সৎলোক গুৰু ৰামপালক আদালতৰ যাৱজ্জীৱন কাৰাদণ্ড

ডিজিটেল ডেস্কঃ সৎলোক আশ্ৰমৰ পৰিচালক গুৰু ৰামপালক মঙলবাৰে হাৰিয়ানাৰ হিছাৰ আদালতে ৪ মহিলা আৰু এটি শিশুৰ হত্যাৰ অভিযোগত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰে৷ ইয়াৰ উপৰিও আদালতে ৰামপালক ১ লাখ টকাৰ নগদ জৰিমণা বিহে৷ উল্লেখ্য যে, ২০১৪ চনত সৎলোক…
আৰু পঢ়ক...

দুৰ্গা পূজাৰ মাজতে অভয়াপুৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিজিটেল সংবাদ, অভয়াপুৰীঃ দুৰ্গা পূজাৰ মাজতেই এক ৰহস্যজনক ঘটনাই কপাঁই গ’ল অভয়াপুৰী৷ এজন যুৱকৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰৰ ঘটনাই ম্লান পেলালে পূজাৰ আনন্দ৷ ঘটনাটো অভয়াপুৰীৰ বাতাবাৰী গাঁওত৷ যুৱকজনৰ নাম সঞ্জীৱ দাস বুলি জানিব পৰা গৈছে৷…
আৰু পঢ়ক...

মাত্ৰ ১৪ বছৰ বয়সতে ধৰ্ষিতা হোৱা অভিনেত্ৰীয়ে খুলি ক’লে জীৱনৰ তিক্ত অভিজ্ঞতাৰ কথা

ডিজিটেল ডেস্কঃ ‘মাত্ৰ ৫ বছৰ বয়সতে মই যৌন নিগ্ৰহৰ আৰু ১৪ বছৰ বয়সত মই ধৰ্ষণ চিকাৰ হৈছো৷’- নিজৰ জীৱনৰ তিক্ত অভিজ্ঞতা ব্যক্ত কৰি ইনষ্টাগ্ৰামত এনেদৰে লিখিছে বলীউডৰ অভিনেত্ৰী, লেখিকা, সমাজসেৱী চোমী আলীয়ে৷ সোমবাৰে অভিনেত্ৰীগৰাকীয়ে #MeToo অভিযানক…
আৰু পঢ়ক...

দুৰ্ঘটনাত নিহত দুই শিশুৰ আত্মাই কৰে আমনি! উপায়বিহীন হৈ আত্মহননৰ পথ বাচি ল’লে ইঞ্জিনিয়াৰিঙৰ ছাত্ৰই

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নাগপুৰত সংঘটিত হয় এক আত্মহত্যাৰ ঘটনা। ১৮ বছৰীয়া এজন ইঞ্জিনিয়াৰিঙৰ ছাত্ৰই বাচি লয় আত্মহননৰ পথ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰি ছাত্ৰজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে চিকিৎসালয়লৈ। ঘটনাৰ…
আৰু পঢ়ক...

শনিবাৰে শিৱসাগৰত বন্ধ থাকিব সুৰাৰ বিক্ৰী

শনিবাৰে শিৱসাগৰত বন্ধ থাকিব সুৰাৰ বিক্ৰী। বিজয়া দশমী উপলক্ষে শিৱসাগৰ জিলা উপায়ুক্তগৰাকীৰ নিৰ্দেশ। প্ৰশাসনক সহযোগ কৰাৰ আহ্বান জিলা প্ৰশাসনৰ। আবকাৰী আইন ২০০০ অনুসৰি সুৰাৰ বিক্ৰী বন্ধৰ নিৰ্দেশ জিলা প্ৰশাসনৰ। আইন অমান্য কৰা…
আৰু পঢ়ক...

বিশ্বক প্ৰভাৱিত কৰি ৬৫ বছৰত গুছি গ’ল মাইক্ৰ’ছফ্টৰ প’ল এলেন

ডিজেটেল ডেস্কঃ সোমবাৰে মৃত্যু হয় মাইক্ৰ’ছফ্টৰ সহ প্ৰতিষ্ঠাপক প’ল এলেনৰ৷ ১৯৫৩ চনত ৱাছিংটনৰ শ্বিটালত জন্মগ্ৰহণ কৰা প’ল এলেনে ৬৫ বছৰ বয়সত নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰে৷ ইফালে, বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ ৪৬ সংখ্যক স্থান দখল কৰি থকা…
আৰু পঢ়ক...

হাৰিয়ানাৰ বস্ত্ৰ ফেক্টৰীত অগ্নিকাণ্ড

হাৰিয়ানাৰ গুৰুগ্ৰামত বিধ্বংসী অগ্নিকাণ্ড। এটা বস্ত্ৰ ফেক্টৰীত সংঘটিত অগ্নিকাণ্ড। ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ ৬খনকৈ বাহন। অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাচনৰ চেষ্টা অব্যাহত। বৰ্তমানলৈ জানিব পৰা হোৱা নাই…
আৰু পঢ়ক...

পশ্চিমবংগত নলাত বাগৰিল বাছ, নিহত ৬

মঙলবাৰে পশ্চিমবংগত শোকাৱাহ পথ দুৰ্ঘটনা। হুগলী জিলাৰ হৰিপালত সংঘটিত হয় বাছ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই এটা নলাত বাগৰি পৰে বাছখন। দুৰ্ঘটনাত থিতাতে নিহত হয় ৬জনকৈ যাত্ৰী। ইফালে, ২০জন লোক আহত হয় এই দুৰ্ঘটনাত। আহতসকলক…
আৰু পঢ়ক...

পৰিত্যক্ত ফ্লেটৰ ভিতৰত উদ্ধাৰ কন্যা শিশুৰ মৃতদেহ

ডিজিটেল ডেস্কঃ গুজৰাটৰ চুৰতত মঙলবাৰে এটি ৩ বছৰীয়া কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ হয়৷ আৰক্ষী সুত্ৰই প্ৰকাশ কৰা অনুসৰি, চুৰতৰ এটা নৱ নিৰ্মিত অট্টালিকাৰ এটা খালী ফ্লেটৰ ভিতৰত শিশু কন্যাটিৰ মৃতদেহ বিল্ডিংটোৰ এজন চাফাই কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰে৷ ইয়াৰ…
আৰু পঢ়ক...

ঝাৰখণ্ডত ৰে’লৱে লাইনৰ ক্ষতিসাধন মাওবাদীৰ

ঝাৰখণ্ডত ৰে’লৱে লাইনৰ ক্ষতিসাধন মাওবাদীৰ। গিৰিধত চৌধুৰীবন্ধ আৰু চেঙৰ' ৰে’লৱে ষ্টেচনৰ মাজত এই ঘটনা। ৰে’ল লাইনৰ ক্ষতিসাধনৰ বাবে ৰে’ল চলাচলত অসুবিধা। দিল্লী-গয়া-হাউৰাৰ মাজত ৰে’ল চলাচল ব্যাহত।
আৰু পঢ়ক...