্ৰ-ছাত্ৰীৰ সন্মুখত চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষীয়ে জনোৱা মতে, অগ্ৰহাৰা…
আৰু পঢ়ক...