শেহতীয়া খবৰ
‘দ্য লিট’ল হিৰ’- হাইদৰলৈ আহিছে এটা ভাল খবৰ...  •  জাকাৰ্টাত আড়ম্বৰপূৰ্ণ উদ্বোধনী অনুষ্ঠানেৰে শুভাৰম্ভ এছিয়াৰ মহাৰণ  •  নুমলীগড়ত অঘটন, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ছিগিল বিদ্যুতৰ তাৰ  •  কেৰালাৰ বানাক্ৰান্তলৈ কংগ্ৰেছী সাংসদ-বিধায়কৰ এমাহৰ দৰমহা  •  জীৱনৰ বাজিৰে কেৰালাৰ বানত ২৫টাকৈ কুকুৰৰ প্ৰাণ বচাই বিশ্বজুৰি চৰ্চিত সুনীতা  •  উমৰাংছুত বৃহৎ পৰিমাণৰ চোৰাং পাইন গছৰ কুণ্ডা জব্দ  •  প্ৰধানমন্ত্ৰী হৈ মুখ্যমন্ত্ৰী হ'ব বিদ্যা বালান  •  ধেমাজি নগৰ সমিতিৰ অনিয়মৰ তদন্ত বিচাৰি আছুৰ প্ৰতিবাদ  •  দিনকণা  •  শান্তিৰ নোবেলজয়ী ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব প্ৰধান কফি আন্নানৰ মৃত্যু

মহানগৰীৰ চানমাৰিত প্ৰাচী ‘ছুইটছ’ত উত্তপ্ত পৰিস্থিতি

মহানগৰীৰ চানমাৰিত মিঠাইৰ দোকানত উত্তপ্ত পৰিস্থিতি। 'প্ৰাচী ছুইটছ' নামৰ দোকানখনত ভেজাল মিঠাই বিক্ৰীৰ অভিযোগ গ্ৰাহকৰ। খাদ্য সুৰক্ষা বিভাগক জনালে ক্ষুব্ধ গ্ৰাহকসকলে। দোকানখনৰ স্বত্বাধিকাৰী বিনোদ আগৰৱালাৰ বিৰুদ্ধে কৰ ফাঁকিৰো…
আৰু পঢ়ক...

এন আৰ চিঃ আকৌ মইমতালিৰে মমতাৰ ভিত্তিহীন বিস্ফোৰণ, হ’ব নেকি এইবাৰ গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী?

ডিজিটেল ডেস্কঃ এন আৰ চিক লৈ মুখ বন্ধ কৰা নাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। পুনৰ নতুন বিতৰ্কৰ সূত্ৰপাত কৰিছে মমতাই। পশ্চিমবংগ মমতাই বিস্ফোৰণ ঘটাই নতুন অভিযোগ কৰে যে, এন আৰ চিত নাম নথকা লোকসকল অসম চৰকাৰে গোচৰ ৰুজু কৰি ডিটেনশ্যন…
আৰু পঢ়ক...

দেশজুৰি স্বাধীনতা দিৱসৰ প্ৰস্তুতি ক’ত কেনেকৈ?

✿ সমগ্ৰ দেশতে স্বাধীনতা দিৱসৰ পূৰ্ণ প্ৰস্তুতি। ✿ বুধবাৰে দেশে পালন কৰিব ৭২ সংখ্যাক স্বাধীনতা দিৱস। ✿ গুৱাহাটীতো ১৫ আগষ্টলৈ সাজু প্ৰশাসন। ✿ খানাপাৰাত সম্পন্ন পেৰেড আৰু কুচ-কাৱাজৰ অনুশীলন। ✿ অনুশীলনৰ মাজতে ছেলফিৰ আনন্দ…
আৰু পঢ়ক...

কিয় নোহোৱা হ’ল ‘জন গণ মন’ত উত্তৰ-পূবৰ অংশ?

ডিজিটেল ডেস্কঃ ‘জন গণ মন’। ৰবীন্দ্ৰ নাথে ১৯১১চনতে লিখিছিল এই গীতটি। কলকাতাত অনুষ্ঠিত কংগ্ৰেছ মহাসভাত গোৱা হৈছিল এই গীত। ১৯১২চনত আদিব্ৰহ্ম সমাজৰ এক অনুষ্ঠানত কবিগুৰুৰ এই গীতটি পুনৰ গোৱা হৈছিল। বহুতে কয় ব্ৰিটিছ বন্দনা আছে গীতটিত। সেইবোৰ…
আৰু পঢ়ক...

ইটালীত দলং খহি ৩০ জনৰ মৃত্যু

ডিজিটেল ডেস্কঃ দলং খহি ইটালীৰ বন্দৰ চহৰ জিনোৱাত মঙলবাৰে অতিকমেও ৩০জনকৈ লোক মৃত্যুখত পৰে। ইটালীৰ উপ-প্ৰধানমন্ত্ৰী মেটিঅ’ ছালভিনিয়ে সংবাদ মাধ্যমক জনোৱা মতে, স্থানীয় সময় অনুযায়ী পুৱা ৯.৩০ বজাত দেশখনত সংঘটিত হয় এই অঘটন। গাড়ী-মটৰ আহ-যাহ কৰি…
আৰু পঢ়ক...

স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতিৰ

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত সমাজত নাৰীৰ ভূমিকা সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰে ৰাষ্ট্ৰপতি ৰামনাধ কোবিন্দে। অনাহক তৰ্ক-বিতৰ্ক কৰি থকাৰ পৰিৱৰ্তে দেশবাসীক দৰিদ্ৰতা, অনগ্ৰসৰতা নিৰ্মূলৰ হকে ঐক্যৱদ্ধ…
আৰু পঢ়ক...

সাঁচিপতীয়া শিল্পী হৰিনাৰায়ণ কোঁৱৰলৈ চৰকাৰী স্বীকৃতি, উৎফুল্লিত বটদ্ৰৱাবাসী

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সাঁচিপাতত বিভিন্ন পুথি লিখি থৈ যোৱা একক আৰু অপূৰ্ব শিল্প কৰ্মবিধ কালক্ৰমত হেৰাই যোৱা পৰিলক্ষিত হৈছে৷ তেনে সময়তে আত্মাৰ তাড়নাত গুৰুজনাৰ জন্মস্থান দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱাতে এই…
আৰু পঢ়ক...

নিৰীহ লোকক সেনাই অত্যাচাৰ চলোৱাৰ অভিযোগত উত্তপ্ত ওদালগুৰি

ডিজিটেল সংবাদ, ওদালগুৰিঃ ভাৰতীয় সেনাই নিৰীহ ব্যক্তিক নিশা বাসগৃহৰ পৰা উঠাই নি অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি মঙলবাৰে ওদালগুৰি জিলাৰ কলাইগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত ৰাণীপুখুৰীত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় লোকসকলে জনোৱা…
আৰু পঢ়ক...

১৫ আগষ্ট আহে, স্বাধীনতাহে নাহে…

 মৃদুল কুমাৰ সন্দিকৈ স্বাধীনতা। এটা ভাল লগা শব্দ। আমি স্বাধীন দেশৰ নাগৰিক, ভাবিয়েই ভাল লাগে। ১৯৪৭চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হৈছিল। গুচি গৈছিল স্বদেশলৈ ইংৰাজ। ভাৰতে স্বাধীনতা পালে, কিন্তু আমি সঁচাকৈ স্বাধীন হ’লোনে? স্বাধীনতা লাভ কৰা ৭২ বছৰ…
আৰু পঢ়ক...

ৰেলৰ মহিলা কম্পাৰ্টমেণ্টত প্ৰৱেশৰ অপৰাধত গ্ৰেপ্তাৰ ১৪০০ ভদ্ৰলোক

ডিজিটেল ডেস্কঃ মহিলাৰ কম্পাৰ্টমেণ্টত যাত্ৰা কৰি চলিত বৰ্ষত ৰেল আৰক্ষীৰ জালত পৰিছে অতি কমেও ১৪০০ ভদ্ৰলোক। এক বিবৃতিযোগে এই তথ্য সদৰী কৰিছে উত্তৰ ৰেলৱেৰ এগৰাকী মুখপাত্ৰই। সময়ে সময়ে দেশৰ ভিন্ন প্ৰান্তত ৰেলৰ ডবাত সংঘটিত হৈ অহা নাৰীজনিত অপৰাধৰ…
আৰু পঢ়ক...