ৰঙিয়াৰ ভাতকুছিত ৱেগনাৰৰ খুন্দাত আহত দুই ছাত্ৰী

ডিজিটেল সংবাদ, তুলসীবাৰীঃ ৰঙিয়া নগৰৰ সোঁমাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আজি দিনৰ ভাগত ভাতকুছিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনীকৈ ছাত্ৰী গুৰুতৰ ভাবে আহত হয় । নলবাৰী অভিমুখী তীব্ৰ বেগী ৱেগনাৰৰ খুন্দাত গুৰুতৰভাবে আহত ছাত্ৰী দুগৰাকী ৰঙিয়াৰ…
আৰু পঢ়ক...

ৰাজস্থানত জিকা ভাইৰাছৰ আতংক, আক্ৰান্ত ৫০ জন

ডিজিটেল ডেস্কঃ ৰাজস্থানত জিকা ভাইৰাছৰ আতংকই তীব্ৰতৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যখনৰ চিকিৎসা বিভাগে সদৰী কৰা অনুসৰি জয়পুৰ জিলাত প্ৰায় ৫০ জন লোক মাৰাত্মক বীজানুবিধৰ কবলত পৰিছে৷ আনহাতে, আক্ৰান্তসকলৰ ভিতৰত ১১ গৰাকীয়েই গৰ্ভাৱতী মহিলা…
আৰু পঢ়ক...

সত্ৰ ন্যায়াধীশৰ পত্নী-পুত্ৰলৈ দেহৰক্ষীৰ গুলী, চাওক ভিডিঅ’

সত্ৰ ন্যায়াধীশৰ পত্নী আৰু পুত্ৰলৈ গুলীবৰ্ষণ৷ ন্যায়াধীশগৰাকীৰ দেহৰক্ষীয়ে সংঘটিত কৰিলে এই কাণ্ড৷ গুৰুগ্ৰামৰ চেক্টৰ ৪৯ত এই ঘটনা৷ আহত দুইজনকে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি৷ গুলীবৰ্ষণ কৰা দেহৰক্ষীজনক আটক আৰক্ষীৰ৷ …
আৰু পঢ়ক...

দলঙত বাইক ৰখাই লুইতত জাঁপ দিলে যুৱকে

শনিবাৰে দুপৰীয়া তেজপুৰত কলিয়াভোমোৰা দলঙৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ এজন যুৱকৰ৷ দলঙৰ ওপৰত বাইক ৰখাই লুইতত জাঁপ দিয়ে যুৱকজনে। এইপৰ্যন্ত জানিব পৰা নাই যুৱকজনৰ পৰিচয়। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী। আৰক্ষীয়ে উদ্ধাৰ কৰিছে এএছ…
আৰু পঢ়ক...

লখিমপুৰত মইনা পাৰিজাতৰ নৱম ৰাজ্যিক শিশু নাট প্ৰতিযোগিতাৰ আৰম্ভণী

ডিজিটেল সংবাদ, লখিমপুৰঃ মইনা পাৰিজাতৰ নৱম ৰাজ্যিক শিশু নাট প্ৰতিযোগিতাখন ১৩ আৰু ১৪ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আৰম্ভ হৈছে। সেই উপলক্ষে শনিবাৰে পুৱা ৮.৩০ বজাত মইনা পাৰিজাতৰ পতাকা উত্তোলন কৰে কাৰ্যকৰী…
আৰু পঢ়ক...

ওদালগুৰিত ৰাজপথত মাছ মাৰি মহিলাৰ প্ৰতিবাদ, ৰৌতা-ওদালগুৰি পথ অৱৰোধ ৮টাকৈ সংগঠনৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ শনিবাৰে এবছুৰ উদ্যোগত ৮টাকৈ সংগঠনৰ উত্তাল প্ৰতিবাদত ৰৌতা-ওদালগুৰি সংযোগী পথত যাতায়ত সম্পূৰ্ণৰূপে ব্যহত হৈ পৰে।। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ওদালগুৰি সদৰলৈ যোৱা ঘাইপথটোৰ দৈফাং চ'কত সংগঠনকেইটাই পথৰ ওপৰতে পুৱা ১০বজাৰ পৰা…
আৰু পঢ়ক...

মৰাণ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীত উপস্থিত মুখ্যমন্ত্ৰী

ডিজিটেল সংবাদ, মৰাণঃ শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা মৰাণ মহিলা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ শনিবাৰে সফল সামৰণি পৰে। শনিবাৰে মহিবিদ্যালয়খনৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত…
আৰু পঢ়ক...

শীঘ্ৰে খোল খাব মুখা! বিগ বি অমিতাভক ভণ্ড আখ্যা চেলিব্ৰেটীৰ

ডিজিটেল ডেস্কঃ বলীউডৰ কেইবাগৰাকীও নামী দামী অভিনেতা-পৰিচালকৰ নাম সাঙোৰ খাই পৰিছে #MeTooৰ সৈতে পৰিলেও এইবোৰৰ পৰা শত যোজন দূৰত আছে বিগ বি অমিতাভ বচ্চন। কিন্তু এগৰাকী চেলিব্ৰেটীয়ে শনিবাৰে বচ্চনক উদ্দেশ্যি কৰা এটা বিষ্ফোৰক টুইটে চিন্তিত কৰি…
আৰু পঢ়ক...

নিৰ্বাচনী ৰেলীৰ মাজতে আফগানিস্তানত বিস্ফোৰণ, নিহত ১২

আফিগানিস্তানত শনিবাৰে নিৰ্বাচনী ৰেলীত বিস্ফোৰণ। বিস্ফোৰণত নিহত হৈছে ১২ জন, আহত ৩২ জন। উত্তৰ-পূৱ আফগানিস্তানত সংঘটিত হ’ল এই বিস্ফোৰণ। বৰ্তমানলৈকে বিস্ফোৰণৰ সন্দৰ্ভত কোনো তথ্য সংগ্ৰহ কৰিব পৰা নাই প্ৰশাসনে।
আৰু পঢ়ক...

ৰাজস্থানত শোকাৱহ পথ দুৰ্ঘটনা, নিহত ৮

শনিবাৰে দুপৰীয়া ৰাজস্থানৰ উদয়পুৰত কাৰ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ। দু্ৰ্ঘটনাটোত নিহত ৫মহিলা আৰু ৩শিশু সহ মুঠ ৮জন। দুৰ্ঘটনাটোত আহত হৈছে ৩জন লোক। কাৰখনৰ ভিতৰত আছিল উদয়পুৰৰ এখন স্থানীয় বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ্থী।…
আৰু পঢ়ক...