শেহতীয়া খবৰ
কোহলিৰ শতকেৰে তৃতীয় টেষ্টত জয়ৰ দিশে টীম ইণ্ডিয়া  •  নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিপদৰ ইংগিত, নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত ভয়ংকৰ ভূমিস্খলন  •  গালি নহয়, ‘নতুন প্ৰজন্ম’ক দিয়ক হাত তালি  •  ভাইৰাছেৰে আকাশ চুলে অসম এনচিচিৰ এয়াৰ উয়িঙে  •  টিউবেলৰ পানীত বিহ, ৩ পৰিয়ালৰ ১৫ সদস্যাক হত্যাৰ অপচেষ্টা  •  বাক্সাত অজগৰ উদ্ধাৰ  •  প্ৰথম মেচতেই ভাৰতীয় হকী দলৰ বৃহৎ সাফল্যঃ ১৭-০ গ’লত ইণ্ডোনেছিয়াক পৰাস্ত  •  মোবাইলৰ বাবে জিএছ ৰোডত সহকৰ্মীক নৃশংসভাৱে হত্যা  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

কেৰালাৰ বান পৰিস্থিতি অতি শোচনীয়, নিশাই ৰাজ্যখনত উপস্থিত প্ৰধানমন্ত্ৰী

ডিজিটেল ডেস্কঃ কেৰালাৰ বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। ৰাজ্যখনৰ বান পৰিস্থিতি বুজ ল’বলৈ আজি কেৰালাত উপস্থিত হৈছেগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। যোৱা ১০০ বছৰৰ ভিতৰত কেৰালাত এনে প্ৰলয়ংকাৰী বানৰ সৃষ্টি হৈছে। আজি পুৱাই  প্ৰধানমন্ত্ৰী কোচিত…
আৰু পঢ়ক...

কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তত বন বিভাগৰ অভিযান

ডিজিটেল ডেস্ক, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইত অব্যাহত আছে চোৰাং কাঠ ব্যৱসায়ীৰ ৰমৰমীয়া বেহা৷ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে চলাইছিল অবৈধ কাঠৰ বেহা৷ এই কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে কৃষ্ণাই বন বিভাগে তীব্ৰ অভিযান…
আৰু পঢ়ক...

গহপুৰত হ’ব বাজপেয়ীৰ আদ্যশ্ৰাদ্ধ!

ডিজিটেল সংবাদ, গহপুৰঃ দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুৱে ঐতিহ্য মণ্ডিত গহপুৰতো শোকৰ ছাঁ পেলাইছে। গহপুৰত বিজেপিৰ পূব ছয়দুৱাৰ, পশ্চিম ছয়দুৱাৰ আৰু গহপুৰ নগৰ মণ্ডলত পৃথকে পৃথকে শোকসভা অনুষ্ঠিত কৰা হয়। গহপুৰ নগৰত…
আৰু পঢ়ক...

মনত পৰিছে আজি, জুইয়ে পোৰা ৮৩’ত তুমি কৈছিলাহি- ‘জয় আই অসম’

 মৃদুল কুমাৰ সন্দিকৈ চন্দন কাঠৰ জুইকুৰা দপদপকৈ জ্বলি উঠিল। কুণ্ডলী পকাই আকাশলৈ উৰিল ক’লা ধোঁৱা। মুহূৰ্ততে অস্তিত্বহীন হৈ গ’ল এটা কায়িক দেহ। এতিয়াতো সকলো স্মৃতি। সকলো অতীত। অনুভৱৰ সীমনাত ৰৈ যাব কিছু স্মৃতি। সকলো শেষ হৈয়ো যেন শেষ হোৱা নাই এই…
আৰু পঢ়ক...

BFF কাণ্ডৰ পিছত আপোনাৰ ফেচবুকত GRATULAৰ কু-দৃষ্টি

ডিজিটেল ডেস্কঃ BFF কাণ্ড আপোনাৰ মনত আছে নিশ্চয়। আজিৰ পৰা প্ৰায় এবছৰ পূৰ্বে বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ভাইৰেল হৈ পৰিছিল এই BFF কাণ্ড। আপোনাৰ ফেচবুক একাউণ্ট সুৰক্ষিত হৈ আছে নে হেকাৰৰ কবলত পৰিছে সেয়া নিশ্চিত কৰিব বুলি দাবী কৰি ভাইৰেল হৈ…
আৰু পঢ়ক...

বটদ্ৰৱা থানৰ প্ৰধান আতৈ যোগেশ আতাৰ দেহাৱসান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা থানৰ প্ৰধান আতৈ যোগেশ আতৈ আৰু নাই। শুকুৰবাৰে নিশা ১০.২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে কেৱলীয়া ভকত, গুৰুজনাৰ একান্ত সেৱক, বৈষ্ণৱ পণ্ডিত, এইগৰাকী শংকৰী কৃষ্টি-সংস্কৃতিৰ সাধকে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৭৫…
আৰু পঢ়ক...

ডিপলোঙা কাণ্ডঃ ১১জনক গ্ৰেপ্তাৰ, ৭জনক জেললৈ প্ৰেৰণ

ডিজিটেল সংবাদ, উত্তৰ অসমঃ বৃহস্পতিবাৰে পুৱতি নিশা বিশ্বনাথ জিলাৰ চতিয়াৰ ডিপলোঙা বাগিচাৰ ১৫ নম্বৰ লাইনত সংঘটিত নৃশংস ঘটনাৰ লগত জড়িত ১১জন অপৰাধীক চতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত অপৰাধী কেইজন ক্ৰমে- তুফান মুণ্ডা, অমিত…
আৰু পঢ়ক...

ওদালগুৰিত প্ৰাক্তন প্ৰধানমন্ত্ৰীক স্মৰণ দল-সংগঠনৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ  প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মহাপ্ৰয়াণত সমগ্ৰ দেশৰ লগতে শোকস্তব্ধ হৈ পৰিছে ওদালগুৰি। ওদালগুৰিৰ ভিন্ন প্ৰান্তত দল-সংগঠনে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্মৃতিত শোকসভা অনুষ্ঠিত কৰে। ওদালগুৰি চহৰৰ…
আৰু পঢ়ক...

বাজপেয়ীৰ আত্মাৰ সদগতি কামনাৰে বটদ্ৰৱা থানত প্ৰাৰ্থনা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নৱ ভাৰতৰ ৰূপকাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মহাপ্ৰয়াণত সমগ্ৰ দেশৰ লগতে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সমূহ ভকত-বৈষ্ণৱ, আইমাতৃ তথা ভক্তপ্ৰাণ সত্ৰবাসীয়ে শোক প্ৰকাশ কৰিছে৷ বাজপেয়ীৰ বিয়োগত গভীৰ শোক…
আৰু পঢ়ক...