শেহতীয়া খবৰ
মহানগৰীৰ চানমাৰিত প্ৰাচী 'ছুইটছ'ত উত্তপ্ত পৰিস্থিতি  •  এন আৰ চিঃ আকৌ মইমতালিৰে মমতাৰ ভিত্তিহীন বিস্ফোৰণ, হ’ব নেকি এইবাৰ গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী?  •  এন আৰ চিঃ আকৌ মইমতালিৰে মমতাৰ ভিত্তিহীন বিস্ফোৰণ, হ’ব নেকি এইবাৰ গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী?  •  কিয় নোহোৱা হ'ল 'জন গণ মন'ত উত্তৰ-পূবৰ অংশ?  •  কিয় নোহোৱা হ'ল 'জন গণ মন'ত উত্তৰ-পূবৰ অংশ?  •  ইটালীত দলং খহি ৩০ জনৰ মৃত্যু  •  স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতিৰ  •  সাঁচিপতীয়া শিল্পী হৰিনাৰায়ণ কোঁৱৰলৈ চৰকাৰী স্বীকৃতি, উৎফুল্লিত বটদ্ৰৱাবাসী  •  নিৰীহ লোকক সেনাই অত্যাচাৰ চলোৱাৰ অভিযোগত উত্তপ্ত ওদালগুৰি  •  ১৫ আগষ্ট আহে, স্বাধীনতাহে নাহে...

অভয়াপুৰীৰ পৰা যুৱক সন্ধানহীন

ডিজিটেল সংবাদ, অভয়াপুৰীঃ বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষী চকীৰ অন্তৰ্গত হৰিপুৰ গাঁৱৰ পৰা যোৱা ৯ আগষ্টত এজন ২১ বছৰীয়া যুৱক সন্ধানহীন হোৱাৰ ঘটনা সংঘটিত হৈছে৷ সন্ধানহীন যুৱকজন হৈছে অজিত মণ্ডল৷ নিশা ভাতপানী খাই শুৱাৰ পিছতে যুৱকজন সন্ধানহীন হয়৷…
আৰু পঢ়ক...

ঢেকিয়ালত নাহৰফুটুকী পিঞ্জৰাৱদ্ধ

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ ঢেকীয়ালৰ বৰগুৰিত দেওবাৰে বন বিভাগৰ পিঞ্জৰাত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয়।ঢেকীয়াল আৰক্ষী চকীৰ সমীপতে পিঞ্জৰাবদ্ধ হৈছে এই বাঘটো। দীৰ্ঘ দিন ধৰি বৃহত্তৰ ঢেকীয়াল অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বাঘটোৱে।…
আৰু পঢ়ক...

জুৰীয়াৰ সৰবৰহী মহিলা জয়মতী বৰাৰ বিয়োগ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ জুৰীয়াৰ বিশিষ্ট সমাজকৰ্মী, ধৰ্মপ্ৰাণা মহিলা জয়মতী বৰাৰ আজি পুৱা নিজ বাসগৃহত মৃত্যু হয়। বিগত কেবামাহো ধৰি দূৰাৰোগ্য ৰোগত ভূগি আছিল সৰবৰহী মহিলাগৰাকী৷ গুৰুজনাৰ একান্ত সেৱিকা আইমাতৃগৰাকীৰ মৃত্যুত বিভিন্ন…
আৰু পঢ়ক...

আত্মহত্যা কৰিবলৈ চুৰি কৰিলে বিমান

ডিজিটেল ডেস্কঃ আত্মহত্যাৰ এক নতুন কৌশল আৱিষ্কাৰ কৰিলে আমেৰিকাৰ এজন লোকে। হৰা'ইজন বিমান কোম্পানীত কৰ্মৰত ২৯ বছৰীয়া ৰিচন্দ ৰচেল নামৰ এজন লোকে নিজ কম্পেনীৰে এখন বিমান চুৰ কৰিছিল কেৱল আত্মহত্যাৰ বাবে। খবৰ অনুসৰি এইলোক জনে বিমান বন্দৰত থকা ৭৬…
আৰু পঢ়ক...

ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰীক লৈ আজিও উত্তাল নগাঁও

ডিজিটেল সংবাদ, নগাঁওঃ ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰীক লৈ আজিও উত্তাল হৈ আছে নগাঁও৷ দেওবাৰে মন্ত্ৰীগৰাকীৰ গৃহ জিলাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাহ কৰে কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰীজনৰ পুত্তলিকা৷ চহৰখনৰ কৃষ্ণাইঘাটত ৰাজেন গোহাঁইক গ্ৰেপ্তাৰৰ দাবীত…
আৰু পঢ়ক...

ফেচুবকে এইবাৰ বিচাৰি দিব জীৱনসংগী

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা আপুনি জীৱন সংগী বিছাৰি কোনো ঘটকৰ সহায় ল'ব নালাগে। আপোনাৰ কষ্টৰ কথা চিন্তা কৰিয়েই এইবাৰ ফেচবুকে লৈছে এই গধুৰ দায়িত্ব। সমগ্ৰ বিশ্ববাসীক বন্ধুৰ সন্ধান দি সফলতা অৰ্জন কৰাৰ পিছত এইবাৰ পোনপটীয়াকৈ জীৱন সংগীৰ সন্ধান…
আৰু পঢ়ক...

১১টা মোবাইলেৰে চাইকেলত কি কৰে প’কেমন ককাই?

ডিজিটেল ডেস্কঃ বয়স তেওঁৰ ৭০ বছৰ। চাইকেইল চলাই ঘূৰি ফুৰে চহৰখনৰ প্ৰতিটো চুক-কোণ। এনে লোক সমগ্ৰ পৃথিৱীতে অজস্ৰজন আছে। পিছে এই লোকজনৰ কাহিনী ইয়াতে শেষ নহয়। চাইকেল চলাই নগৰ-চহৰ ঘূৰি ফুৰা অসংখ্যাজন বয়োবৃদ্ধ লোক থাকিলেও এনে লোক হয়তো দ্বিতীয়জন…
আৰু পঢ়ক...

গহপুৰত বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰত আকস্মিক পৰিদৰ্শন মহকুমা প্ৰশাসনৰ

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰৰ মহকুমাধিপতি ড০ ইন্দ্ৰানসী দাসৰ নিৰ্দেশক্ৰমে অলপতে মহকুমা প্ৰশাসনৰ কেইগৰাকীমান বিষয়াই গহপুৰৰ বহুকেইখন বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন কৰে। প্ৰদৰ্শন কালত বিষয়াৰ দলটোৱে মহকুমাটোৰ বিভিন্ন…
আৰু পঢ়ক...

কলিয়াবৰত বান সাহায্য বিতৰণত অনিয়মৰ কথা স্বীকাৰ মন্ত্ৰী কেশৱ মহন্তৰ

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰৰ বান আক্ৰান্ত ৰাইজলৈ অসম চৰকাৰে আগবঢ়োৱা সাহায্য বিতৰণত বিসংগতি হোৱা পৰিলক্ষিত হৈছে বুলি স্বীকাৰ কৰিছে স্থানীয় বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশব মহন্তই। কলিয়াবৰ আবৰ্ত ভবনত আজি আয়োজিত এখন সংবাদমেলত এই কথা…
আৰু পঢ়ক...

গুৱাহাটীলৈ আহি অসমীয়া ক’লে কেটৰিনা কাঈফে

ডিজিটেল সংবাদ, গুৱাহাটীঃ 'গুৱাহাটী দেশৰ ভিতৰতে এখন ধুনীয়া চহৰ। ইয়াৰ নৈসৰ্গিক শোভা অতুলনীয়।'- গুৱাহাটীক লৈ এই মন্তব্য কৰে বলীউডৰ তাৰকা অভিনেত্ৰী কেটৰিনা কাঈফে। তাৰকা অভিনেত্ৰীগৰাকীয়ে অসমীয়াতে উপস্থিত সকলোকে সম্ভাষণ জনাবলৈ চেষ্টা কৰাক লৈয়ো…
আৰু পঢ়ক...