শেহতীয়া খবৰ
কোহলিৰ শতকেৰে তৃতীয় টেষ্টত জয়ৰ দিশে টীম ইণ্ডিয়া  •  নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিপদৰ ইংগিত, নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত ভয়ংকৰ ভূমিস্খলন  •  গালি নহয়, ‘নতুন প্ৰজন্ম’ক দিয়ক হাত তালি  •  ভাইৰাছেৰে আকাশ চুলে অসম এনচিচিৰ এয়াৰ উয়িঙে  •  টিউবেলৰ পানীত বিহ, ৩ পৰিয়ালৰ ১৫ সদস্যাক হত্যাৰ অপচেষ্টা  •  বাক্সাত অজগৰ উদ্ধাৰ  •  প্ৰথম মেচতেই ভাৰতীয় হকী দলৰ বৃহৎ সাফল্যঃ ১৭-০ গ’লত ইণ্ডোনেছিয়াক পৰাস্ত  •  মোবাইলৰ বাবে জিএছ ৰোডত সহকৰ্মীক নৃশংসভাৱে হত্যা  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

কলিয়াবৰৰ পৰা ডকাইতে কাঢ়ি নিয়া বাহনৰ চালকক উদ্ধাৰ

ডিজিটেল সংবাদ, কলিয়াবৰঃ নিশা কলিয়াবৰৰ ৰাজপথৰ পৰা কাঢ়ি নিয়া চাহপাত ভৰ্তি টাটা ম'বাইল বাহনখনৰ চালকজনক উদ্ধাৰ কৰিছে আৰক্ষীয়ে। কলিয়াবৰৰ বৰভগীয়া চাৰিআলি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৫-৬জনীয়া দুৰ্বৃত্তৰ দলে চালকক মাৰধৰ কৰি কাঢ়ি নিছিল AS 03 BC 6300…
আৰু পঢ়ক...

কামপুৰত নিশা দুই পক্ষৰ মাজৰ সংঘাতত আহত ৪

কামপুৰৰ ঘিলানী গাঁৱত নিশা উত্তপ্ত পৰিস্থিতি। মদ্যপান কৰি দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট। ঘটনাত এগৰাকী মহিলাসহ চাৰিজন লোক আহত। আহতসকলক কামপুৰ এফ আৰ ইউত ভৰ্তি। আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে নিয়ন্ত্ৰণ কৰিলে পৰিস্থিতি।
আৰু পঢ়ক...

কলিয়াবৰত নিশা চিনেমাৰ ষ্টাইলত চাঞ্চল্যকৰ ডকাইতি

কলিয়াবৰৰ ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতিকাণ্ড। বন্দুক দেখুৱাই কাঢ়ি নিয়ে এখন চাৰিচকীয়া বাহন। ৫-৬জনীয়া আছিল দুৰ্বৃত্তৰ দলটো। দলটোৱে কাঢ়ি নিলে এখন চাহপাত কঢ়িওৱা বাহন। বাহনখনৰ নম্বৰ AS-03 BC-6300। তিতাবৰৰ পৰা গুৱাহাটীলৈ আহি…
আৰু পঢ়ক...

পাকিস্তানৰ ২২ সংখ্যক প্ৰধানমন্ত্ৰী হ’ল ইমৰান খান

ডিজিটেল ডেস্কঃ পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী ৰূপে শপত ল’লে ইমৰান খানে। পুৱা প্ৰায় ১১বজাত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে দেশখনৰ ২২সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে শপত ল’লে। পাক ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এই শপত গ্ৰহণ অনুষ্ঠানত দেশ-বিদেশৰ ভালে সংখ্যক লোক…
আৰু পঢ়ক...

চতিয়াৰ ডিপলোঙা কাণ্ড, মূল অভিযুক্তক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, উত্তৰ অসমঃ বৃহস্পতিবাৰে পুৱতি নিশা চতিয়াৰ ডিপলোঙা চাহ বাগিচাৰ ১৫ নং লাইনত সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ড। উক্ত ঘটনাৰ মুল অভিযুক্ত তুলসী পাটৰ (নগা)ক চতিয়া আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে। চতিয়া থানাৰ অ’ চি মনোজ বৰুৱাৰ নেতৃত্বত…
আৰু পঢ়ক...

গুৱাহাটীৰ চিটি বাছৰ ভিতৰৰ দৰে কাণ্ড আমেৰিকাৰ বিমানত!

ডিজিটেল ডেস্কঃ মহানগৰীৰ চিটি বাছত উঠা যুৱতীয়ে প্ৰায়ে এনে বেয়া অভিজ্ঞতাৰ সন্মুখীন হয়। হেচা-ঠেলাৰ গইনা লৈ যুৱতীক অশ্লীল ব্যৱহাৰ কৰে। পিছে এইবাৰ এনে কাণ্ড সংঘটিত হ’ল আমেৰিকাত। বিমানৰ সহযাত্ৰীক যৌন নিৰ্যাতন চলাই দেশৰ নাক-কাণ কাটিলে এজন…
আৰু পঢ়ক...

আজিৰে পৰা এছিয়ান গেমছ, জাকাৰ্টা পালেগৈ অসমৰ হিমা

ডিজিটেল ডেস্কঃ আজিৰ পৰা ইণ্ডোনেছিয়াৰ জাকাৰ্টাত আৰম্ভ হ’ব এছিয়ান গেমছ। আগষ্ট মাহৰ ১৮ তাৰিখে আৰম্ভ হ’বলগীয়া ১৮ সংখ্যক এছিয়ান গেমছত এচিয়া মহাদেশৰ ৪৫খন দেশে অংশ ল’ব। এই প্ৰতিযোগিতাখনক লৈ ইতিমধ্যে ইণ্ডোনেছিয়াত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে।…
আৰু পঢ়ক...

আজি ইমৰান খানে ল’ব শপত, পাকিস্তান পালেগৈ সিদ্ধু…

ডিজিটেল ডেস্কঃ আজি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ৰূপে শপত ল’ব ইমৰান খানে। ক্ৰিকেটৰ খেলপথাৰৰ পাছত ইমৰান খানে ৰাজনীতিৰ খেলপথাৰত আৰম্ভ কৰিব নতুন ইনিংছ। পাকিস্তানৰ তেহৰিক-ঈ-ইনছাফৰ মুৰব্বীজনে পুৱাৰ ভাগতে শপতগ্ৰহণ কৰিব। ইমৰান খানৰ শপত গ্ৰহণ…
আৰু পঢ়ক...

ডিব্ৰুগড়ত পুৱাই ভয়ানক অগ্নিকাণ্ড

ডিব্ৰুগড়ৰ কদমণিত পুৱাই অগ্নিকাণ্ড। থাৰ্মেল কলনিৰ এগৰাকী ব্যক্তিৰ বাসগৃহত জুই। শ্বৰ্ট চাৰ্কিতৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। জুই জাহ গৈছে বাসগৃহটোৰ আধা অংশ। ভস্মীভূত হৈছে লক্ষাধিক টকাৰ সা-সম্পত্তি। কিছুসময় পূৰ্বে…
আৰু পঢ়ক...

বাজপেয়ীক অসন্মান! মৰিগাঁৱত গ্ৰেপ্তাৰ বিদ্যালয়ৰ অধ্যক্ষক

ডিজিটেল সংবাদ, মৰিগাঁওঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতি অসন্মান প্ৰদৰ্শনৰ কৰাৰ  অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে মৰিগাঁৱৰ এজন শিক্ষকক। ফাডাৰ জেমছ নামৰ ছেইণ্ট ইউজিন ইংলিছ স্কুলৰ অধ্যক্ষক গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও আৰক্ষীয়ে। অটল…
আৰু পঢ়ক...