শেহতীয়া খবৰ
ৰাজ্যত হ'ব আৰু ৩ খন মেডিকেল কলেজৰ আধাৰশিলা  •  শিশু হত্যাকাৰী মংগল পাইকৰ শাস্তিৰ দাবীত বিশ্বনাথত উত্তাল প্ৰতিবাদ  •  ৰিপুণ বৰাৰ বিৰুদ্ধে ঢেকীয়াজুলিত তিনি সংখ্যালঘু সংগঠনৰ প্ৰতিবাদ  •  ২ লাখ ৬২ হাজাৰ কৃষকৰ ঋণ ৰেহাই দিব অসম চৰকাৰে!  •  মৃত্যুক পাহৰি ৫ বছৰীয়া চল’মনে কেনেকৈ জিনিছে জীৱন, চাওক ভিডিঅ’  •  ‘আমাৰ সৈতে যুঁজিবলৈ কংগ্ৰেছৰ যোগ্য প্ৰতিদ্বন্দী নাই, ২০১৯ত আমাৰ জয় নিশ্চিত’  •  কোচবিহাৰত বিদ্যালয়ৰ ভিতৰত দুৰ্বৃত্তৰ গুলীচালনা, আহত ২ শিক্ষক  •  ফেছবুকত প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীক প্ৰশ্ন, এন এছ এৰ অধীনত কাৰাগাৰলৈ প্ৰেৰণ সাংবাদিকক  •  বিহালীৰ চেনিমাৰীত বন্যহস্তীৰ তাণ্ডৱ, পাঁচটাকৈ গৃহ লণ্ডভণ্ড কৰি ওৰে নিশা চলালে সন্ত্ৰাস  •  ৰাজীৱ ভৱন ঘেৰাও কৰি শাসকীয় বিজেপিৰ প্ৰতিবাদ

সাৱধান! আহি আছে ফেঠাই, চাওক VIDEO

ডিজিটেল ডেস্কঃ সোমবাৰে ঘূৰ্ণি বতাহে জোকাৰিব পাৰে অন্ধ্ৰপ্ৰদেশক। ফেঠাই নামৰ এক ঘূৰ্ণি বতাহৰ ফলত অন্ধপ্ৰদেশত প্ৰৱল বৃষ্টিপাতৰ শংকা কৰিছে প্ৰশাসনে। বংগোপ সাগৰৰ পৰা উত্তৰ দিশে বৰ্তমান সময়ত গতি কৰিছে এই ফেটাই। যি হয়তু বিয়লি ২.৩০বজাৰ পৰা ৫.৩০…
আৰু পঢ়ক...

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ শপতগ্ৰহণ অনুষ্ঠান, LIVE UPDATES

পুৱা ১১.১২ বজাতঃ ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে অশোক গেহলটে। উপ-মুখ্যমন্ত্ৰীৰূপে শপত ল’লে শচীন পাইলটে। পুৱা ১০.২৩ বজাতঃ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত হৈছেহি ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে, কংগ্ৰেছ নেতা যতীন…
আৰু পঢ়ক...

গেহলটৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ ৰাজস্থানত উপস্থিত ৰাহুল গান্ধী

আজি ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব অশোক গেহলটে। শপতগ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ জয়পুৰত উপস্থিত হৈছেগৈ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী। প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙো গৈ উপস্থিত হৈছে ৰাজস্থানত। কংগ্ৰেছৰ ৩ ৰাজ্যৰ…
আৰু পঢ়ক...

জাপানত বিস্ফোৰণ, আহত ৪২

জাপানৰ ছাপ্প’ৰ চিটিত বোমা বিস্ফোৰণ। দেওবাৰে নিশা সংঘটিত হয় এই বিস্ফোৰণ। এই বিস্ফোৰণত আহত হয় ৪২জন লোক। ইয়াৰ পাছতেই এটা ঘৰত সূত্ৰপাত অগ্নিকাণ্ড। এই বিস্ফোৰণৰ কাৰণ সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই। বিস্ফোৰণৰ পাছতেই সমগ্ৰ…
আৰু পঢ়ক...

আহোম সভাৰ ৬১সংখ্যক দ্বি-বাৰ্ষিক ৰাজ্যিক অধিবেশনৰ লাইখুটা স্থাপন

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব লগা সদৌ অসম আহোম সভাৰ ৬১ সংখ্যক দ্বি-বাৰ্ষিক ৰাজ্যিক অধিবেশনৰ লাইখুটা স্থাপন কৰা হয়। লাইখুটা স্থাপন কৰে ডিব্ৰুগড় জিলা উপায়ুক্ত লয়া মাদ্দুৰীয়ে। উল্লেখ্য যে, ১৮৯৩ চনতে গঠিত হোৱা অসমৰ তথা…
আৰু পঢ়ক...

বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

সোমবাৰে বৃদ্ধি পাল পেট্ৰ’ল-ডিজেলৰ মূল্য। পেট্ৰ’লত প্ৰতিলিটাৰত ০.২০ টকা বৃদ্ধি। ডিজেলত বৃদ্ধি পালে প্ৰতিলিটাৰত ০.১০ টকাকৈ। সোমবাৰে গুৱাহাটী মহানগৰীত গ্ৰাহকে প্ৰতিলিটাৰ পেট্ৰ’লত ব্যয় কৰিব লাগিব ৬৯.৯৮ টকা। ডিজেলৰ প্ৰতিলিটাৰত…
আৰু পঢ়ক...

ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়ত আজি শপত ল’ব মুখ্যমন্ত্ৰীয়ে

ডিজিটেল ডেস্কঃ সোমবাৰে শপতগ্ৰহণ কৰিব দেশৰ ৩খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব কমল নাথে। ইফালে, ৰাজস্থান আৰু ছত্তীশগড়তো মুখ্যমন্ত্ৰীৰূপে শপত ল’ব ক্ৰমে- অশোক গেহলট আৰু ভূপেশ বাঘালে। আজি অনুষ্ঠিত হ’বলগীয়া এই…
আৰু পঢ়ক...

জম্মু-কাশ্মীৰত তুষাৰপাতঃ ৭দিনে বন্ধ হৈ থকা পথত বৰফ আঁতৰাবলৈ চেষ্টা প্ৰশাসনৰ

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত বৰ্তমান তুষাৰপাতৰ বাবে স্তব্ধ হৈ আছে জনজীৱন। চৌদিশে কেৱল বৰফৰে ভৰি থকাৰ ফলত বাট-পথেৰে যান-বাহন চলাচল ব্যাহত ৰাখিব লগা হৈছে। যাৰফলত বহু অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ। উল্লেখ্য যে, যোৱা ৭দিনধৰি বন্ধ হৈ থকা ৰাজাৱৰীৰ…
আৰু পঢ়ক...

সোমবাৰে পুনৰ অঞ্জলি আৰু আৰতিক বিচাৰি শিৱসাগৰৰ দিচাংত আৰম্ভ অভিযান

শিৱসাগৰত দিচাং নৈত নিখোজ দুই যুৱতীক বিচাৰি অভিযান। সোমবাৰে পুৱাৰে পৰা অভিযান আৰম্ভ কৰিছে অভিযানকাৰী দলে। আজি পুৱাৰে পুৰা পুনৰ অভিযানত নামিছে এছ ডি আৰ এফ। দেওবাৰে দিচাং নৈত নিখোজ হৈছিল দুই ছাত্ৰী অঞ্জলি ছেত্ৰী আৰু আৰতি ছেত্ৰী।…
আৰু পঢ়ক...

দেওবাৰে নিশা গোলাঘাট আৰক্ষীৰ অভিযানত আটক ৪ জুৱাৰী

দেওবাৰে নিশা গোলাঘাট আৰক্ষীৰ জুৱাৰীৰ বিৰুদ্ধে অভিযান। অভিযানত আটক ৪টাকৈ জুৱাৰী। জুৱাৰী কেইটাৰ নাম মাইনা খান, ৰাজু আলী, ভাইটি ৰহমান আৰু ৰফিকুল হুছেইন। গোলাঘাটৰ কছাৰীহাটৰ পৰা আটক জুৱাৰী কেইটা। জুৱা খেলি থকা অৱস্থাত আটক।…
আৰু পঢ়ক...