পঞ্চায়ত নিৰ্বাচনত বিজেপিৰে মিত্ৰতা নকৰে অগপই

আগন্তুক পঞ্চায়ত নিৰ্বাচনত অকলেই অৱতীৰ্ণ হ’ব অসম গণ পৰিষদ। দেওবাৰৰ অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰাকমুহূৰ্তত দলৰ স্থিতি পুনৰ দোহাৰিলে আঞ্চলিক দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। নাগৰিকত্বৰ সংশোধনী বিধেয়ক, ২০১৬ৰ পুনৰ বিৰোধিতা…
আৰু পঢ়ক...

মৰিয়াই মৰিয়াই পত্নীক হত্যা, বঙাইগাঁৱত চাঞ্চল্য

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ সূত্ৰধৰপাৰাত শনিবাৰে সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। এজন লোকে অতি নিৰ্দয়ভাৱে মৰিয়াই মৰিয়াই হত্যা কৰে পত্নীক। হত্যা কাণ্ড সংঘটিত কৰিয়েই কোনোৱে যাতে সেই বিষয়ে জানিব নোৱাৰে তাৰ বাবে পত্নী বিনীতা…
আৰু পঢ়ক...

শোণিতপুৰত পুত্ৰই কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে পিতৃক

শোণিতপুৰৰ ৰঙাপৰাত নৃশংস হত্যাকাণ্ড। ৰঙাপৰাৰ কলনি বাগিচাৰ হাস্পতাল লাইনত পুত্ৰই কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে পিতৃক। পুত্ৰৰ কুঠাৰ ঘাপত থিতাতে প্ৰাণ হেৰুৱালে শুকু মুণ্ডা নামৰ লোকজনে। পাৰিবাৰিক কন্দলৰ পৰিণতিতে হত্যাকাণ্ড সংঘটিত কৰাৰ…
আৰু পঢ়ক...

জাতি-মাটি-ভেটি ৰক্ষাৰ বাবেই গুৱাহাটীত বিস্ফোৰণ, দাবী পৰেশ বৰুৱাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ হিন্দু বাংলাদেশীক সংস্থাপন কোনো কাৰণতে মানি নলয় আলফা স্বাধীনে৷ হিন্দু বাংলাদেশীক সংস্থাপন কৰিবলৈ মাজুলীৰ কাৰ্যনিৰ্বাহকত ৰাজ্যিক বিজেপিয়ে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিয়েই শনিবাৰে গুৱাহাটীৰ পাণবজাৰত বোমা বিস্ফোৰণ…
আৰু পঢ়ক...

চিনেমাৰ শ্বুটিঙত অশ্লীল ধেমালি, এইবাৰ বিপাশাৰ #MeToo

ডিজিটেল ডেস্কঃ নানা পাটেকাৰ আৰু তনুশ্ৰী দত্তৰ ঘটনা পোহৰলৈ অহাৰ পিছতে #MeTooৰ জৰিয়তে বলীউডৰ কেইবাগৰাকীও জনপ্ৰিয় তাৰকাৰ প্ৰকৃত মুখাখন খোল খাইছে৷ শেহতীয়াকৈ যশস্বী পৰিচালক চাজিদ খানৰ নাম নিৰ্যাতনৰ অভিযোগত সাঙোৰ খাই পৰাত পৰিচালকগৰাকীয়ে…
আৰু পঢ়ক...

উৰিষ্যাত তিতলী ঘূৰ্ণি বতাহত প্ৰাণ গ’ল ১২ জনৰ, ৪ সন্ধানহীন

উৰিষ্যাত তিতলী ঘূৰ্ণী বতাহে সৃষ্টি কৰিছে তাণ্ডৱৰ। ৰাজ্যখনৰ গজপতি জিলাত তিতলীৰ পিছতে অহা প্ৰৱল বৃষ্টিপাতৰ ফলত হোৱা ভূমিস্খলনত শনিবাৰলৈকে নিহতৰ সংখ্যা ১২জনলৈ বৃদ্ধি। ৰাজ্যখনত তিতলীৰ তাণ্ডৱত  ৪ জন লোক সন্ধানহীন হৈ আছে। ৰাজ্যখনত…
আৰু পঢ়ক...

নেপালত ভূমিস্খলন, কোৰিয়ান পৰ্বতাৰোহীসহ ৯ জনৰ মৃত্যু

শনিবাৰে নিশা নেপালত সংঘটিত হল শোকাৱহ ঘটনা। নেপালৰ মাউন্ট গুজৰা পাহাৰত হোৱা ভূমিস্খলনত ৫ জন দক্ষিণ কোৰিয়ান পৰ্বতাৰোহীসহ ৯ জনৰ মৃত্যু। পৰ্বতাৰোহী সকলে আশ্ৰয় লোৱা শিবিৰত নিশা খহি পৰিছিল পাহাৰৰ মাটি । বৰ্তমানেও উদ্ধাৰকাৰী দলে চলাই…
আৰু পঢ়ক...

গুজৰাটত উত্তৰ ভাৰতীয় সকলৰ ওপৰত আক্ৰমণ, মৰিয়াই হত্যা বিহাৰৰ যুৱকক

ডিজিটেল ডেস্কঃ গুজৰাটত উত্তৰ ভাৰতীয়সকলৰ সৈতে মাৰপিট আৰু দুৰ্ৱবহাৰৰ ঘটনা দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ৰাজ্যখনৰ উদ্যোগিক চহৰ চুৰতত শুকুৰবাৰে বিহাৰৰ গয়া নিৱাসী এজন যুৱকক ৰ’ডেৰে মৰিয়াই হত্যা কৰাৰ ঘটনাই পুনৰ গুজৰাটত কৰ্মৰত উত্তৰ…
আৰু পঢ়ক...

কৃষ্ণাইত যৌতুকৰ বাবে সন্তান সম্ভৱা বোৱাৰীক হত্যা!

কৃষ্ণাইৰ মাজগাঁৱত সন্তান সম্ভৱা বোৱাৰীক হত্যা৷ দীৰ্ঘদিন ধৰি বোৱাৰীগৰাকীক শাৰীৰিক-মানসিক নিৰ্যাতন চলাইছিল স্বামী আৰু স্বামীৰ পৰিয়ালে। যৌতুক বিচাৰি হত্যা কৰাৰ অভিযোগ বোৱাৰীগৰাকীৰ পৰিয়ালৰ। মৃত মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত…
আৰু পঢ়ক...

পাণবজাৰ বিস্ফোৰণঃ কি ক’লে আৰক্ষী সঞ্চালক প্ৰধানে, VIDEO

পাণবজাৰ বিস্ফোৰণ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়াৰ মন্তব্য। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ। কি ধৰণৰ বিস্ফোৰণ আছিল সেয়া বিশেষজ্ঞসকলে অনুসন্ধান অব্যাহত ৰাখিছে। আলফা স্বাধীনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে।…
আৰু পঢ়ক...