শেহতীয়া খবৰ

দুজন সাধাৰণ মানুহৰ মনৰ খবৰ…

► মৃদুল কুমাৰ সন্দিকৈ মহানগৰীৰ ব্যস্ত ৰাজপথ। দোকান এখনৰ সন্মুখত আহি মানুহজন ৰ’লহি। লগত এজন সহযোগী। তেওঁৰ হাতত এযোৰ বৰতাল। আৰু মানুহজন ডিঙিত এটা বৰঢোল। প্ৰায় ডেৰ মিনিটমান সময় মানুহজনে নিজৰ শৈলীৰে বৰঢোলটো বজালে। তাৰপাছত মানুহজন লৈ দোকানীজনে…
আৰু পঢ়ক...

১৭ ছেপ্তেম্বৰতেই কিয় প্ৰতি বছৰে বিশ্বকৰ্মা পূজা?

ডিজিটেল ডেস্কঃ দুৰ্গা পূজা যোৱা বছৰ যি তাৰিখে হৈছিল এইবাৰ সেই একে তাৰিখতে অনুষ্ঠিত নহয়। গণেশ পূজা, সৰস্বতী পূজা, লক্ষ্মী পূজাকে আদি কৰো সকলো পূজাই প্ৰতি বছৰে সুকীয়া সুকীয়া তাৰিখত অনুষ্ঠিত হয়। কিয়নো পূজাৰ ক্ষেত্ৰত দিনতকৈ তিথিৰ গুৰুত্ব অধিক।…
আৰু পঢ়ক...

নিৱনুৱাক বাট দেখুৱাই দোকান খুলিলে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙেঃ VIDEO

ডিজিটেল সংবাদ, চৰাইদেউঃ চাউদাং ষ্ট'ৰ। দেখাত সাধাৰণ যেন লাগিলেও এয়া কোনো সাধাৰণ ষ্ট'ৰ নহয়। এইখন এখন বিশেষ ষ্ট'ৰ। বিশ্বকৰ্মা পূজাৰ দিনাই শুভ উদ্বোধন কৰা হৈছে এই বিশেষ ষ্ট'ৰখনৰ। মৰাণ সেউজপুৰত মুকলি কৰা এইখন ষ্ট'ৰৰ গৰাকী জনপ্ৰিয় কণ্ঠশিল্পী…
আৰু পঢ়ক...

কৰিমগঞ্জত যুৱকক গুলীয়াই হত্যা

বিশ্বকৰ্মা পূজাৰ দিনাই কৰিমগঞ্জত অঘটন। কৰিমগঞ্জৰ পূব মধুৰবন্ধত এজন যুৱকক গুলীয়াই হত্যা। দুৰ্বৃত্তই হত্যা কৰা যুৱকজনৰ নাম হাছানউদ্দিন। গাঁৱৰে তিনি যুৱকৰ ওপৰত হত্যাৰ সন্দেহ। সন্দেহ কৰা যুৱককেইজনৰ নাম আব্দুল খালেক, আব্দুল জলিল,…
আৰু পঢ়ক...

ডিমা হাচাও স্বায়ত্ত পৰিষদৰ নিৰ্বাচনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ডিমা হাচাও স্বায়ত্ত শাসিত নিৰ্বাচনৰ সৰ্ম্পকত গুৱাহাটী উচ্চ ন্যায়লয়ে সোমবাৰে প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ ৰায়। তিনিমাহৰ পূ্ৰ্বেই কাৰ্যকাল শেষ হোৱা পৰিষদখন পুনৰ গঠনৰ বাবে অহা ৩ ডিচেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ…
আৰু পঢ়ক...

বিশ্বকৰ্মা পূজাৰ দিনাই নগাঁৱৰ ৰাঙলুমুখত অঘটন

বিশ্বকৰ্মা পূজাৰ দিনাই নগাঁৱৰ নৈপাম ৰাঙলুমুখত অঘটন৷ বিদ্যুৎস্পৃষ্ট হৈ এজন শিক্ষকৰ কৰুণ মৃত্যু৷ নিহত শিক্ষকজন সোণাধৰ দাস৷ ঘৰত ইনৰ্ভাটাৰৰ কাম কৰি থকা অৱস্থাত এই ঘটনা। লগে লগে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷…
আৰু পঢ়ক...

কৃষ্ণাইত ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ মানিকপুৰ-ভেলাখামাৰ গাওঁ পঞ্চায়ত প্ৰাংগণত কৃষ্ণাই সমবায় সমিতি লিমিটেডৰ উদ্যোগত ২০১৮-১৯ বৰ্ষৰ সাধাৰণ সভা অনুষ্ঠিত হয়৷ এই সাধাৰণ সভাৰ লগত সংগতি ৰাখি ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত…
আৰু পঢ়ক...

বিশ্বকৰ্মা পূজা ক’ত কেনেকৈ উদযাপন? LIVE

গণেশগুৰিৰ ভিন্ন স্থানত বিশ্বকৰ্মা পূজা। গাড়ীৰ গৰাকীৰে ভৰি পৰিছে বিভিন্ন পূজাস্থলী। বিশ্বখনিকৰৰ পৰা লৈছে আশীষ। চানমাৰি অভিান্ত্ৰিক প্ৰতিষ্ঠানতো উলহ-মালহেৰে বিশ্বকৰ্মা পূজাৰ আয়োজন। চানমাৰিস্থিত জলসিঞ্চন বিভাগৰ মুখ্য কাৰ্যালয়ত…
আৰু পঢ়ক...

বিহালীৰ মৰেল পুলিচগিৰিত জড়িত ৬ মহিলা এতিয়া ৰঙাঘৰৰ আলহী

ডিজিটেল সংবাদ, উত্তৰ অসমঃ বন্ধন বেংকৰ ঋণৰ কিস্তি পৰিশোধ কৰিব নোৱৰাৰ বাবেই ১২ ছেপ্তেম্বৰত বিহালীৰ ৰৌমাৰীত এগৰাকী মহিলা অমানুষিক অত্যাচাৰৰ বলি হৈছিল। নাৰীৰ ওপৰত নাৰী নিৰ্যাতনৰ সেই ঘটনাই ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ভাইৰেল হৈ…
আৰু পঢ়ক...

মূল্যবৃদ্ধি! বন্ধুৰ বিয়াত ৫ লিটাৰ পেট্ৰ’ল উপহাৰ

ডিজিটেল ডেস্কঃ হোৰাহোৰে বাঢ়িছে পেট্ৰ’ল-ডিজেলৰ দাম। ইন্ধনৰ এনে মূল্যবৃদ্ধিয়ে জোলোকা-জোলোকে পানী খুৱাইছে সৰ্বসাধাৰণক। এনে অৱস্থাত বন্ধুৰ বিয়াত ৫ লিটাৰ পেট্ৰ’ল উপহাৰ দি চৰ্চিত হৈ পৰিছে তামিলনাডুৰ এজন লোক। ব্যতিক্ৰমী উপহাৰ দিয়া লোকজনৰ মতে…
আৰু পঢ়ক...