শেহতীয়া খবৰ
ফাদাৰ থমাছক শেষ শ্ৰদ্ধা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ  •  ফেচবুকে ৰঙাঘৰত সুমুৱালে সুদূৰ নাইজেৰিয়াৰ অসমৰ জোৱাইক  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  অভয়াপুৰীত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০তম জন্মোৎসৱ উদযাপন  •  চাউলধোৱাত পুখুৰীৰ পাৰত কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ লম্পট লোকনাথ  •  সোণাৰিত দুৰ্নীতি বিৰোধী অভিযান, ৫ হিচাপ পৰীক্ষকক আটক  •  ধিক পাকিস্তান! সীমান্তত বিএছএফ জোৱানক ডিঙি ৰেপি নৃশংস হত্যা  •  ২৮ ডিচেম্বৰত সমগ্ৰ ভাৰত কপাঁব 'ভিলেইজ ৰ’কষ্টাৰ্ছে'  •  ২৮ ডিচেম্বৰত সমগ্ৰ ভাৰত কপাঁব 'ভিলেইজ ৰ’কষ্টাৰ্ছে'

আজাৰাত বহিঃৰাজ্যৰ দুই প্ৰৱঞ্চকক ৪৩খন এটিএমসহ আটক

ডিজিটেল সংবাদ, আজাৰাঃ আপোনাৰ এ টি এম কাৰ্ডৰ সৱিশেষ বিচাৰি বেংকৰ পৰা পৰা ফোন কৰিলে আৰু এ টি এমৰ পৰা ধন উলিওৱাৰ সময়ত সাৱধান হ’ব । কিয়নো এই খন মহানগৰীত পিয়াপি দি ফুৰিছে জালিয়তিৰে এটিএমৰ ধন লুট কৰা বহিঃৰাজ্যৰ এক বৃহৎ চক্ৰ। উল্লেখযোগ্য যে…
আৰু পঢ়ক...

দুৰ্নীতিৰ ঘাটিত পৰিণত হৈছে নগাঁও জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়!

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলা পৰিবহন বিষয়া কাৰ্যালয়ত দীৰ্ঘদিনে চলি আহিছে নীতি বহিভূত কাম-কাজ । উৎকোচ দিলে সকলো সম্ভৱ এই কাৰ্যালয়ত। নিদিলে নীতিগতে ভাবে নহয় কোনো কাম-কাজ। বিশেষকৈ জিলা পৰিবহণ বিষয়াৰ দুৰ্বলতাৰ সুযোগ পূৰ্ণ মাত্ৰাত গ্ৰহণ কৰিছে…
আৰু পঢ়ক...

ভটভটী নাও বন্ধ, বজাৰত বাঢ়িছে শাক-পাচলিৰ মূল্য

ডিজিটেল ডেস্কঃ উত্তৰ গুৱাহাটীৰ নাও দুৰ্ঘটনাৰ পাছতেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে প্ৰথমে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ চলাচল কৰা ভটভটী নাও চলাচল বন্ধ কৰিছিল। তাৰপাছত পৰ্যায় ক্ৰমে বন্ধ কৰিছিল ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি থকা ভটভটী নাও সেৱা। ইয়াৰ…
আৰু পঢ়ক...

দিল্লীত আচাৰৰ ফেক্টৰীৰ টেংকীত পৰি পিতা-পুত্ৰসহ তিনিজনৰ মৃত্যু

ডিজিটেল ডেস্কঃ দিল্লীত সংঘটিত হ’ল এক কৰুণ ঘটনা। আচাৰৰ ফেক্টৰীত থকা এটা টেংকীত পৰি মৃত্যু হ’ল পিতা-পুত্ৰৰ। দেওবাৰে পুৱা দৌলাট নগৰত এই কৰুণ ঘটনা সংঘটিত হয়। ঘটনাৰ বিৱৰণী মতে, এই আচাৰ ফেক্টৰীটো অবৈধ্যভাৱে চলাই আছিল ব্যক্তিজনে। এটা বৃহৎ টেংক…
আৰু পঢ়ক...

কোকৰাঝাৰত অন্ধবিশ্বাস-ডাইনীৰ বিৰুদ্ধে জনজাগৰণ সভা

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অসম আৰক্ষীৰৰ প্ৰজেক্ট ‘প্ৰহৰী’ৰ সৌজন্যত আৰু মিছন বীৰুবালাৰ সহযোগত আজি কোকৰাঝাৰত অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে জনজাগৰণ সভা অনুষ্ঠিত হয় । কোকৰাঝাৰ জিলাৰ আদিবাসী অধ্যুষিত এলেকাৰ দোবৰাগাঁও প্ৰাথমিক বিদ্যালয় প্ৰাংগণত…
আৰু পঢ়ক...

তেলেংগানাত কুকুৰৰ ‘অচ্ছে দিন’!

ডিজিটেল ডেস্কঃ ঘৰৰ যদি কুকুৰ এটা থাকে গৃহস্থ নিচিন্ত হৈ থাকে যে চোৰ-ডকাইটৰ পৰা তেওঁৰ ঘৰখন সুৰক্ষিত।সেয়ে ঘৰচীয়া কুকুৰটো গৃহস্থই মৰমতেই ৰাখে। কিন্তু চোৰ ডকাইটৰ বাহিৰেও বিগত কেইটামান বছৰৰ পৰা দেখা গৈছে ঘৰত পোহা ভাল জাতৰ কুকুৰটো কিছু সম্ভ্ৰান্ত…
আৰু পঢ়ক...

শিৱসাগৰত ভয়াৱহ অগ্নিকাণ্ড, চাওঁক ভিডিঅ’

শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিত অগ্নিকাণ্ড। পবন অট’ নামৰ এখন টায়াৰৰ দোকানৰ পৰা সূত্ৰপাত এই অগ্নিকাণ্ড। দোকানৰ পিচফালে থকা টায়াৰৰ গুদামত জুই বিয়পি পৰে। সমগ্ৰ অঞ্চল আৱৰি ধৰে ক’লা ধোঁৱাই। অগ্লনিৰ্বাপক বাহিনী উপস্থিতিত জুই…
আৰু পঢ়ক...

চেন্নাইত বিদ্যুৎস্পৃষ্ট হৈ নগাঁৱৰ যুৱকৰ মৃত্যু

ডিজিটেল ডেস্ক, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্রৱা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবি গাঁৱৰ এজন যুৱকৰ  চেন্নাইত অকাল মৃত্যু  হয়। মৃত যুৱকজন আব্দুল  আহমদৰ পুত্ৰ মাহামাদুল হাচান। জানিব পৰা মতে, চেন্নাইৰ ব্যক্তিগত মালিকানাধীন জোতা নিৰ্মাণ কোম্পানীত কৰ্মৰত…
আৰু পঢ়ক...

ছেলিচিয়াম কাপ বক্সিং চেম্পিয়নশ্বিপত হেট্ৰিক মেৰীকমৰ, ছেমিত থমকিল অসমৰ লভলিনা

ডিজিটেল ডেস্কঃ ৫ বাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰা মেৰীকম এতিয়া বিশ্ব বক্সিং ক্ৰীড়া জগতৰ এক অপ্ৰতিৰোধ্য শক্তি হৈ পৰিছে। চলিত বৰ্ষতে মেৰীকমে জিনিলে তৃতীয়টো স্বৰ্ণ পদক। শনিবাৰে পোলেণ্ডত অনুষ্ঠিত ১৩সংখ্যক ছেলিচিয়াম কাপ ইণ্টাৰনেশ্যনেল বক্সিং…
আৰু পঢ়ক...

গোলাঘাটত প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

ডিজিটেল সংবাদ, গোলাঘাটঃ অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নুমলীগড় শোধনাগাৰৰ তেল পাইপ লাইনৰ জৰিয়তে বাংলাদেশলৈ প্ৰেৰণৰ সিদ্ধান্তৰ বিৰোধীতা কৰি এই…
আৰু পঢ়ক...