শেহতীয়া খবৰ
জীৱনৰ বাস্তৱঃ কি ক’বি বোপাই, সৰুজনী ছোৱালীয়ে মোক খেদি খেদি মাৰে...  •  ফাদাৰ থমাছক শেষ শ্ৰদ্ধা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ  •  বুধবাৰে বিশ্বনাথৰ বিহালীত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ  •  ফেচবুকে ৰঙাঘৰত সুমুৱালে সুদূৰ নাইজেৰিয়াৰ অসমৰ জোৱাইক  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  অভয়াপুৰীত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০তম জন্মোৎসৱ উদযাপন  •  চাউলধোৱাত পুখুৰীৰ পাৰত কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ লম্পট লোকনাথ  •  সোণাৰিত দুৰ্নীতি বিৰোধী অভিযান, ৫ হিচাপ পৰীক্ষকক আটক  •  ধিক পাকিস্তান! সীমান্তত বিএছএফ জোৱানক ডিঙি ৰেপি নৃশংস হত্যা

গহপুৰত কৃতী শিক্ষয়িত্ৰীৰ আকস্মিক মৃত্যু

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰৰ গোপালপুৰ নিবাসী পলাশ মুদৈৰ পত্নী গীতা শইকীয়া মুদৈ (৩১)ৰ উচ্চ ৰক্ত চাপত আক্ৰান্ত হৈ মৃত্যু হয়। ছয়দুৱাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত কলেজিয়েট হাইস্কুলৰ শিক্ষয়িত্ৰীগৰাকী দেওবাৰে পুৱা হঠাৎ ঘৰৰ মজিয়াত মূৰ ঘূৰাই পৰি যায়।…
আৰু পঢ়ক...

বিশ্বকৰ্মা মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ

ডিজিটেল ডেস্কঃ বিশ্বকৰ্মা পূজা উপলক্ষে মহানগৰীত থকা একমাত্ৰ বিশ্বনাথ মন্দিৰতো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। সমগ্ৰ অঞ্চলটো  বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ আৰাধনাৰে মুখৰিত হৈ পৰিছে। পুৱাৰে পৰা মন্দিৰ দৰ্শনৰ বাবে অগণন লোকে ভিৰ কৰিছে বিশ্বকৰ্মা মন্দিৰত।…
আৰু পঢ়ক...

আজি বিশ্বকৰ্মা পূজা

ডিজিটেল ডেস্কঃ আজি বিশ্বকৰ্মা পূজা। নিৰ্মাণ-সৃজনৰ দেৱতা দেৱশিল্পৰ আৰাধনা চলিছে চৌদিশে। বিশ্বকৰ্মাৰ আৰাধনা আৰু জয় ধ্বনিৰে মুখৰিত হৈছে  আকাশ-বতাহ। মহানগৰীত এইবাৰ বিশ্বকৰ্মা পূজাৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। অগণন পূজাস্থলীত চলিছে দেৱশিল্পী…
আৰু পঢ়ক...

আকৌ আহি গ’ল পূজা…

► মৃদুল কুমাৰ সন্দিকৈ আমোল-মোল শেৱালী গোন্ধ, যাওঁ বুলি যাবই নোখোজেচোন। স্নিগ্ধ শৰৎ, কপাহ কোমল জোনাক। নীলা আকাশৰ তলত, নদীৰ পাৰত নাচি থকা কঁহুৱাবোৰে পাতে শৰতৰ কথা। কি যে এক ভাল লগা সময়, কি যে এক মন-প্ৰাণ ভৰি থকা ক্ষণ। চৌদিশে কেৱল সৌন্দৰ্য।…
আৰু পঢ়ক...

নিৰাপত্তাৰক্ষীৰ মৃত্যুঃ মুখ্যমন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ ডিজিপিক

ডিজিটেল সংবাদ, গুৱাহাটীঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ চৰকাৰী বাসগৃহত কৰ্তব্যৰত নিৰাপত্তাৰক্ষী শুক্ৰেশ্বৰ কাঠাৰৰ ৰহস্যজনক মৃত্যুৰ তদন্ত নিৰ্দেশ দিছে ডিজিপিক। এই কথা সংবাদমাধ্যমক জানিবলৈ দিছে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈয়ে।…
আৰু পঢ়ক...

মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ ৰহস্যজনক মৃত্যু UPDATE

মুখ্যমন্ত্ৰীৰ বাসগৃহত নিৰাপত্তাৰক্ষী শুক্ৰেশ্বৰ কাঠাৰৰ ৰহস্যজনক মৃত্যু। ৬টাকৈ গুলী লাগিছে শৰীৰত। কৰ্তব্য সম্পূৰ্ণ কৰি বেৰেকত আহি বিশ্ৰাম লৈছিল। 10APBN ৰ লেন্স নায়ক আৰক্ষী জোৱানজন। এ কে ৪৭ৰে ফুটাইছিল গুলী। মুঠ ৬ জাই গুলী…
আৰু পঢ়ক...

ৰহাৰ কমাৰজান দলঙৰ ওপৰত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ স্কুটি

ৰহাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কমাৰজান দলঙৰ ওপৰত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ এখন স্কুটি। স্কুটিখনৰ নম্বৰ এ এছ ০২ এছ ৫৬৪৪। ৰহা আৰক্ষীয়ে উদ্ধাৰ কৰিছে স্কুটিখন। আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান । পঞ্জীয়ন নম্বৰ অনুসৰি স্কুটিখনৰ গৰাকী…
আৰু পঢ়ক...

মুখ্যমন্ত্ৰীৰ বাসভৱনত ৰহস্যজনকভাৱে ৬ গুলীৰ আঘাতত জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰীৰ বাসভৱনৰ আৰক্ষীৰ বেৰেকত অঘটন। এ কে ৪৭ৰ ৬টা গুলিৰ আঘাতত এজন জোৱানৰ মৃত্যু। আত্মহত্যাৰ সন্দেহ কৰা হৈছে যদিও, নিৰাপত্তাৰক্ষীজনৰ মৃত্যুক লৈ ৰহস্য। মৃত জোৱানজনৰ নাম শুক্লেশ্বৰ কাঠাৰ। এম এম চি এইচত জোৱান জনক মৃত ঘোষণা…
আৰু পঢ়ক...

বেদেতীত অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা, চূড়ান্ত বিজয়ী বাৰহোং-খা-এথলেটিকছ

ডিজিটেল সংবাদ, উত্তৰ অসমঃ বেদেতী চাহ বাগিচাৰ খেলপথাৰত মৰ্ণিং ক্লাৱৰ উদ্যোগত যোৱা ৯ ছেপ্টেম্বৰৰপৰা চলি থকা প্ৰিয়মোহন বসু আৰু জোনালী মুদৈ কলিতা সোঁৱৰণি সদৌ অসম ভিত্তিক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত নগাঁৱৰ অম্লানগোষ্ঠী ফুটবল ক্লাবক…
আৰু পঢ়ক...

দেশৰ ১৩,৫০০খন গাঁৱত নাই এখনো বিদ্যালয়

ডিজিটেল ডেস্কঃ সকলোৰে বাবে শিক্ষা এতিয়া এক মৌলিক অধিকাৰ। কিন্তু দেশৰ ১৩হাজাৰৰো অধিক গাঁৱত নাই এখনো বিদ্যালয়। এই তথ্য কেন্দ্ৰীয় চৰকাৰৰ । সমগ্ৰ দেশত ১৩,৫১১খন এনে গাঁও আছে, য’ত এখনো বিদ্যালয় নাই। সেই গাঁওবোৰৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ বাবে যাব…
আৰু পঢ়ক...